কৰ্ণাটকত কংগ্ৰেছ চৰকাৰৰ পতন ঘটাবলৈ ৫০ বিধায়কক ৫০ কোটি টকা অফাৰ বিজেপিৰ : বিস্ফোৰক অভিযোগ ছিদ্দাৰামায়াৰ
বিজেপিৰ বিৰুদ্ধে আন এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্রী ছিদ্দাৰামায়াই। মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ পতন...














