বিজেপি শাসনলৈ অহাৰ পাছতেই আৰম্ভ হ’ল সাম্প্ৰদায়িক হিংসা
বিজেপি শাসনলৈ অহাৰ পাছতেই আৰম্ভ হ’ল সাম্প্ৰদায়িক হিংসা। ঈদৰ সময়ত গো-হত্যাৰ অভিযোগত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ সংখ্যাগুৰু হিন্দু সম্প্ৰদায়ৰ।...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
বিজেপি শাসনলৈ অহাৰ পাছতেই আৰম্ভ হ’ল সাম্প্ৰদায়িক হিংসা। ঈদৰ সময়ত গো-হত্যাৰ অভিযোগত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ সংখ্যাগুৰু হিন্দু সম্প্ৰদায়ৰ।...
এইহেন অত্যাধুনিক প্ৰযুক্তিৰ যুগত হেডফোন আৰু ইয়াৰফোন ব্যৱহাৰ কৰাটো এটা পৰম্পৰাত পৰিণত হৈছে। যেতিয়াই আমি অকলশৰীয়া অনুভৱ কৰোঁ বা বিৰক্তিৰ...
'কেৱল ধৰ্মীয় মেৰুবিভাজনৰ ৰাজনীতি কৰি নিৰ্বাচনত জয়ী হোৱাটো সম্ভৱ নহয়। সেই কথা উত্তৰ-পূবৰ আঞ্চলিক দলসমূহে স্বীকাৰ কৰিছে।’- এনডিএৰ অংশীদাৰ দল...
২০১৭ চনতেই দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ সকলো পুৰণি প্ৰযুক্তি কক্ষ সম্পূৰ্ণৰূপে বন্ধ কৰি নতুন প্ৰযুক্তি কক্ষ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল...
বিজেপি শাসিত মধ্যপ্ৰদেশত গো মাংস ৰখাৰ অভিযোগত বুলড’জাৰ চলিল ১১ টা পৰিয়ালৰ ঘৰত। কিন্তু প্ৰশাসনে দাবী কৰিছে যে ঘৰবোৰ অবৈধ...
চেন্নাইত এইবাৰ পুনেৰ পৰ্ছে কাণ্ডসদৃশ অনুৰূপ ঘটনা সংঘটিত হৈছে। পদপথত শুই থকা এজন যুৱকক গাড়ীৰে থেতেলিয়াই পেলোৱাৰ অভিযোগ সাংসদ-কন্যাৰ বিৰুদ্ধে...
ৰাহুল গান্ধীৰ এক সাক্ষাৎকাৰে জোকাৰণি তুলিছে দেশৰ ৰাজনীতিত। লগতে কঁপনি তুলিছে শাসকীয় বিজেপিৰ অন্তৰ্ভাগত। উল্লেখ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে...
হজৰ সময়ত ৫৫০ জনতকৈ অধিক হজযাত্ৰীৰ মৃত্যুৰ খবৰে বিশ্বজুৰি শোকৰ ছাঁ পেলাইছে। আৰব বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি সোমবাৰে মক্কাৰ...
অহা ২১, ২২ আৰু ২৩ জুনত গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰঙালীৰ অষ্টম সংস্কৰণৰ আয়োজন কৰা হৈছে। অসমৰ জাতি-জনগোষ্ঠীৰ...
অনুৰাগীৰ হত্যাকাণ্ডৰ সৈতে জড়িত কানাড়া অভিনেতা দৰ্শন থুগুদীপক কৰ্ণাটকৰ টি নাৰ্চীপুৰাত থকা নিজৰ ফাৰ্ম হাউচত অবৈধভাৱে বিদেশী চৰাই এটা ৰখা...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd