NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া! গৱেষক দলৰ দাবী নসাৎ কৰিলে কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ-এ

কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া! গৱেষক দলৰ দাবী নসাৎ কৰিলে কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ-এ

কোভিড প্ৰতিষেধক কোভিচিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ তথ্য পোহৰলৈ অহাৰ পিছতেই পোহৰলৈ আহিছিল কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ে কৰা গৱেষণাত প্ৰকাশ পাইছিল যে...

৮ বাৰ ভোট দিছিল বিজেপিক! সামাজিক মাধ্যমত ভাইৰেল কিশোৰ : অৱশেষত গ্ৰেপ্তাৰ

৮ বাৰ ভোট দিছিল বিজেপিক! সামাজিক মাধ্যমত ভাইৰেল কিশোৰ : অৱশেষত গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশ আৰক্ষীয়ে দেওবাৰে ভুৱা ভোটদানৰ লগত জড়িত এজন কিশোৰক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বে কিশোৰজনে ইভিএমত ৮ বাৰকৈ বিজেপিৰ চিহ্নত...

মৰ্মান্তিক! এটা মৃত মুৰ্গীৰ বাবেই প্ৰাণ গ’ল তিনি যুৱকৰ

মৰ্মান্তিক! এটা মৃত মুৰ্গীৰ বাবেই প্ৰাণ গ’ল তিনি যুৱকৰ

এটা মৃত মুৰ্গীয়েই যেন কাল হ’ল তিনিজন যুৱকৰ বাবে। এটা মৃত মুৰ্গীৰ বাবেই কৰুণ মৃত্যুক সাৱটি ল’লে তিনিজন যুৱকে। কাছাৰ...

কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমণত গুলীবিদ্ধ পৰ্যটক দম্পতী, নিহত বিজেপি নেতা : সন্ত্ৰাসবাদ নিৰ্মূলত ব্যৰ্থ কথাচহকী মোদী!

কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমণত গুলীবিদ্ধ পৰ্যটক দম্পতী, নিহত বিজেপি নেতা : সন্ত্ৰাসবাদ নিৰ্মূলত ব্যৰ্থ কথাচহকী মোদী!

লোকসভা নিৰ্বাচনৰ মাজতে কাশ্মীৰৰ দুটাকৈ অঞ্চলত হোৱা উগ্ৰপন্থীৰ আক্ৰমণে সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাকে উদঙাই দিছে। জন্মু-কাশ্মীৰত ফুৰিবলৈ আহি...

ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত নিষিদ্ধঘোষিত ‘টু ফিংগাৰ টেষ্ট’ অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ

ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত নিষিদ্ধঘোষিত ‘টু ফিংগাৰ টেষ্ট’ অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক উচ্চতম ন্যায়ালয়ৰ

‘টু ফিংগাৰ টেষ্ট’ অব্যাহত ৰখাৰ বাবে মেঘালয় চৰকাৰক ধমক দিছে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে ধৰ্ষিতা মহিলাৰ স্বাস্থ্য পৰীক্ষাৰ লগত সম্পৰ্কিত...

অসমত দিনক দিনে বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসা  : স্বামীৰ চোকা অস্ত্ৰত প্ৰাণ গ’ল পত্নীৰ

অসমত দিনক দিনে বৃদ্ধি পাইছে গাৰ্হস্থ্য হিংসা  : স্বামীৰ চোকা অস্ত্ৰত প্ৰাণ গ’ল পত্নীৰ

অসমত দিনক দিনে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ তথা গাৰ্হস্থ্য হিংসাৰ ঘটনা। শিৱসাগৰৰ পংখী সন্দিকৈৰ মৃত্যুৰ খবৰৰ চাঞ্চল্য মাৰ নযাওতেই সংঘটিত...

২০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ”ক লৈ উখল-মাখল বোকাখাতৰ জাতীয় বিদ্যালয় বাকৰি

২০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ”ক লৈ উখল-মাখল বোকাখাতৰ জাতীয় বিদ্যালয় বাকৰি

জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত অহা ২৩, ২৪ আৰু ২৫মে'ত তিনিদিনীয়া কাৰ্যসূচীৰে বোকাখাতৰ জাতীয় বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হ'ব ২০ সংখ্যক ৰাজ্যিক...

ভাৰতলৈ আহি সন্ধানহীন বাংলাদেশৰ সাংসদ; বিচাৰি ভাৰতত উপস্থিত পৰিয়ালৰ সদস্য

ভাৰতলৈ আহি সন্ধানহীন বাংলাদেশৰ সাংসদ; বিচাৰি ভাৰতত উপস্থিত পৰিয়ালৰ সদস্য

চিকিৎসাৰ বাবে ভাৰতলৈ আহি সন্ধানহীন হৈ পৰিছে বাংলাদেশৰ ঝিনাইদহ-৪ সমষ্টিৰ আৱামী লীগৰ সংসদ সদস্য আনোৱাৰুল আজিম আনাৰ। বিগত কেইদিনমান ধৰি...

যাত্ৰীৰ অতিৰিক্ত ভিৰলৈ লক্ষ্য কৰি দুখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাচলৰ সময়সীমা বৃদ্ধি

যাত্ৰীৰ অতিৰিক্ত ভিৰলৈ লক্ষ্য কৰি দুখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাচলৰ সময়সীমা বৃদ্ধি

যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে নিৰ্ধাৰিত চলাচলৰ দিন, সময়সূচী, ষ্টপেজ আৰু গঠন অনুসৰি দুখন গ্ৰীষ্মকালীন বিশেষ ৰে’লৰ চলাচলৰ সময়সীমা...

হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যু, প্ৰাণ গ’ল দেশৰ বৈদেশিক মন্ত্ৰীৰো

হেলিকপ্টাৰ দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যু, প্ৰাণ গ’ল দেশৰ বৈদেশিক মন্ত্ৰীৰো

ইৰাণত হেলিকপ্টাৰ ভাঙি যোৱাৰ ফলত সংঘটিত দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ মৃত্যু ঘটিছে। হেলিকপ্টাৰখনত ৰাইছিৰ সহযাত্ৰী তথা বৈদেশিক মন্ত্ৰী হোছেইন...

Page 1560 of 6622 1 1,559 1,560 1,561 6,622

Stay Connected

Recent News