NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

উপ নিৰ্বাচনক লৈ আপৰ গুৰুতৰ অভিযোগ : চামগুৰিৰ ১০ টা কেন্দ্ৰত ৰিগিঙৰ অভিযোগ মনোজ ধানোৱাৰৰ

উপ নিৰ্বাচনক লৈ আপৰ গুৰুতৰ অভিযোগ : চামগুৰিৰ ১০ টা কেন্দ্ৰত ৰিগিঙৰ অভিযোগ মনোজ ধানোৱাৰৰ

"চামগুৰিৰ ১০ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং  হৈছে। সমষ্টিটোৰ ৫৩, ৬৭, ৯৯, ১০০ নং বুথ কেন্দ্ৰৰ উপৰি আন ৬ টা কেন্দ্ৰত...

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই সাংবাদিকক দুৰ্ব্যৱহাৰ : বন্দুক উলিয়াই গুলীওৱাৰ ভাবুকি আৰক্ষী জোৱানৰ

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই সাংবাদিকক দুৰ্ব্যৱহাৰ : বন্দুক উলিয়াই গুলীওৱাৰ ভাবুকি আৰক্ষী জোৱানৰ

ৰাষ্ট্ৰীয়  প্ৰেছ দিৱসৰ দিনাই নাজিৰাৰ অ এন জি চি অসম সম্পদৰ প্ৰৱেশ দুৱাৰত সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়ে এজন নিৰাপত্তাৰক্ষীয়ে।...

ঋতুচক্ৰৰ সময়ত মহিলা আৰক্ষী সকলে মাহেকত লাভ কৰিব এটাকৈ ছুটী : অৰুণাচল প্ৰদেশ চৰকাৰৰ সিদ্ধান্ত

ঋতুচক্ৰৰ সময়ত মহিলা আৰক্ষী সকলে মাহেকত লাভ কৰিব এটাকৈ ছুটী : অৰুণাচল প্ৰদেশ চৰকাৰৰ সিদ্ধান্ত

এতিয়াৰে পৰা মহিলা আৰক্ষী জোৱান সকলে ঋতুচক্ৰৰ সময়ত প্ৰতিমাহে এদিন ছুটী লাভ কৰিব। অৰুণাচল প্ৰদেশৰ আৰক্ষী বিভাগে মহিলা জোৱানসকলৰ বাবে...

বিজেপিৰ সাংসদৰ পাৰ্টিত মাংসৰ সলনি বিলালে মাংসৰ জোল : তুমুল মাৰপিট দলীয় কৰ্মীৰ মাজত

বিজেপিৰ সাংসদৰ পাৰ্টিত মাংসৰ সলনি বিলালে মাংসৰ জোল : তুমুল মাৰপিট দলীয় কৰ্মীৰ মাজত

মাংসৰ লোভে মাতি আনিলে সংঘৰ্ষ। এবাতি ছাগলী মাংসৰ বাবেই মাৰপিট লাগিল বিজেপি সাংসদে আয়োজন কৰা পাৰ্টিত। বৃহস্পতিবাৰে নিশা উত্তৰ প্ৰদেশৰ...

বাংলাদেশত হিন্দু নিৰ্যাতন দমন ৰোধৰ বাবে আমেৰিকাক আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ প্ৰবাসী ভাৰতীয়গোষ্ঠীৰ হেঁচা

বাংলাদেশত হিন্দু নিৰ্যাতন দমন ৰোধৰ বাবে আমেৰিকাক আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ প্ৰবাসী ভাৰতীয়গোষ্ঠীৰ হেঁচা

বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ প্ৰতিবাদত ভাৰত-আমেৰিকান সংগঠনে ড’নাল্ড ট্ৰাম্পক ঢাকাত আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে।বৰ্তমান ক্ষমতালৈ...

নাবালিকা পত্নীৰ সৈতে সন্মতি সাপেক্ষে স্থাপন কৰা যৌন সম্পৰ্কও ধৰ্ষণ- বম্বে উচ্চ ন্যায়ালয়

স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ ধুবুৰীৰ এজন শিক্ষক

অসমৰ ধুবুৰী জিলাৰ চাপৰত এগৰাকী নাবালিকা ছোৱালীৰ টিউটৰে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। শনিবাৰে চৰ্চালৈ অহা এই ঘটনাই শিক্ষক-ছাত্ৰৰ সম্পৰ্কত...

এবছৰত ‘৪৯ টা শতক’ অৰ্জন কৰা ১৩ বছৰীয়া ল’ৰাটো এইবাৰ আই পি এলৰ নিলামত

এবছৰত ‘৪৯ টা শতক’ অৰ্জন কৰা ১৩ বছৰীয়া ল’ৰাটো এইবাৰ আই পি এলৰ নিলামত

বয়স ১৩ বছৰ ২৩৪ দিন — ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেটত বহুবাৰ চৰ্চালৈ আহিছে বৈভৱ সূৰ্য্যবংশীৰ নাম। এই বয়সতে তেওঁ ভাৰতৰ...

মণিপুৰৰ জিৰিবামত পুনৰ উত্তেজনা; উদ্ধাৰ হৈছে সন্ধানহীন দুই শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ

মণিপুৰৰ জিৰিবামত পুনৰ উত্তেজনা; উদ্ধাৰ হৈছে সন্ধানহীন দুই শিশু আৰু এগৰাকী মহিলাৰ মৃতদেহ

অশান্ত মণিপুৰত গোষ্ঠীগত সংঘাতত সন্ধানহীন হৈ থকা এগৰাকী মহিলা আৰু দুটি শিশুৰ মৃতদেহ নদীত উদ্ধাৰ হৈছে। আছাম ৰাইফলছ আৰু মণিপুৰ...

নাবালিকা পত্নীৰ সৈতে সন্মতি সাপেক্ষে স্থাপন কৰা যৌন সম্পৰ্কও ধৰ্ষণ- বম্বে উচ্চ ন্যায়ালয়

নাবালিকা পত্নীৰ সৈতে সন্মতি সাপেক্ষে স্থাপন কৰা যৌন সম্পৰ্কও ধৰ্ষণ- বম্বে উচ্চ ন্যায়ালয়

নাবালিকা পত্নীৰ সন্মতি স্বত্বেও যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ। বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এটা গোচৰৰ...

ৰোহিত-ৰীতিকাৰ ঘৰলৈ নতুন আলহী, দ্বিতীয়বাৰৰ বাবে পিতৃ হ’ল ভাৰতীয় অধিনায়ক

ৰোহিত-ৰীতিকাৰ ঘৰলৈ নতুন আলহী, দ্বিতীয়বাৰৰ বাবে পিতৃ হ’ল ভাৰতীয় অধিনায়ক

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাক লৈ এক নতুন ভাল খবৰ আহিছে। খবৰ অনুসৰি ৰোহিত শৰ্মা আৰু তেওঁৰ পত্নী ৰীতিকা...

Page 1357 of 6702 1 … 1,356 1,357 1,358 … 6,702

Stay Connected

Recent News