গোৱালপাৰাত সংঘটিত এক পথ দুৰ্ঘটনাত এম্বুলেন্সৰ খুন্দাত নিহত মহিলা
গোৱালপাৰাত সোমবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছে। খবৰ অনুসৰি নিয়ন্ত্ৰণহীন এম্বুলেন্সৰ খুন্দাত নিহত হয় মহিলাগৰাকী। জানিব...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
গোৱালপাৰাত সোমবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুৱাইছে। খবৰ অনুসৰি নিয়ন্ত্ৰণহীন এম্বুলেন্সৰ খুন্দাত নিহত হয় মহিলাগৰাকী। জানিব...
অহা ১ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। বিজেপি তথা শৰ্মাৰ অনুৰাগীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে উৎসুকতা। তাৰে...
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত উপলব্ধ হ’ব ৰাছিয়াত নিৰ্মিত কেন্সাৰৰ ভেকচিন। দেশখনৰ গামালেয়া ৰিচাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক আলেকজেণ্ডাৰ গিণ্টছবাৰ্গে সোমবাৰে ৰাছিয়াৰ মূল...
এইবাৰ কৰ্ণাটকৰ হুবল্লীত অতুল সুভাষ কাণ্ডৰ ছাঁ দেখা গৈছে। পত্নীৰ মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি স্বামীৰ আত্মহত্যা। তেওঁ ছুইচাইড নোটত...
কাৰোবাক অবৈধভাৱে ধৰ্মান্তৰিত কৰাটো অপৰাধ। কিন্তু হত্যা, ডকাইতি, ধৰ্ষণৰ দৰে গুৰুতৰ অপৰাধ নহয়। ধৰ্মান্তৰকৰণৰ সৈতে জড়িত এক গোচৰত উচ্চতম ন্যায়ালয়ে...
দেশৰ কেইবাখনো চহৰত এটাৰ পিছত আনটো ওখ অট্টালিকা ভাঙি পৰাৰ খবৰৰ পিছত এইবাৰ ৰাজধানী দিল্লীত এটা ওখ অট্টালিকা ভাঙি পৰাৰ...
সকলোৱে বিচাৰে এটা সুন্দৰ-সুঠাম শৰীৰ। দিনটোৰ ব্যস্ততাৰ পাছতো সেয়ে বহু লোকে ব্যায়াম কৰিবলৈ নেৰে। শৰীৰৰ সকলো চৰ্বি নোহোৱা হ’লেও পেটৰ...
অগ্ৰণী সংগীত বিতৰণ মঞ্চ টিউনকোৰে দ্বিতীয়বাৰৰ বাবে ব্লুমভাৰ্ছ মিউজিক ফেষ্টিভেলৰ সৈতে সহযোগ কৰিছে। ব্লুমভাৰ্ছ হৈছে স্কিলবক্সৰ একসংগীত উৎসৱ যিয়ে অঞ্চলটোৰ...
ভাৰতীয় মহিলা ক্ৰিকেটত ইতিহাস ৰচনা কৰিছে স্মৃতি মন্ধানাই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মন্ধানাক ২০২৪ চনৰ শ্ৰেষ্ঠ মহিলা এদিনীয়া ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত...
গুৱাহাটীত মহানগৰত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চানমাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গান্ধীবস্তিৰ প্ৰেমিক ইন্দ্ৰজিৎ পাইতৰ কোঠাত মৃতদেহ উদ্ধাৰৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd