NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

APSC CCE 2023 Final Result:ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ফলাফলঃ ACSৰ শীৰ্ষত চিৰঞ্জীৱ ফুকন, APSৰ শীৰ্ষত পাৰ্থ প্ৰতীম শৰ্মা

APSC CCE 2023 Final Result:ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ফলাফলঃ ACSৰ শীৰ্ষত চিৰঞ্জীৱ ফুকন, APSৰ শীৰ্ষত পাৰ্থ প্ৰতীম শৰ্মা

অসম অসামৰিক সেৱা (এচিএছ)ৰ কনিষ্ঠ শ্ৰেণীৰ বাবে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। চিৰঞ্জীৱ ফুকনে ACSত...

২৮ বাৰ বিয়া! প্ৰতাৰণাৰ গোচৰত কাৰাবাস, ৩ বছৰৰ মূৰত মুখ খুলিলে জনপ্ৰিয় অভিনেত্ৰীয়ে

২৮ বাৰ বিয়া! প্ৰতাৰণাৰ গোচৰত কাৰাবাস, ৩ বছৰৰ মূৰত মুখ খুলিলে জনপ্ৰিয় অভিনেত্ৰীয়ে

বাংলাদেশী অভিনেত্ৰী ৰোমানা ইছলাম স্বৰ্ণাৰ ২৮ বাৰ বিয়া হৈছে। কেৱল সেয়াই নহয়, তেওঁৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু ধন আত্মসাতৰ অভিযোগ উত্থাপন...

উফিৰ সমস্যাত ভুগিছে নেকি? অনুসৰণ কৰক ঘৰুৱা প্ৰতিকাৰ

উফিৰ সমস্যাত ভুগিছে নেকি? অনুসৰণ কৰক ঘৰুৱা প্ৰতিকাৰ

উফি, মূৰৰ ছালৰ ছিদ্ৰ আৰু খজুৱতি অনুভৱ হোৱা এটা সাধাৰণ অৱস্থা, যাক প্ৰাকৃতিক চিকিৎসাৰ দ্বাৰা ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি। কিছুমান...

‘মোদী-আদানী এক হ্যে’…লিখা জেকেট পিন্ধি ৰাহুল-প্ৰিয়ংকাৰ অভিনৱ প্ৰতিবাদ

‘মোদী-আদানী এক হ্যে’…লিখা জেকেট পিন্ধি ৰাহুল-প্ৰিয়ংকাৰ অভিনৱ প্ৰতিবাদ

এই শীতকালত বজাৰত নতুন জেকেট আহিল। ইয়াৰ পাছত সংসদ চৌহদত লোকসভাৰ নতুন সদস্য প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ লগতে কংগ্ৰেছৰ সদস্যসকলে বিক্ষোভ...

ৰাতিৰ আন্ধাৰত মেট্ৰ’ৰ তাঁৰ চুৰি কৰি পলায়ন দুস্কৃতিকাৰীৰ

ৰাতিৰ আন্ধাৰত মেট্ৰ’ৰ তাঁৰ চুৰি কৰি পলায়ন দুস্কৃতিকাৰীৰ

আগষ্টৰ পাছত এইবাৰ ডিচেম্বৰ। ৰাজধানী দিল্লীত সংঘটিত হৈছে মেট্ৰ’ কেবল বল চুৰিৰ আন এক ঘটনা। যাৰ বাবে দিল্লী-নয়দাৰ আটাইতকৈ ব্যস্ত...

কাজিৰঙাত বিৰল সোণালী বাঘৰ দৰ্শন, উৎফুল্লিত পৰ্যটক

কাজিৰঙাত বিৰল সোণালী বাঘৰ দৰ্শন, উৎফুল্লিত পৰ্যটক

সেউজ ভূমিত সোণালী সময়! জংঘল ছাফাৰীৰ পৰা উভতি অহাৰ পথত পৰ্যটকৰ গাড়ীৰ সন্মুখত দেখা দিলে এটা সোণালী বাঘ। যিটো অতি...

মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগ! মন্ত্ৰিত্বৰ চৰ্চাত তিনি নতুন মুখ

মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগ! মন্ত্ৰিত্বৰ চৰ্চাত তিনি নতুন মুখ

মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগ। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে পদত্যাগ কৰিছে সঞ্জয় কিষাণে। হিমন্ত মন্ত্ৰীসভাত চাহ জনজাতি উন্নয়ন মন্ত্ৰী আছিল সঞ্জয় কিষাণ।...

চুঙা চাই সোপা! বিজেপি সাংসদৰ প্ৰিয়ংকাক উদ্দেশ্যি ‘জয় শ্ৰীৰাম’, প্ৰিয়ংকাৰ উত্তৰ- ‘জয় সীতাৰাম কওক’

চুঙা চাই সোপা! বিজেপি সাংসদৰ প্ৰিয়ংকাক উদ্দেশ্যি ‘জয় শ্ৰীৰাম’, প্ৰিয়ংকাৰ উত্তৰ- ‘জয় সীতাৰাম কওক’

সংসদ ভৱনৰ বাহিৰত আকস্মিক আদান-প্ৰদানৰ সময়ত বিজেপিৰ সদস্যকে ধৰি কেইবাগৰাকীও মহিলা সাংসদে ৱায়ানাদৰ নতুন সাংসদ প্ৰিয়ংকা গান্ধীক "জয় শ্ৰী ৰাম"...

হায়দৰাবাদত ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত আল্লু অৰ্জুনক চাবলৈ গৈ পদপিষ্ট হৈ মৃত্যু মহিলাৰ

হায়দৰাবাদত ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত আল্লু অৰ্জুনক চাবলৈ গৈ পদপিষ্ট হৈ মৃত্যু মহিলাৰ

‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈ মৃত্যু ঘটিছে এগৰাকী মহিলাৰ। বুধবাৰে নিশা হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা ২: দ্য ৰুল’ৰ প্ৰিমিয়াৰত অংশগ্ৰহণ...

ফ্ৰান্সত অনাস্থা ভোটত হাৰিল প্ৰধানমন্ত্ৰী; ৩ মাহৰ ভিতৰতে পতন ঘটিল চৰকাৰৰ

ফ্ৰান্সত অনাস্থা ভোটত হাৰিল প্ৰধানমন্ত্ৰী; ৩ মাহৰ ভিতৰতে পতন ঘটিল চৰকাৰৰ

কিছুদিন ধৰি ফ্ৰান্সত ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছিল। সেই পৰিস্থিতিত নিৰ্বাচনৰ মাত্ৰ তিনিমাহৰ পিছতে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী মিচেল বাৰ্নিয়াৰে অনাস্থা ভোটত পৰাজিত...

Page 1320 of 6700 1 … 1,319 1,320 1,321 … 6,700

Stay Connected

Recent News