• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বুমৰাহৰ বিকল্প বিচাৰি পালে টিম ইণ্ডিয়াই; শ্ৰীলংকাৰ বিৰুদ্ধেই খেলিব টেষ্ট শৃংখলা!

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক সংস্থাই বৰ্তমান ভাৰতীয় ক্ৰিকেটাৰক লৈ ৰিস্ক ল’বলৈ অনিচ্ছুক। সেয়ে তেওঁলোকে তাৰকা পেচাৰগৰাকীক জিৰণি দিয়াৰ সিদ্ধান্ত লৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2026 11:39 am
আকিব নবী। ফাইল ফটোঃ সংগ্ৰহীত।

আকিব নবী। ফাইল ফটোঃ সংগ্ৰহীত।

20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীলংকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাৰ বাবে বাছনি সমিতিয়ে যশস্প্ৰিত বুমৰাহৰ বিকল্প বাছনি কৰিছে। ইয়াৰ পূৰ্বে ১৫ জনীয়া দলটোত ভাৰতীয় বলাৰগৰাকীয়ে সুযোগ পালেও ফিটনেছ টেষ্টত উত্তীৰ্ণ হ’ব লগা হৈছিল। অৱশেষত পৰীক্ষাত উত্তীৰ্ণ হ’লেও জনা গৈছে যে ভাৰতীয় তাৰকাগৰাকী বাওঁ ভৰিৰ সমস্যাৰ বাবে শ্ৰীলংকা ভ্ৰমণত থাকিব নোৱাৰিব। আৰু সেইবাবেই এইবাৰ বুমৰাহৰ বিকল্প বাছি লৈছে বিচিচিআইয়ে। জম্মু-কাশ্মীৰৰ বলাৰ আকিব নবীয়ে প্ৰথমবাৰৰ বাবে টিম ইণ্ডিয়াত স্থান লাভ কৰিছে।

ভাৰতীয় বাছনি সমিতিয়ে শ্ৰীলংকা শৃংখলাৰ বাবে দল ঘোষণা কৰাৰ পিছত বহুতে ভাবিছিল যে শেষত হয়তো বুমৰাহে খেলিব নোৱাৰিব। অৱশ্যে সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এজন বিষয়াই বুমৰাহ ফিটনেছ টেষ্টত উত্তীৰ্ণ হোৱা বুলি কৈছিল। বিদেশত খেলিব যাব পাৰিব বুলি আশা কৰা হৈছিল। সেই খবৰৰ পিছতে দেওবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এজন বিষয়াই কয় যে বাওঁ ভৰিৰ সমস্যাৰ বাবে বুমৰাহক শ্ৰীলংকাৰ শৃংখলাৰ পৰা বাদ দিয়া হৈছে।

Apply Now

সূত্ৰ অনুসৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক সংস্থাই বৰ্তমান ভাৰতীয় ক্ৰিকেটাৰক লৈ ৰিস্ক ল’বলৈ অনিচ্ছুক। সেয়ে তেওঁলোকে তাৰকা পেচাৰগৰাকীক জিৰণি দিয়াৰ সিদ্ধান্ত লৈছে। তাৰ পৰিৱৰ্তে জম্মু-কাশ্মীৰৰ পেচাৰগৰাকী স্থান দিয়া হৈছে।

উল্লেখ্য যে আজিলৈকে আকিবে দেশৰ জাৰ্চিত খেলা নাই। যদিহে শ্ৰীলংকা ছিৰিজত তেওঁ সুযোগ পায়, তেন্তে সেয়া হ’ব তেওঁৰ অভিষেক ছিৰিজ। বহুতে প্ৰশ্ন কৰিছে যে এই খেলুৱৈজনক কিয় বাছনি কৰা হ’ল?

দৰাচলতে বিগত কিছুদিনত ঘৰুৱা ক্ৰিকেটত আকিব দুৰ্দান্ত ফৰ্মত আছে। এইগৰাকী খেলুৱৈয়ে যোৱা দুটা ৰঞ্জী ট্ৰফী ছিজনত ১০৪টা উইকেট দখল কৰিছে। ইয়াৰে অকল ২০২৫-২৬ ছিজনত আকিবে ৬০টা উইকেট দখল কৰিছে। তাৰ বাবেই জম্মু-কাশ্মীৰে প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে।

তদুপৰি আকিবে ইয়াৰ পূৰ্বে ইণ্ডিয়া এ দলৰ হৈ শ্ৰীলংকা ভ্ৰমণ কৰিছিল। তাতো তেওঁ ৬টা উইকেট দখল কৰে। বিগত কিছুদিনত বলিঙত দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই এইগৰাকী খেলুৱৈয়ে টিম ইণ্ডিয়াত স্থান লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd