NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

সেনা বিষয়াৰ নিৰ্লজ্জ কাণ্ড : নিজৰ ভতিজীক ধৰ্ষণ কৰি হত্যা, ঘটনা গাপ দিয়াৰ চেষ্টা পত্নীৰ

সেনা বিষয়াৰ নিৰ্লজ্জ কাণ্ড : নিজৰ ভতিজীক ধৰ্ষণ কৰি হত্যা, ঘটনা গাপ দিয়াৰ চেষ্টা পত্নীৰ

তামিলনাডুৰ মাদুৰাইৰ এগৰাকী নাবালিকাক ভাৰতীয় সেনাবাহিনীৰ এজন বিষয়াই যৌন নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।  ২২ মাৰ্চত সংঘটিত হৈছিল...

কেনেকৈ এৰিব গুটকা? জানি লওঁক কেইটামান কিটিপ

কেনেকৈ এৰিব গুটকা? জানি লওঁক কেইটামান কিটিপ

আজিকালি এক বৃহৎ পৰিমাণৰ যুৱক-যুৱতী, পুৰুষ মহিলাই গুটকা খোৱা দেখা যায়। কেপি, ৰজনীগন্ধা, চিগনেচাৰ, চিখৰ, বিমল আদি বিভিন্ন ধৰণৰ গুটকা...

hit and run case in Guwahati

মহানগৰীৰ ভিআইপি ৰোডত হিট এণ্ড ৰাণ কাণ্ডঃ থিতাতে নিহত এজন

মঙলবাৰে নিশা গুৱাহাটী মহানগৰীৰ ভিআইপি ৰোডত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাইছে এজন ব্যক্তিয়ে। প্ৰকাশিত...

Carrots Health Benefits

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে গাজৰে, জানেনে? লগতে আছে অনেক উপকাৰিতা

নিজকে সুস্থ, সবল তথা নিৰোগী শৰীৰৰ অধিকাৰী কৰি ৰখাত গুৰুত্ব দিয়া স্বাস্থ্য সচেতক লোকসকলৰ খাদ্য তালিকাত সততে স্থান পোৱা এবিধ...

Holi

পৰম্পৰা! হোলীৰ সময়ত এখন গাঁৱত পুৰুষসকলে লয় মহিলাৰ বেশ-ভূষা, আছে এক বিশেষ কাৰণ

বিগত দুটা দিন হোলীৰ আনন্দত ডুব গ’ল সমগ্ৰ দেশ। ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰিলে দেশৰ সৰ্বপ্ৰান্তৰ লোকসকলে। সাধাৰণতেই বৈচিত্ৰময় ভাৰতৰ...

US Bridge Collapse

আামেৰিকাত শিহৰণকাৰী জাহাজ দুৰ্ঘটনাঃ ছয়জন শ্ৰমিকৰ মৃত্যুৰ সন্দেহ

আমেৰিকাৰ বাল্টিম’ৰৰ ফ্ৰান্সিছ স্কট কী দলঙত মঙলবাৰে সংঘটিত হয় এক ভয়াৱহ জাহাজ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ছয়জন লোকৰ মৃত্যুৰ সন্দেহ কৰা...

Chanakya niti

চাণক্য বচনঃ সন্তানৰ সৈতে কেনে হ’ব লাগে পিতৃ-মাতৃৰ সম্পৰ্ক?

ভাৰতীয় সমাজ-জীৱনত আচাৰ্য চাণক্য এটা অতি পৰিচিত নাম। নিজৰ অসীম জ্ঞান, ধ্যান-ধাৰণাৰে আচাৰ্য চাণক্যই ভাৰতীয় জনসাধাৰণৰ মাজত বিশেষ স্থান দখল...

Pakistan

পাকিস্তানত আত্মঘাতী বোমা বিস্ফোৰণঃ পাচজন চীনা নাগৰিক নিহত

এক ভয়াৱহ আত্মঘাতী বোমাৰু বিস্ফোৰণে কালি জোকাৰি তোলে পাকিস্তান। দেশখনৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত সংঘটিত এই বিস্ফোৰণত পাঁচজন চীনা নাগৰিকৰ লগতে...

অসমে কেতিয়াও ‘কা’ মানি নলয়, প্ৰতিবাদ কৰিয়েই থাকিব : জুবিন গাৰ্গ

অসমে কেতিয়াও ‘কা’ মানি নলয়, প্ৰতিবাদ কৰিয়েই থাকিব : জুবিন গাৰ্গ

কণ্ঠশিল্পী জুবিন গাৰ্গে মঙলবাৰে কয় যে অসমে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (কা)ৰ বিৰোধিতা কৰি থাকিব, এই আইন কেতিয়াও অসমে মানি...

মোদীয়ে নুশুনিলে দাবী : ২১ দিনৰ মূৰত অনশন ভংগ কৰিলে সোণম ৱাংচুকে

মোদীয়ে নুশুনিলে দাবী : ২১ দিনৰ মূৰত অনশন ভংগ কৰিলে সোণম ৱাংচুকে

‘থ্ৰী ইডিয়টছ’ চিনেমাখনৰ কথা নিশ্চয় মনত আছে। লাডাখৰ এগৰাকী বিশিষ্ট জলবায়ু কৰ্মী তথা শিক্ষা সংস্কাৰক সোণম ৱাংচুকক লৈ নিৰ্মান কৰা...

Page 1645 of 6624 1 1,644 1,645 1,646 6,624

Stay Connected

Recent News