• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অটল কেণ্টিন: মাত্ৰ ৫ টকাত দুবেলা ভৰপেট আহাৰ; দিল্লীৰ ১০০ টা স্থানত আৰম্ভ হ’ল এই বিশেষ সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2025 5:44 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবাতি দাইল, ভাত, ৰুটী, তৰকাৰী আৰু আচাৰ — দেশৰ ৰাজধানী দিল্লীত এতিয়াৰে পৰা দৰিদ্ৰ আৰু শ্ৰমজীৱী লোকসকলে মাত্ৰ ৫ টকাতে এই ভৰপেট আহাৰ লাভ কৰিব। দিল্লী চৰকাৰে সমগ্ৰ চহৰখনত ১০০ খন ‘অটল কেণ্টিন’ মুকলি কৰি এই সুলভ মূল্যৰ আহাৰৰ আঁচনিখন আৰম্ভ কৰিছে।

মন কৰিবলগীয়া যে, ২০২১ চনৰ পৰাই পশ্চিমবঙ্গত ‘মা কেণ্টিন’ৰ জৰিয়তে ৫ টকাত দুপৰীয়াৰ আহাৰ যোগান ধৰা হৈছে। কিন্তু দিল্লীৰ এই অটল কেণ্টিনত দুপৰীয়াৰ লগতে নিশাৰ আহাৰৰো ব্যৱস্থা কৰা হৈছে।

Apply Now

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই প্ৰকল্পৰ আৰম্ভণী কৰে। তেওঁ কয়, “দৰিদ্ৰ আৰু শ্ৰমজীৱী লোকসকলক মৰ্যাদাৰে আহাৰ যোগান ধৰাই এই কেণ্টিনসমূহৰ লক্ষ্য। অটল কেণ্টিন দিল্লীৰ আত্মা হৈ পৰিব, যাতে কোনো লোকেই ভোকত শুবলগীয়া নহয়।”

ইতিমধ্যে দিল্লীৰ ৪৫ টা স্থানত অটল কেণ্টিনৰ দুৱাৰ মুকলি কৰা হৈছে। ইয়াৰ ভিতৰত আৰ.কে. পুৰম, জংপুৰা, শালিমাৰ বাগ, গ্ৰেটাৰ কৈলাশ, ৰাজৌৰী গাৰ্ডেন, নাৰেলা আৰু বাৱানাৰ দৰে অঞ্চল অন্তৰ্ভুক্ত। চৰকাৰী সূত্ৰই জনোৱা মতে, বাকী ৫৫ খন কেণ্টিন অহা কেইদিনমানৰ ভিতৰতে মুকলি কৰা হ’ব।

এই কেণ্টিনসমূহত দিনটোত দুবাৰকৈ আহাৰ বিতৰণ কৰা হ’ব – পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ আৰু সন্ধিয়া ৬:৩০ বজাৰ পৰা নিশা ৯:৩০ বজালৈ।

প্ৰতিদিনে প্ৰায় ৫০০ গৰাকী লোকে প্ৰতিখন কেণ্টিনৰ পৰা এই সেৱা লাভ কৰিব পাৰিব। ৫ টকীয়া থালিত থাকিব— দাইল, ভাত, ৰুটী, পাচলিৰ তৰকাৰী আৰু আচাৰ। চৰকাৰৰ দাবী অনুসৰি, কম মূল্য হ’লেও খাদ্যৰ পুষ্টিগুণৰ ক্ষেত্ৰত কোনো আপোচ কৰা হোৱা নাই।

খাদ্য বিতৰণ প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰাখিবলৈ চৰকাৰে ডিজিটেল টোকেন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। ইয়াৰ উপৰিও, প্ৰতিখন কেণ্টিনত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। দিল্লী আৰবান শ্বেল্টাৰ ইমপ্ৰুভমেণ্ট ব’ৰ্ডৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে সকলো কেণ্টিনৰ কাৰ্যকলাপ প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd