NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস! হালধীয়া সাংবাদিকতাৰ মাজত সততাক মানি চলা সকললৈ শুভেচ্ছাৰে…

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস! হালধীয়া সাংবাদিকতাৰ মাজত সততাক মানি চলা সকললৈ শুভেচ্ছাৰে…

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস! ১৬ নৱেম্বৰত পালন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত গণতন্ত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাক উদযাপন কৰা হয়। ইয়াত...

নলবাৰী ৰাসৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত ‘ৰাম-সীতা’

নলবাৰী ৰাসৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত ‘ৰাম-সীতা’

অসম আহি পালেহি এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণৰ ‘ৰাম-সীতা’। ৰামৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা অৰুণ গোভিল আৰু সীতাৰ চৰিত্ৰত অভিনয়...

চিকিৎসালয়ৰ নৱজাতক সেৱা বিভাগত ভয়ংকৰ অগ্নিকাণ্ড; ১০টি নৱজাতকৰ মৰ্মান্তিক মৃত্যু

চিকিৎসালয়ৰ নৱজাতক সেৱা বিভাগত ভয়ংকৰ অগ্নিকাণ্ড; ১০টি নৱজাতকৰ মৰ্মান্তিক মৃত্যু

উত্তৰ প্ৰদেশৰ ঝান্সীৰ মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ বাবে নিৰ্দ্ধাৰিত আই চি ইউ বিভাগত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ...

টিম ইণ্ডিয়াৰ সূৰ্যোদয়! সঞ্জু-তিলকৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে অন্তিম টি-২০ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ছিৰিজ দখল ভাৰতৰ

টিম ইণ্ডিয়াৰ সূৰ্যোদয়! সঞ্জু-তিলকৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে অন্তিম টি-২০ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ছিৰিজ দখল ভাৰতৰ

নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰৰ মাটিত টেষ্ট ছিৰিজত শোচনীয় পৰাজয়ৰ পিছত দক্ষিণ আফ্ৰিকাত টি-২০ ছিৰিজত ভাৰতে একপ্ৰকাৰ দমনীয় প্ৰদৰ্শন আগবঢ়ালে। সূৰ্য কুমাৰ...

অসমৰ সন্তৰবিদ দলৰ বিশেষ কৃতকাৰ্যতা! ‘ৰাষ্ট্ৰীয় মাষ্টাৰছ সাঁতোৰ চেম্পিয়নশ্বিপ’ত ৫টা পদক লাভ

অসমৰ সন্তৰবিদ দলৰ বিশেষ কৃতকাৰ্যতা! ‘ৰাষ্ট্ৰীয় মাষ্টাৰছ সাঁতোৰ চেম্পিয়নশ্বিপ’ত ৫টা পদক লাভ

শেহতীয়াকৈ ভূপালত অনুষ্ঠিত ‘২০তম ৰাষ্ট্ৰীয় মাষ্টাৰছ সাঁতোৰ চেম্পিয়নশ্বিপ’ত অসমে পাঁচটা পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ ২৫-২৯ বছৰ শাখাত...

ক্ষমতাত মত্ত আৰক্ষী বিষয়াৰ কাণ্ড! নিৰ্মমভাৱে ছাত্ৰক প্ৰহাৰ কৰি নিলম্বিত ভাৰ্গৱ বৰবৰা

ক্ষমতাত মত্ত আৰক্ষী বিষয়াৰ কাণ্ড! নিৰ্মমভাৱে ছাত্ৰক প্ৰহাৰ কৰি নিলম্বিত ভাৰ্গৱ বৰবৰা

পুনৰ অসমত দেখা পোৱা গ’ল পুলিচী আতিশয্যৰ পৰিঘটনা৷ নিজৰ পেটৰ ভাতমুঠি মোকলাবৰ বাবে ডেলিভাৰী বয় হিচাপে কৰ্মৰত এজন ছাত্ৰৰ ওপৰত...

বিপদত তামিলনাডুৰ লটাৰী সম্রাট : ৰাজনৈতিক দলক সৰ্বাধিক চান্দা দিয়া মাৰ্টিনৰ ঘৰত ইডি

বিপদত তামিলনাডুৰ লটাৰী সম্রাট : ৰাজনৈতিক দলক সৰ্বাধিক চান্দা দিয়া মাৰ্টিনৰ ঘৰত ইডি

এই ইডিৰ অভিযান চলিছে ছেন্টিয়াগো মার্টিনৰ বাসগৃহত। তামিলনাডুৰ লটাৰী সম্রাট হিচাপে পৰিচিত ছেন্টিয়াগো মার্টিনে দীৰ্ঘদিনৰ পৰা ৰাজনৈতিক দলক কোটি কোটি...

১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক আপৰ আহ্বান :  ঋণ লৈ হিতাধিকাৰী আঁচনি ৰূপায়ন কৰা চৰকাৰৰ দিনতে অচল ১০৮ সেৱা- ৰাজীৱ শইকীয়া

১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক আপৰ আহ্বান : ঋণ লৈ হিতাধিকাৰী আঁচনি ৰূপায়ন কৰা চৰকাৰৰ দিনতে অচল ১০৮ সেৱা- ৰাজীৱ শইকীয়া

ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ ন্যায্য প্ৰাপ্যৰ দাবীৰ আন্দোলনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে আম আদমী পাৰ্টিয়ে। আজি আপৰ ৰাজ্যিক সাধাৰণ...

অভিযানৰ সময়ত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত নিলম্বন অসম আৰক্ষীৰ কনিষ্টবল

অভিযানৰ সময়ত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত নিলম্বন অসম আৰক্ষীৰ কনিষ্টবল

শুকুৰবাৰে এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি অসমৰ হাইলাকান্দি জিলাত আৰক্ষী জোৱানক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত এজন আবকাৰী কনিষ্টবলক গ্ৰেপ্তাৰ কৰা...

আগন্তুক নৱবৰ্ষ তথা ২০২৪ আৰু ২৫ বৰ্ষৰ ৰাইজৰ বাবে মুকলি হ’ল গেলেকীৰ কমলাবাৰী বনভোজ স্থলী

আগন্তুক নৱবৰ্ষ তথা ২০২৪ আৰু ২৫ বৰ্ষৰ ৰাইজৰ বাবে মুকলি হ’ল গেলেকীৰ কমলাবাৰী বনভোজ স্থলী

উজনি অসমৰ এখন জনপ্ৰিয় বনভোজৰ স্থলী নাজিৰা গেলেকীৰ স্থিত কমলাবাৰী বনভোজ স্থলী। শিৱসাগৰ জিলাৰ অসম নগালেণ্ড সীমান্তত অৱস্থিত এক নান্দনিক...

Page 1358 of 6702 1 … 1,357 1,358 1,359 … 6,702

Stay Connected

Recent News