• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰোহিত-ৰীতিকাৰ ঘৰলৈ নতুন আলহী, দ্বিতীয়বাৰৰ বাবে পিতৃ হ’ল ভাৰতীয় অধিনায়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2024 10:15 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাক লৈ এক নতুন ভাল খবৰ আহিছে। খবৰ অনুসৰি ৰোহিত শৰ্মা আৰু তেওঁৰ পত্নী ৰীতিকা ছাজদেই দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হৈছে। তেওঁলোকৰ ঘৰলৈ আহিছে পুত্ৰ সন্তান। যদিও ৰোহিত বা ৰীতিকা কোনোৱেই এই কথা এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, তথাপিও ছ’চিয়েল মিডিয়াত অনুৰাগীসকলে তেওঁলোকৰ মংগল কামনা কৰি বিভিন্ন পোষ্ট শ্বেয়াৰ কৰিছে।

বৰ্তমান ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে যদিও এতিয়াও অষ্ট্ৰেলিয়াত উপস্থিত হ’ব পৰা নাই। খবৰ অনুসৰি ৰোহিতে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা কিছুদিনৰ বাবে ছুটী বিচাৰিছে, কিয়নো তেওঁৰ পত্নী ৰীতিকাই সন্তান জন্ম দিবলৈ ওলাইছে। এতিয়া নতুন খবৰ হিচাপে আত্মপ্ৰকাশ কৰিছে যে ঋতিকা ছাজদেই এটি পুত্ৰ সন্তান জন্ম দিছে।

লগতে পঢ়কঃ চিকিৎসালয়ৰ নৱজাতক সেৱা বিভাগত ভয়ংকৰ অগ্নিকাণ্ড; ১০টি নৱজাতকৰ মৰ্মান্তিক মৃত্যু

Apply Now

২০১৫ চনত ৰোহিত শৰ্মা আৰু ৰীতিকা ছাজদেৰ বিবাহ হয়। বিয়াৰ পিছত ২০১৮ চনত তেওঁলোকৰ প্ৰথম কন্যা সন্তানৰ জন্ম হয়, যাৰ নাম আছিল ছামাইৰা। বন্ধুত্বৰ ৰূপত আৰম্ভ হৈছিল ৰোহিত আৰু ৰীতিকাৰ সম্পৰ্ক। এসময়ত ৰীতিকাই ৰোহিতৰ মেনেজাৰ হিচাপে কাম কৰিছিল, তাৰ পিছত বন্ধুত্ব লাহে লাহে প্ৰেমলৈ পৰিণত হৈছিল। ইজনে সিজনৰ প্ৰেমত পৰাৰ পিছত বিয়া হোৱাৰ সিদ্ধান্ত লয়।

ইপিনে, অহা ২২ নৱেম্বৰৰ পৰা পাৰ্থত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া পাঁচখন খেলৰ টেষ্ট শৃংখলা আৰম্ভ হ’ব। সকলো ঠিকে থাকিলে ৰোহিত শৰ্মাই প্ৰথমখন মেচত অংশ ল’বলৈ অষ্ট্ৰেলিয়াত উপস্থিত হ’ব পাৰে।

বিশেষকৈ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ ক্ষেত্ৰত ভাৰতৰ বাবে এই শৃংখলাটো অতি গুৰুত্বপূৰ্ণ। ডব্লিউ টি চিৰ ফাইনেলত খেলিবলৈ হ’লে এই ছিৰিজত অষ্ট্ৰেলিয়াক ৪-১ ব্যৱধানত পৰাস্ত কৰিব লাগিব ভাৰতে। ঘৰুৱা মাটিত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো সহজ কাম নহয় যদিও ভাৰতীয় দলৰ শক্তিশালী প্ৰদৰ্শনৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব।

লগতে পঢ়কঃ টিম ইণ্ডিয়াৰ সূৰ্যোদয়! সঞ্জু-তিলকৰ দুৰ্দান্ত প্ৰদৰ্শেনেৰে অন্তিম টি-২০ত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ছিৰিজ দখল ভাৰতৰ

ৰোহিত শৰ্মা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ প্ৰদৰ্শনৰ কথা কবলৈ গ’লে ভাৰতীয় অধিনায়কগৰাকীয়ে এতিয়ালৈকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১২খন টেষ্ট মেচ খেলিছে। এই সময়ছোৱাত তেওঁ ২২টা ইনিংছত ৩৩.৭১ গড়ে ৭০৮ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত তিনিটা অৰ্ধশতক আৰু এটা শতক অন্তৰ্ভুক্ত। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৰোহিত শৰ্মাৰ সৰ্বোচ্চ ১২০ ৰান সংগ্ৰহ কেৰিয়াৰৰ অন্যতম স্মৰণীয় ইনিংছ হিচাপে বিবেচিত হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd