NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আইতাকক হত্যা কৰি তেজৰে ধুলে শিৱলিংগ : তাৰপিছত চৰম পন্থা বাচি লোৱাৰ চেষ্টা নাতিয়েকৰ

আইতাকক হত্যা কৰি তেজৰে ধুলে শিৱলিংগ : তাৰপিছত চৰম পন্থা বাচি লোৱাৰ চেষ্টা নাতিয়েকৰ

ভগৱানক সন্তুষ্ট কৰাৰ নামত নিজৰ আইতাকক বলি দিলে এজন যুৱকে। ত্ৰিশূলেৰে ৭০ বছৰীয়া আইতাকক হত্যা কৰাৰ পিছত আইতাকৰ তেজেৰে ধুলে...

অযোধ্যাৰ গোচৰৰ সময়ত সমাধান বিচাৰি প্ৰতিদিনেই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ : ডি ৱাই চন্দ্ৰচুড়

অযোধ্যাৰ গোচৰৰ সময়ত সমাধান বিচাৰি প্ৰতিদিনেই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ : ডি ৱাই চন্দ্ৰচুড়

অযোধ্যাৰ গোচৰৰ সময়ত সমাধান বিচাৰি প্ৰতিদিনেই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ : ডি ৱাই চন্দ্ৰচুড় অযোধ্যাত ৰাম জন্মভূমি বিবাদৰ গোচৰৰ শুনানিৰ সময়ত...

দ্বিতীয় ভাৰতীয় লাইটহাউচ মহোৎসৱত মুখ্য সামুদ্ৰিক প্ৰকল্পৰ উৎসৰ্গা সৰ্বানন্দ সোণোৱালৰ

দ্বিতীয় ভাৰতীয় লাইটহাউচ মহোৎসৱত মুখ্য সামুদ্ৰিক প্ৰকল্পৰ উৎসৰ্গা সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দ্বিতীয় ভাৰতীয় লাইটহাউচ মহোৎসৱৰ সময়ত মুখ্য সামুদ্ৰিক প্ৰকল্পসমূহ দেশবাসীক উৎসৰ্গা কৰে।...

সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত ‘আপ’ৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত ‘আপ’ৰ প্ৰথমখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

কাইলৈ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা । সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠিত নতুন ৰাজ্যিক...

নাৰায়ণপুৰত চাঞ্চল্যকৰ ঘটনা : ৰাইজৰ মাজত চাউল বিলাই থকাৰ সময়ত কংগ্ৰেছ নেতাক গুলীয়াই হত্যা

নাৰায়ণপুৰত চাঞ্চল্যকৰ ঘটনা : ৰাইজৰ মাজত চাউল বিলাই থকাৰ সময়ত কংগ্ৰেছ নেতাক গুলীয়াই হত্যা

সেনাৰ মাওবাদী দমন অভিযান চলি থকাৰ সময়তে এজন সন্দেহযুক্ত মাওবাদীয়ে এজন কংগ্ৰেছ কৰ্মীক গুলীয়াই হত্যা কৰে। ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত সংঘটিত...

চিকিৎসাৰ ক্ষেত্ৰত এঢাপ আগুৱালে ডিব্ৰুগড়  : কিডনী ট্ৰান্সপ্লান্টেৰে ইতিহাস ৰচিলে অপেক্ষা হাস্পাতালে

চিকিৎসাৰ ক্ষেত্ৰত এঢাপ আগুৱালে ডিব্ৰুগড় : কিডনী ট্ৰান্সপ্লান্টেৰে ইতিহাস ৰচিলে অপেক্ষা হাস্পাতালে

ইতিহাস ৰচনা কৰিলে ডিব্ৰুগড়ৰ অপেক্ষা হাস্পাতালে। সফলভাবে বৃক্ক সংৰোপণ কৰি স্বাস্থ্যখণ্ডত অগ্ৰগতি লাভ কৰিছে অপেক্ষা হাস্পাতালে। ২০২৪ চনৰ ১ অক্টোবৰত...

দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ ফ্লাইঅভাৰ : কেইজনমান সচেতন লোকৰ গোহাৰি পত্ৰ

দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ ফ্লাইঅভাৰ : কেইজনমান সচেতন লোকৰ গোহাৰি পত্ৰ

দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈকে নিৰ্মিয়মান ফ্লাই অভাৰখনৰ সম্পৰ্কে কেইজনমান সচেতন ব্যক্তিয়ে সংবাদ মাধ্যমলৈ এখন গোহাৰি প্ৰেৰণ কৰিছে। গোহাৰিখনত লিখিছে – “দীঘলীপুখুৰীৰ...

খুছৱন্ত সিং সাহিত্য উৎসৱত শ্বীনা বৰা হত্যাৰ অভিযুক্ত ইন্দ্ৰানীৰ নৃত্য! ভিডিঅ’ দেখি কি প্ৰতিক্ৰিয়া নেটিজেনৰ?

খুছৱন্ত সিং সাহিত্য উৎসৱত শ্বীনা বৰা হত্যাৰ অভিযুক্ত ইন্দ্ৰানীৰ নৃত্য! ভিডিঅ’ দেখি কি প্ৰতিক্ৰিয়া নেটিজেনৰ?

শ্বীনা বৰাৰ হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। একে সময়তে মূল অভিযুক্ত ইন্দ্ৰাণী মুখাজীৰ জীৱনকলৈও ব্যাপক চৰ্চা হয়। এইবাৰ তেওঁ পুনৰ...

গুৱাহাটীৰ খাৰঘুলিৰ সৰবৰহী মহিলা অনু চৌধুৰীৰ ৯৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি

গুৱাহাটীৰ খাৰঘুলিৰ সৰবৰহী মহিলা অনু চৌধুৰীৰ ৯৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি

গুৱাহাটীৰ খাৰঘুলি নিবাসী বয়োজ্যেষ্ঠ সৰবৰহী মহিলা অনু চৌধুৰীৰ ২০ অক্টোবৰৰ পুৱতি নিশা ৩ বাজি ২ মিনিটত বাৰ্দ্ধক্যজনিক কাৰণত পৰলোকপ্ৰাপ্তি ঘটে।...

অৰুণাচল প্ৰদেশত ১৩৫ টা নদী বান্ধ নিৰ্মাণ কৰি অসমক নিঃশেষ কৰাৰ ষড়যন্ত্র বিজেপি চৰকাৰৰ : জাতীয় যুৱ বাহিনী

অৰুণাচল প্ৰদেশত ১৩৫ টা নদী বান্ধ নিৰ্মাণ কৰি অসমক নিঃশেষ কৰাৰ ষড়যন্ত্র বিজেপি চৰকাৰৰ : জাতীয় যুৱ বাহিনী

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে পুনৰ অৰুণাচলত নতুনকৈ ১৩৫ টা বান্ধ নিৰ্মাণৰ কাম কাজ আৰম্ভ কৰাৰ তীব্ৰ বিৰোধিতাৰে আজি ৰাইজৰ দলৰ...

Page 1303 of 6606 1 1,302 1,303 1,304 6,606

Stay Connected

Recent News