NE NOW NEWS

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখনৰ পূৰ্বেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিছা নীতিক লৈ এক নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে। আৰ্জেণ্টিনাৰ বিৰুদ্ধে নিজ দেশ স্পেইনৰ...

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

২০২৪ চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক স্বীকৃতি প্ৰদান কৰা ৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অসম-নাগালেণ্ড সীমান্তৰ সংঘৰ্ষৰ পটভূমিত নিৰ্মিত অসমীয়া ছবি 'জুইফুল'এ ৰজত...

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। ইয়াৰ পূৰ্বে পৰম্পৰা অনুসৰি আজি চৰকাৰে সৰ্বদলীয় বৈঠকৰ আহ্বান কৰে। তাত এনচিপিআইকো আমন্ত্ৰণ...

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

একেৰাহে দুখন টি-২০ ছিৰিজত পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলটোৱে জিম্বাবুৱেৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ ছিৰিজ খেলিবলৈ ওলাইছে। সেই অনুসৰি টিম...

একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

স্পেনিছ ফুটবল মানেই এটা সুকীয়া বৈচিত্ৰ থাকিব। গোটেই খেলপথাৰজুৰি দেখা পাব শিল্প। ঠিক যিদৰে এইবাৰৰ বিশ্বকাপত স্পেনিছ ফুটবলত দেখা গৈছে।...

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

আমেৰিকাৰ অবিৰত আক্ৰমণত উত্তেজিত হৈ পৰিছে ইৰাণ। তেওঁলোকে মধ্যপ্ৰাচ্যৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা আমেৰিকাৰ ঘাটিসমূহক লক্ষ্য কৰি লৈছে। শনিবাৰে...

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

লোকসভাৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে উদ্ধৱ থাকৰেৰ শিৱসেনাই ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ...

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ফ্ল’ৰিডাৰ মিয়ামীৰ হাৰ্ড ৰক ষ্টেডিয়ামত তৃতীয় স্থান নিৰ্ণায়ক মেচখনত দেখা গ’ল কেবল গ’লৰ পিছত গ’ল। ইখনৰ পিছত সিখন নাটক। ছেমি...

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবীৰে আমৰণ অনশনত বহা বিশিষ্ট শিক্ষাবিদ তথা পৰিৱেশ কৰ্মী সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকন কৰাৰ অপৰাধত গুৱাহাটীত...

Page 145 of 6701 1 … 144 145 146 … 6,701

Stay Connected

Recent News