NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বিশ্বৰ সৰ্ববৃহৎ দুৰ্নীতি নিৰ্বাচনী বণ্ড, ফল ভূগিব মোদী চৰকাৰে; মন্তব্য নিৰ্মলা সীতাৰমনৰ স্বামীৰ

বিশ্বৰ সৰ্ববৃহৎ দুৰ্নীতি নিৰ্বাচনী বণ্ড, ফল ভূগিব মোদী চৰকাৰে; মন্তব্য নিৰ্মলা সীতাৰমনৰ স্বামীৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অৰ্থনীতিবিদ স্বামী পৰকলা প্ৰভাকৰে  লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ মোডী চৰকাৰক অস্বস্তিত পেলালে। এইবাৰ তেওঁ দাবী কৰে...

IPL-ত অভিলেখ গঢ়ি ৰাণৰ পাহাৰ হায়দৰাবাদৰ; কঁকাল পোনাই যুঁজিও আত্মসমৰ্পন হাৰ্দিকৰ মুম্বাইৰ

IPL-ত অভিলেখ গঢ়ি ৰাণৰ পাহাৰ হায়দৰাবাদৰ; কঁকাল পোনাই যুঁজিও আত্মসমৰ্পন হাৰ্দিকৰ মুম্বাইৰ

বুধবাৰে আইপিএলৰ এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত হায়দৰাবাদৰ ‘ছানৰাইজ’ (সূৰ্যোদয়)দেখিবলৈ পোৱা গ’ল। আইপিএলৰ ইতিহাসত অভিলেখ গঢ়ি সৰ্বকালৰ সৰ্বোচ্চ ২৭৭ ৰাণ কৰি...

দেখা দিছে নেকি এইবোৰ লক্ষণে? তেন্তে প্ৰটিনৰ অভাৱ হৈছে আপোনাৰ দেহত

দেখা দিছে নেকি এইবোৰ লক্ষণে? তেন্তে প্ৰটিনৰ অভাৱ হৈছে আপোনাৰ দেহত

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ভিটামিন, খনিজ পদাৰ্থৰ উপৰিও প্ৰটিনৰ প্ৰয়োজন। পেশী গঠন, নখ, চুলি, ছাল সুস্থ কৰি ৰখা, হৰম’নৰ ভাৰসাম্য...

Yusuf Pathan Sachin Tendulkar

প্ৰচাৰত শচীন! ইউছুফ পাঠানৰ বিৰুদ্ধে উঠিল নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ

প্ৰথমবাৰৰ বাবে ৰাজনীতিৰ পথাৰত নমা ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান পৰিব পাৰে বিপদত। ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে পাঠানলৈ কঢ়িয়াই আনিছে...

Kolkata airport

কলকাতা বিমানবন্দৰত অভাৱনীয় দুৰ্ঘটনাঃ উৰণৰ সময়তে ৰাণৱেত দুই বিমানৰ সংঘৰ্ষ

এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা আজি কথমপি ৰক্ষা পৰিল ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াৰ দুখন বিমান। এক অভাৱনীয় পৰিস্থিতিৰ সাক্ষী হোৱাৰ পৰা...

ইডিৰ জিম্মাত অসুস্থ অৰবিন্দ : ৪৬ লৈ নামিছে ব্লাড চুগাৰৰ মাত্ৰা, উচ্চ ন্যায়ালয়ত খাৰিজ আভ্যন্তৰীণ জামিন আবেদন

ইডিৰ জিম্মাত অসুস্থ অৰবিন্দ : ৪৬ লৈ নামিছে ব্লাড চুগাৰৰ মাত্ৰা, উচ্চ ন্যায়ালয়ত খাৰিজ আভ্যন্তৰীণ জামিন আবেদন

শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছে ইডিৰ জিম্মাত থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ।  আপৰ নেতৃত্বই কৰিছে এই দাবী। তদন্তকাৰী সংস্থাটোৰ...

আধ্যাত্মিক যৌনতা কি ? কি কয় হিন্দু ধৰ্মৰ পৌৰাণিক গ্ৰন্থসমূহে?

আধ্যাত্মিক যৌনতা কি ? কি কয় হিন্দু ধৰ্মৰ পৌৰাণিক গ্ৰন্থসমূহে?

ভাৰতীয় পৌৰাণিক গ্ৰন্থ বিশেষকৈ হিন্দু ধৰ্মত যৌনতাত প্ৰায়ে ধৰ্ম আৰু কৰ্মৰ লগতে এক সাংস্কৃতি ধাৰণা আৰোপ কৰা হৈছে। লগতে হিন্দু...

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিষয়ত মাত মাতি বিপদত আমেৰিকাৰ কুটনীতিবিদ, চমন জাৰি কৰিলে ভাৰত চৰকাৰে

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিষয়ত মাত মাতি বিপদত আমেৰিকাৰ কুটনীতিবিদ, চমন জাৰি কৰিলে ভাৰত চৰকাৰে

দিল্লীৰ কথিত সুৰা কেলেংকাৰীৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ চৰ্চা ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো চলিছে। আবকাৰী গোচৰত...

দলত সন্মান আৰু স্বীকৃতি নাই! অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰাজু সাহুৰ পদত্যাগ পত্ৰ 

দলত সন্মান আৰু স্বীকৃতি নাই! অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰাজু সাহুৰ পদত্যাগ পত্ৰ 

বিপদে লগ এৰা নাই কংগ্ৰেছক। ইজনৰ পিছত সিজনকৈ নেতাই পদত্যাগ কৰিছে দলটোৰ পৰা। এইবাৰ ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে...

ফাকুৱাৰ আনন্দৰ মাজতে মৰ্মান্তিক ঘটনা : নাচি থকাৰ সময়ত মূৰত ডিজে বক্স পৰি নাবালকৰ মৃত্যু

ফাকুৱাৰ আনন্দৰ মাজতে মৰ্মান্তিক ঘটনা : নাচি থকাৰ সময়ত মূৰত ডিজে বক্স পৰি নাবালকৰ মৃত্যু

ফাকুৱাৰ মাজতে সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা। দৌল উৎসৱ উপলক্ষে এটা অনুষ্ঠানলৈ গৈছিল এটি ছবছৰীয়া নাবালক। সেয়াই যেন কাল হ’ল...

Page 1644 of 6624 1 1,643 1,644 1,645 6,624

Stay Connected

Recent News