ক্ৰীজলৈ আহিলেই বাজে ৰাম ছিয়া ৰাম! খেলৰ মাজতে মহাৰাজ-ৰাহুলৰ বাৰ্তালাপ, ভাইৰেল ভিডিঅ’
বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ। মেচখনত দক্ষিণ আফ্ৰিকাক ৭৮ ৰাণত পৰাস্ত কৰি ভাৰতীয় দলে...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ। মেচখনত দক্ষিণ আফ্ৰিকাক ৭৮ ৰাণত পৰাস্ত কৰি ভাৰতীয় দলে...
আগন্তুক বৰ্ষৰ দেশৰ গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। ভাৰত চৰকাৰে জনোৱা আমন্ত্ৰণ গ্ৰহণ...
ব্রিজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সহায়ক ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি হিচাপে নির্বাচিত হোৱাৰ পিছতে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে দেশৰ শীৰ্ষ...
ভাৰতীয় ক্ৰিকেটৰ শ্ৰেষ্ঠতম অধিনায়ক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ পিছত ২০১৯ চনত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে।...
শুকুৰবাৰে গুৱাহাটী আৰক্ষীয়ে ভূমিৰ জাল নথি-পত্ৰ প্ৰস্তুত কৰা আৰু মানুহক প্ৰতাৰণা কৰাৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত...
অহা ২৬ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰত। এই শৃংখলাৰ মাত্ৰ চাৰিদিন পূৰ্বে হঠাতে...
অন্ধবিশ্বাসৰ পৰিণতিত যোৱা থোৱা অৱস্থা হৈছে এগৰাকী যুৱতীৰ। অন্ধবিশ্বাসৰ বলি হৈ জ্যোতিষীৰ কথাত ৪ মাহে গৃহবন্দী হৈ থাকি সংকটজনক অৱস্থাত...
আমেৰিকাৰ ওকলাহোমা প্ৰদেশৰ ঘটনা। তাতে গ্লিন ছিমনছ নামৰ এজন ব্যক্তিয়ে ৪৮ বছৰ কাৰাগাৰত থকাৰ পিছত গম পালে যে তেওঁ নিৰ্দোষী।...
চিকিৎসাৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যুৰ গোচৰত ভাৰতত চিকিৎসকসকলে কমেও দুবছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব। লোকসভাত গৃহীত ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা...
জুন মাহৰ পৰা চেক কাৰাগাৰত বন্দী হৈ থকা এজন ভাৰতীয় বিষয়াৰ নিৰ্দেশত খালিস্তানৰ বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ ষড়যন্ত্ৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd