NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

প্ৰাক্তন প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

প্ৰাক্তন প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

সমাজমাধ্যমত প্ৰতিদিনে নানা ধৰণৰ ঘটনা ভাইৰেল হৈ থাকে। কেতিয়াবা সেইবোৰে মানুহক হাঁহিবলৈ বাধ্য কৰে, আকৌ কেতিয়াবা আচৰিত কৰি তোলে। শেহতীয়াকৈ...

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ শেহতীয়া বিধ্বংসী বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্য আৰু পুনৰসংস্থাপনৰ বাবে বেদান্ত গ্ৰুপে ৭ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ ঘোষণা কৰিছে। বেদান্ত...

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

বুধবাৰে নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা নিয়ন্ত্ৰিতভাৱে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত অসমৰ নামনি অঞ্চলৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে।...

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডৰ চাতৰা জিলাত এগৰাকী স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু ধৰ্ষণ কৰাৰ অভিযোগত এজন যুৱকক মৰিয়াই হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত...

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

২০২৬ চনৰ ৫ আগষ্টত স্পেচএক্সৰ এটা ব্যৱহৃত ৰকেটৰ অংশ চন্দ্ৰৰ বুকুত খহি পৰিব। এই অপ্ৰত্যাশিত সংঘৰ্ষৰ ঘটনাটোক নাছাই প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ...

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ গোৱালপাৰা জিলাত এক আচৰিত জীৱৰ সন্ধান পোৱা গৈছে। ভাৰত আৰু জাৰ্মানীৰ গৱেষকৰ এটা দলে গোৱালপাৰাৰ কুঁৱাত এবিধ নতুন প্ৰজাতিৰ...

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ অচলাৱস্থা তৃতীয় সপ্তাহত ভৰি দিয়াৰ সময়তে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বুধবাৰে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক...

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

“প্ৰতিবাদৰ সময়ত হিংসা ৰোধ কৰিবলৈ চৰকাৰে যুৱপ্ৰজন্মৰ কথা শুনা উচিত”, ‘সংসদ চলো’ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

যিকোনো গণতান্ত্ৰিক আন্দোলনত হিংসা ৰোধ কৰাৰ বাবে সমাজ আৰু আৰক্ষীৰ আটাইতকৈ ডাঙৰ অস্ত্ৰটোৱেই হ'ল যুৱপ্ৰজন্মৰ কথা শুনা আৰু তেওঁলোকক বুজোৱা।...

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

ইউ পি আইৰ দ্বাৰা ২০০০ টকাতকৈ বেছি লেনদেন কৰিলে ভৰিব লাগিব অতিৰিক্ত টকা? সংসদত কি বিল আনিলে নিৰ্মলা সীতাৰমণে?

দোকান, মল বা ৰেষ্টুৰেণ্টত গৈ ২০০০ টকাৰ বেছি ইউ পি আই পেমেণ্ট কৰিলে অতিৰিক্ত টকা দিব লাগিব নেকি? যোৱা কেইদিনমান...

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল! উচ্চতম ন্যায়ালয়ৰ নতুন প্ৰকল্পৰ প্ৰস্তাৱ

গাড়ী বা বাইকৰ বৈধ বীমা নাথাকিলে এতিয়াৰে পৰা পেট্ৰ'ল পাম্পত ইন্ধন লাভ নকৰিবও পাৰে। মঙলবাৰে ন্যায়ধীশ সঞ্জয় কাৰোল আৰু ন্যায়ধীশ...

Page 117 of 6700 1 … 116 117 118 … 6,700

Stay Connected

Recent News