NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : ১৩ জিলাত আৰম্ভ হ’ল ভোটগ্ৰহণ

আজি পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : ১৩ জিলাত আৰম্ভ হ’ল ভোটগ্ৰহণ

বুধবাৰে পুৱা ৭  বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। নামনি ‎আৰু মধ্য অসমৰ মুঠ ১৩ খন জিলাত...

সংস্কৃতক কম্পিউটাৰ অনুকূল ভাষা হিচাপে স্বীকৃতি দিছে নাছাই : দাবী দিল্লীৰ মুখ্যমন্ত্ৰীৰ

সংস্কৃতক কম্পিউটাৰ অনুকূল ভাষা হিচাপে স্বীকৃতি দিছে নাছাই : দাবী দিল্লীৰ মুখ্যমন্ত্ৰীৰ

সংস্কৃত আচলতে এটা বৈজ্ঞানিক ভাষা আৰু আটাইতকৈ কম্পিউটাৰ অনুকূল ভাষা। আনকি নাছাৰ বিজ্ঞানীসকলেও ইয়াৰ ক’ডিং ক্ষমতাক স্বীকৃতি দিছে। শেহতীয়াকৈ দিল্লীৰ...

পাকিস্তানৰ জৰুৰীকালিন অৱস্থা! ৭২ ঘন্টাৰ বাবে বন্ধ শিক্ষানুষ্ঠান, ৪৮ ঘন্টাৰ বাবে বন্ধ বিমান চলাচল

পাকিস্তানৰ জৰুৰীকালিন অৱস্থা! ৭২ ঘন্টাৰ বাবে বন্ধ শিক্ষানুষ্ঠান, ৪৮ ঘন্টাৰ বাবে বন্ধ বিমান চলাচল

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ১৫ দিন পিছত প্ৰতিশোধ ল’লে ভাৰতীয় সেনাই। বুধবাৰে পুৱা ১.৪৪ বজাত পাকিস্তান অধীকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয়...

পাকিস্তানক উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ : মাজনিশা ৯ টাকৈ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ, কেইবাজনো নিহত

পাকিস্তানক উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ : মাজনিশা ৯ টাকৈ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ, কেইবাজনো নিহত

মাজনিশা পাকিস্তানত আক্ৰমণ চলালে ভাৰতীয় সেনাই। পেহেলগাম কাণ্ডৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই নিশা ১.৪৪ মিনিটত কেইবাটাও মিছাইলেৰে পাকিস্তান আক্ৰমণ কৰে।...

হিট ষ্ট্ৰোক প্ৰতিৰোধৰ বাবে দৈনিক খাওক জাতিলাওৰ ৰস, লাভ কৰিব অনেক উপকাৰিতা

হিট ষ্ট্ৰোক প্ৰতিৰোধৰ বাবে দৈনিক খাওক জাতিলাওৰ ৰস, লাভ কৰিব অনেক উপকাৰিতা

সমগ্ৰ ভাৰতত উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে স্বাস্থ্য বিশেষজ্ঞসকলে হিট ষ্ট্ৰ’কৰ বিৰুদ্ধে যুঁজিবলৈ আৰু হাইড্ৰেটেড হৈ থাকিবলৈ দৈনিক জাতিলাওৰ ৰস...

বিহাৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীৰ প্ৰতিবাদ, প্ৰতিবাদীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী

বিহাৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ্থীৰ প্ৰতিবাদ, প্ৰতিবাদীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী

মঙলবাৰে বিহাৰ লোকসেৱা আয়োগৰ শিক্ষক নিযুক্তি পৰীক্ষা (টি আৰ ই) ৩.০ৰ পৰীক্ষাৰ্থীসকলে ১ এন্নে মাৰ্গস্থিত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাসগৃহৰ বাহিৰত...

নিয়ন্ত্ৰণ ৰেখা পাৰ কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা : সীমান্তত গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক

নিয়ন্ত্ৰণ ৰেখা পাৰ কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা : সীমান্তত গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক

জম্মু-কাশ্মীৰৰ পুঞ্চত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে নিয়ন্ত্ৰণ ৰেখাৰ পাৰ হৈ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই গ্ৰেপ্তাৰ হ’ল এজন পাকিস্তানী নাগৰিক। মঙলবাৰে বি...

আইআইটি খড়গপুৰ আৰু কোটাত ছাত্ৰৰ মৃত্যু সন্দৰ্ভত এফআইআৰ পঞ্জীয়ন কৰা হৈছিল নেকি? প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

আইআইটি খড়গপুৰ আৰু কোটাত ছাত্ৰৰ মৃত্যু সন্দৰ্ভত এফআইআৰ পঞ্জীয়ন কৰা হৈছিল নেকি? প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে, ২০২৫ চনৰ ৬ মে’ত ৰাজস্থানৰ কোটাত আইআইটি খড়গপুৰৰ ২২ বছৰীয়া ছাত্ৰ আৰু NEETৰ পৰীক্ষাৰ্থীৰ আত্মহত্যাৰ সৈতে জড়িত এফআই...

বিশ্বভাৰতীত যোগদান অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ

বিশ্বভাৰতীত যোগদান অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ

বিশ্বভাৰতীৰ ভাষা ভৱনৰ কনফাৰেন্স হলত কালি (৫ মে’, ২০২৫) দিনৰ ১১.৩০ বজাত ভাষা-ভৱন আৰু অসমীয়া বিভাগৰ উদ্যোগত আয়োজিত এখনি গাম্ভীৰ্য্যপূৰ্ণ...

“মই আৰু কাম নকৰোঁ” : অভিনয় জগতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে কেট ব্লেনচেটে

“মই আৰু কাম নকৰোঁ” : অভিনয় জগতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে কেট ব্লেনচেটে

অভিনয় জগতত  দীৰ্ঘসময় ধৰি দপদপাই থাকি কেৰিয়াৰৰ শীৰ্ষ পৰ্যায়ত উপনীয় হৈ অভিনয় ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে অস্কাৰ বিজয়ী অভিনেত্ৰী...

Page 1009 of 6686 1 … 1,008 1,009 1,010 … 6,686

Stay Connected

Recent News