• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকৰ ৩৫১টকা মজুৰি বৃদ্ধিৰ দাবীৰে মাৰ্ঘেৰিটাত আটছাৰ উত্তাল প্রতিবাদ

NE NOW NEWS মানস প্রতীম গগৈ
মাৰ্ঘেৰিটা , February 12, 2021 7:55 pm

1 min read

Videoframe_20210212_193201_com.huawei.himovie.overseas

ফটো: নৰ্থইষ্ট নাও।

134
VIEWS
Share on FacebookShare on Twitter

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ মাৰ্ঘেৰিটা, ডিগবৈ আৰু পেঙেৰী শাখাৰ উদ্যোগত মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত আজি ২ ঘন্টীয়া উত্তাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী জনায়।

আজি আটছাৰ সদস্যসকলে উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ পৰা প্ৰতিবাদী শোভাযাত্ৰা কৰি আহি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে মাৰ্ঘেৰিটা মহকুমাধিপতিক এখনি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈও প্ৰেৰণ কৰে।

উল্লেখ্য যে, বিজেপি চৰকাৰে নিৰ্বাচনৰ আগতে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি আজি প্ৰায় পাঁ‌ঁচ বছৰ হ’ল যদিও আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ ফলত প্ৰতিবাদকাৰী সকলে ক্ষুণ্ণ হৈ পৰিছে।

এক প্ৰেছ বিজ্ঞপ্তি যোগে সংগঠনটোৱে বিজেপি চৰকাৰে ভোট বেংকৰ নিকৃষ্ট ৰাজনীতিত জড়িত হৈ পুনৰ  চাহ শ্ৰমিক সকলক ঠগ-প্ৰৱঞ্চনা কৰিছে বুলি অভিযোগ কৰি চাহ জনজাতিক জনজাতিকৰণ, দৈনিক মজুৰি ৩৫১ টকা কৰাকে ধৰি স্পৰ্শকাতৰ সমস্যা সমূহ নিৰ্বাচনৰ পূৰ্বে সমাধানৰ দাবী জনায়।

অন্যথা অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আজিৰ প্ৰতিবাদকাৰী সকলে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd