NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

World’s Richest Family 2024: ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী পৰিয়াল ৱালটন, আম্বানী ৮ নম্বৰত

World’s Richest Family 2024: ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী পৰিয়াল ৱালটন, আম্বানী ৮ নম্বৰত

বিদায়বেলাত চৌবিশ চন। এতিয়া পিছলৈ ঘূৰি চোৱাৰ সময়, বছৰটো কাৰ কেনেকুৱা গ’ল? লগতে ২০২৪ চনৰ শেষত কোন কি অৱস্থানত থাকিল।...

সন্তানৰ জেদী আচৰণক লৈ চিন্তিত? অনুসৰণ কৰক ৭ টা ফলপ্ৰসূ উপায়, পাব ভাল ফলাফল

সন্তানৰ জেদী আচৰণক লৈ চিন্তিত? অনুসৰণ কৰক ৭ টা ফলপ্ৰসূ উপায়, পাব ভাল ফলাফল

প্ৰতিগৰাকী মাতৃয়ে আজিকালি অভিযোগ কৰে যে তেওঁলোকৰ সন্তানটো বেছি দুষ্ট। বাধা দিয়াৰ পিছতো তেওঁলোকে ভুল কাম কৰা বন্ধ নকৰে। ঘৰত...

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতিনী : বলীউডত কোন এই মোহময়ী?

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতিনী : বলীউডত কোন এই মোহময়ী?

বলীউড কঁপাইছে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতিনীয়েকে। ৰূপ-যৌৱনেৰে কম্পনাংকৰ সৃষ্টি কৰিছে দৰ্শকৰ মাজত। এটা প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালৰ এই কন্যাই আৰম্ভণিতে বলীউডত...

পঞ্চায়ত নির্বাচন দলীয় প্রতীকৰ পৰা মুক্ত কৰাৰ মাজেৰে অবাধ ধনৰ লেনদেনৰ পথ মুকলি কৰিব বিচৰা হৈছে: চিপিআই(এম)

পঞ্চায়ত নির্বাচন দলীয় প্রতীকৰ পৰা মুক্ত কৰাৰ মাজেৰে অবাধ ধনৰ লেনদেনৰ পথ মুকলি কৰিব বিচৰা হৈছে: চিপিআই(এম)

অসমত পঞ্চায়ত নির্বাচন সম্পর্কে মুখ্যমন্ত্রীয়ে প্রকাশ কৰা কেতবোৰ মন্তব্যই সমগ্র পঞ্চায়তী ব্যৱস্থা তথা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰৰ প্ৰতি...

এইখন সংবিধান, সংঘৰ বিধান নহয় : সংসদৰ প্ৰথমটো ভাষণত বিজেপিক তুলাধূনা প্ৰিয়ংকা গান্ধীৰ

এইখন সংবিধান, সংঘৰ বিধান নহয় : সংসদৰ প্ৰথমটো ভাষণত বিজেপিক তুলাধূনা প্ৰিয়ংকা গান্ধীৰ

জৱাহৰলাল নেহেৰুৰ পৰিয়ালৰ চতুৰ্থ প্ৰজন্মৰ প্ৰতিনিধি প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি প্ৰথমবাৰৰ বাবে সংসদত সম্বোধন কৰে। কেৰালাৰ ৱায়ানাদ সমষ্টিৰ লোকসভাৰ সদস্য...

কংগ্ৰেছত যোগদান কৰিলে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ষ্টিফেন লাক্ৰাসহ ১০ নেতাই

কংগ্ৰেছত যোগদান কৰিলে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ষ্টিফেন লাক্ৰাসহ ১০ নেতাই

জাতীয় কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ আজি কেবাজনো গুৰুত্বপূৰ্ণ জাতীয় সংগঠনৰ নেতা আৰু ৰাজনৈতিক দলৰ নেতৃত্ব বহন কৰা নেতাই কংগ্ৰেছত যোগদান...

এপিএছচি পৰীক্ষাৰ ফলাফল কিমান নিকা আৰু স্বচ্ছ ? – প্ৰশ্ন ডি ৱাই এফ আইৰ

এপিএছচি পৰীক্ষাৰ ফলাফল কিমান নিকা আৰু স্বচ্ছ ? – প্ৰশ্ন ডি ৱাই এফ আইৰ

সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কত গুৰুতৰ অনিয়ম হোৱাৰ সন্দেহ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই...

সকলো ক্ষোভ, সকলো প্ৰতিবাদ পানীত পৰিল! জামিন লাভ কৰিলে আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ দুই অভিযুক্তই

সকলো ক্ষোভ, সকলো প্ৰতিবাদ পানীত পৰিল! জামিন লাভ কৰিলে আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ দুই অভিযুক্তই

আৰ জি কৰ গোচৰত জামিন লাভ কৰিলে সন্দীপ ঘোষে। লগতে জামিন লাভ কৰিলে অভিজিৎ মণ্ডলে। সন্দীপ ঘোষ আৰু অভিজিৎ মণ্ডলে...

ড°বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানৰ মাজতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখতে বজালীত অথন্তৰ

ড°বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানৰ মাজতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখতে বজালীত অথন্তৰ

এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী (বাণীকান্ত কাকতি বঁটা) দিয়াৰ ক্ষেত্ৰত একাংশক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে...

ৰোমা -স্বৰ্গ আৰু মৰ্ত্যৰ এক সংযোগ

ৰোমা -স্বৰ্গ আৰু মৰ্ত্যৰ এক সংযোগ

-পূবালী ভাগৱতী টাইলছৰ মজিয়াখনত ফেনযুক্ত পানী বৈ আহে। দুই -তিনিবাৰ পানী বৈ অহাৰ পিছত মজিয়াত প্ৰতিৱিম্বিত হোৱা দেখা পাওঁ আকাশেদি...

Page 1304 of 6698 1 … 1,303 1,304 1,305 … 6,698

Stay Connected

Recent News