NE NOW NEWS

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

দিল্লীত চিজেপিৰ ‘সংসদ চলো’ কাৰ্যসূচীক লৈ উত্তপ্ত পৰিস্থিতি; কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ সৈতে প্ৰতিনিধি দলৰ বৈঠক

দিল্লীত চিজেপিৰ ‘সংসদ চলো’ কাৰ্যসূচীক লৈ উত্তপ্ত পৰিস্থিতি; কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ সৈতে প্ৰতিনিধি দলৰ বৈঠক

সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি থকাৰ সময়তে নিট-ইউজি (NEET-UG) ২০২৬ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত 'কক্ৰোচ জনতা পাৰ্টী'য়ে (চিজেপি) ৰূপায়ণ...

বিশ্বকাপ ফাইনেলৰ পিছত ৰাষ্ট্ৰপতি জাভিয়েৰ মিলেইৰ বিভ্ৰান্তিকৰ পোষ্ট; পৰাজয়ৰ পিছতো আৰ্জেণ্টিনাত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা

বিশ্বকাপ ফাইনেলৰ পিছত ৰাষ্ট্ৰপতি জাভিয়েৰ মিলেইৰ বিভ্ৰান্তিকৰ পোষ্ট; পৰাজয়ৰ পিছতো আৰ্জেণ্টিনাত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা

২০২৬ বৰ্ষৰ বিশ্বকাপৰ ফাইনেলত স্পেইনৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ পৰাজয়ৰ পিছতে দেশখনৰ ৰাষ্ট্ৰপতি জাভিয়েৰ মিলেইয়ে সামাজিক মাধ্যমত কৰা এলানি পোষ্টে ব্যাপক চৰ্চাৰ...

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সমাজবাদী পাৰ্টীৰ নেত্ৰী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱক সোমবাৰে দিল্লী আৰক্ষীয়ে আটক কৰে। পৰীক্ষাৰ প্ৰশ্নকাকত...

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছে। অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বাবে চালক, নিৰাপত্তাৰক্ষী আৰু ভ্ৰমণৰ...

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰথম দিনা সোমবাৰে লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনতে বিৰোধী দলৰ প্ৰতিবাদ আৰু শ্ল'গানৰ মাজতে কাম-কাজ আৰম্ভ হয়।...

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

বোকাখাতৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক চৰ্চাৰ অনুষ্ঠান প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম এগৰাকী কৰ্মী, বিশিষ্ট নাৰীবাদী লেখিকা, মুক্ত সাংবাদিক, অনুবাদক তথা...

কামৰূপী ভাষাত সৃষ্টিশীল কাম-কাজক লৈ আলোচনাৰ বাবে একত্ৰিত বিভিন্ন ক্ষেত্ৰৰ সাধক

কামৰূপী ভাষাত সৃষ্টিশীল কাম-কাজক লৈ আলোচনাৰ বাবে একত্ৰিত বিভিন্ন ক্ষেত্ৰৰ সাধক

কামৰূপী ভাষাত কাম কৰি থকা শিল্পী, লেখক, সাংস্কৃতিক কৰ্মী আৰু ডিজিটেল মাধ্যমৰ বিষয়বস্তু নিৰ্মাতাসকলক একেখন মঞ্চত একত্ৰিত কৰি বৰনগৰ মহাবিদ্যালয়,...

১৬৩ ধাৰা উপেক্ষা কৰিয়েই সংসদলৈ যাত্ৰা চিজেপিৰ; সমদলক বাধা দিবলৈ বেৰিকেড, আৰক্ষীৰ লাঠিচালনা

১৬৩ ধাৰা উপেক্ষা কৰিয়েই সংসদলৈ যাত্ৰা চিজেপিৰ; সমদলক বাধা দিবলৈ বেৰিকেড, আৰক্ষীৰ লাঠিচালনা

নীট কেলেংকাৰিৰ প্ৰতিবাদত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিয়ে সোমবাৰে সংসদ চলো কাৰ্যসূচী আৰম্ভ কৰিছে। প্ৰতিবাদকাৰীক বাধা...

ৰাজ্যত ভয়াৱহ বান! এজনৰ মৃত্যু, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত; উদ্ধাৰ অভিযানৰ বাবে সাজু সেনা

ৰাজ্যত ভয়াৱহ বান! এজনৰ মৃত্যু, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত; উদ্ধাৰ অভিযানৰ বাবে সাজু সেনা

দেওবাৰে অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বানৰ ফলত এজনৰ মৃত্যু ঘটাৰ লগতে সাতখন জিলাৰ ৫৭ হাজাৰৰো অধিক...

FIFA World Cup 2026 Prize Money: কেপ ভাৰ্ডেই পালে ১০৫ কোটি টকা! বিশ্বকাপত মেছি, স্পেইনসহ বাকীসকলৰ পুৰস্কাৰৰ মূল্য কিমান?

FIFA World Cup 2026 Prize Money: কেপ ভাৰ্ডেই পালে ১০৫ কোটি টকা! বিশ্বকাপত মেছি, স্পেইনসহ বাকীসকলৰ পুৰস্কাৰৰ মূল্য কিমান?

এইবাৰৰ বিশ্বকাপ জয়ৰ বাবে স্পেইনে প্ৰায় ৫০০ কোটি টকা পুৰস্কাৰ হিচাপে লাভ কৰে। লিয়নেল মেছিৰ আৰ্জেণ্টিনাইও ৰানাৰ্ছ আপ হিচাপে লাভ...

Page 143 of 6701 1 … 142 143 144 … 6,701

Stay Connected

Recent News