NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

কেলেণ্ডাৰ পদ্ধতি কি? পত্নীৰ মাহেকীয়া শেষ হোৱাৰ লগে লগেই যৌন সংগম! গৰ্ভধাৰণ সম্ভৱ নে?

কেলেণ্ডাৰ পদ্ধতি কি? পত্নীৰ মাহেকীয়া শেষ হোৱাৰ লগে লগেই যৌন সংগম! গৰ্ভধাৰণ সম্ভৱ নে?

 ‘নিৰাপদ গৰ্ভধাৰণ’ৰ বিষয়ে জানিলে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা হাত সাৰিব পাৰি। কাৰণ গৰ্ভনিৰোধক ঔষধ গ্ৰহণ কৰাটো সঠিক কাম নহয়। এই ঔষধে...

ৰে’ল সংযোগ বৃদ্ধি কৰা তিনিখন নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ; তেতেলিয়াত ৰোড অভাৰব্ৰীজ ৰাষ্ট্ৰলৈ উচৰ্গা

ৰে’ল সংযোগ বৃদ্ধি কৰা তিনিখন নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ; তেতেলিয়াত ৰোড অভাৰব্ৰীজ ৰাষ্ট্ৰলৈ উচৰ্গা

উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ৰে’ল সংযোগ আৰু অধিক বৃদ্ধিৰ বাবে, ০৩ জানুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা তিনিখন নতুন ৰে’ল...

মনোবিজ্ঞানীয়ে সন্তানক স্তনপান কৰোৱাৰ সময়তে পান কৰিলে বিয়েৰঃ ছ’চিয়েল মিডিয়াত চাঞ্চল্য

মনোবিজ্ঞানীয়ে সন্তানক স্তনপান কৰোৱাৰ সময়তে পান কৰিলে বিয়েৰঃ ছ’চিয়েল মিডিয়াত চাঞ্চল্য

চেক গণৰাজ্যৰ এগৰাকী মনোবিজ্ঞানী অলগা ভ্লাচিনস্কাই থাইলেণ্ডৰ বিচ্চত বিয়েৰ খাই নিজৰ কেঁচুৱাক স্তনপান কৰাই থকা ফটো ভাইৰেল হৈ পৰিছে। মনোবিজ্ঞানীগৰাকীয়ে...

কাজিৰঙাত গঁড়ৰ আক্ৰমণত নিহত এজন লোক

কাজিৰঙাত গঁড়ৰ আক্ৰমণত নিহত এজন লোক

শুকুৰবাৰে পুৱা গঁড়ৰ আক্ৰমণত অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এজন লোকৰ মৃত্যু হয়। খবৰ অনুসৰি অসমৰ নগাঁও-গোলাঘাট সীমান্তৰ কহৰাত অৱস্থিত...

পুনৰ চীনত নতুন ভাইৰাছৰ আতংক! হাস্পতাল-শ্মশানত বাঢ়িছে ভিৰ; দাবী ভাইৰেল ভিডিঅ’ত

পুনৰ চীনত নতুন ভাইৰাছৰ আতংক! হাস্পতাল-শ্মশানত বাঢ়িছে ভিৰ; দাবী ভাইৰেল ভিডিঅ’ত

পাঁচ বছৰৰ আগতে কোভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ পিছত চীনত পুনৰ নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱ! এইবাৰ এই ভাবুকিৰ নাম হিউমেন মেটাপনিউমোভাইৰাছ (HMPV)।...

আদানীৰ বিৰুদ্ধে একেলগে চলিব দেৱানী আৰু ফৌজদাৰী গোচৰ! নিৰ্দেশ আমেৰিকাৰ আদালতৰ

আদানীৰ বিৰুদ্ধে একেলগে চলিব দেৱানী আৰু ফৌজদাৰী গোচৰ! নিৰ্দেশ আমেৰিকাৰ আদালতৰ

উৎকোচ গোচৰত অভিযুক্ত উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাত অব্যাহত থাকিব দেৱানী আৰু ফৌজদাৰী (অপৰাধমূলক) গোচৰ। শুকুৰবাৰে নিউয়ৰ্কৰ আদালতে এই নিৰ্দেশ...

‘কৃষকৰ ন্যায্য দাবীৰ বিষয়ে আলোচনা কৰাত সমস্যাটো ক’ত!’ কেন্দ্ৰক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

‘কৃষকৰ ন্যায্য দাবীৰ বিষয়ে আলোচনা কৰাত সমস্যাটো ক’ত!’ কেন্দ্ৰক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

কৃষকৰ ন্যায্য দাবী বিবেচনা কৰিবলৈ কিয় সাজু নহয় কেন্দ্ৰ? কিয় কৃষকৰ অভিযোগ শুনিবলৈ চৰকাৰ সাজু বুলি কোৱা নাই? উচ্চতম ন্যায়ালয়ে...

ভুচৱল আৰু গুৱাহাটীৰ মাজত উত্তৰ পূব সীমান্ত ৰে’লৱেই চলাব ভাৰত গৌৰৱ ৰে’ল; কেইখনমান ৰে’লৰ সময়সূচীৰো সংশোধন

ভুচৱল আৰু গুৱাহাটীৰ মাজত উত্তৰ পূব সীমান্ত ৰে’লৱেই চলাব ভাৰত গৌৰৱ ৰে’ল; কেইখনমান ৰে’লৰ সময়সূচীৰো সংশোধন

উত্তৰ-পূব ভাৰতত পৰ্যটনৰ প্ৰচাৰৰ বাবে ভাৰতীয় ৰে'লৱেৰ তৰফৰ পৰা ভুচবল আৰু গুৱাহাটীৰ মাজত ভাৰত গৌৰৱ ৰে’ল চলোৱা হ’ব। ৰে'ল নং০০১৩১...

আঠুৱা লৈ বাঘ ধৰিবলৈ ওলাই আহিল বিজেপি নেতা! ভাইৰেল ভিডিঅ’ দেখি থৰ লাগিল নেটিজেন

আঠুৱা লৈ বাঘ ধৰিবলৈ ওলাই আহিল বিজেপি নেতা! ভাইৰেল ভিডিঅ’ দেখি থৰ লাগিল নেটিজেন

আঠুৱা লৈ নাহৰফুটুকী বাঘ ধৰিবলৈ ওলাই আহে বিজেপিৰ নেতা! মধ্যপ্ৰদেশৰ ৰিৱাটৰ ঘটনা। তেওঁ দাবী কৰে যে নাহৰফুটুকীৰ আক্ৰমণত অঞ্চলটোৰ কেইবাজনো...

ক’ৰোনাৰ পিছৰে পৰা বাঢ়িছে ডিপ্ৰেছন! ৪ বছৰত ৬৪ শতাংশ বৃদ্ধি মানসিক ৰোগৰ ঔষধৰ বজাৰ

ক’ৰোনাৰ পিছৰে পৰা বাঢ়িছে ডিপ্ৰেছন! ৪ বছৰত ৬৪ শতাংশ বৃদ্ধি মানসিক ৰোগৰ ঔষধৰ বজাৰ

কৰোনাৰ পিছত সমগ্ৰ বিশ্বতে মানসিক ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি বৃদ্ধি পাইছে মানসিক ক্লান্তি বা হতাশাত ভুগি...

Page 1268 of 6697 1 … 1,267 1,268 1,269 … 6,697

Stay Connected

Recent News