উটিত এমটিআৰ পৰা স্থানচ্যুতৰ পুনঃসংস্থাপন প্ৰক্ৰিয়াত প্ৰতাৰণা! বিক্ষোভ প্ৰদৰ্শন জনজাতীয় লোকৰ
সোমবাৰে মুডুমলাই বাঘ সংৰক্ষিত বনাঞ্চলৰ পৰা স্থানচ্যুত হোৱা জনজাতীয় পৰিয়ালসমূহে তেওঁলোকৰ ১৭টা দাবী পূৰণৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ...














