NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Conrad Sangma

দুৰ্ঘটনাত পতিত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ কনভয়

এক দুৰ্ঘটনাৰ সন্মুখীন হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ কনভয়। আজি পুৱাৰ ভাগত মেঘালয়ৰ আপাৰ ছিলং অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।...

অবাধ্য ঐশ্বৰ্য, ফল ভূগিলে অভিষেকে! কন্যা শ্বেতাক বিশাল সম্পত্তি উপহাৰ দিলে অমিতাভে

অবাধ্য ঐশ্বৰ্য, ফল ভূগিলে অভিষেকে! কন্যা শ্বেতাক বিশাল সম্পত্তি উপহাৰ দিলে অমিতাভে

কিংবদন্তি অভিনেতা অমিতাভ বচ্চন বাৰে বাৰে বিভিন্ন বিষয়ত চৰ্চালৈ আহে। কিন্তু কেইবাদিনো ধৰি পাৰিবাৰিক নানা ঘটনা পোহৰলৈ অহাৰ পিছত তেওঁ...

উজনিত আত্মসমৰ্পণ দুই আলফা(স্বা) কেডাৰৰ

উজনিত আত্মসমৰ্পণ দুই আলফা(স্বা) কেডাৰৰ

শনিবাৰে চৰাইদেউ জিলাৰ সোণাৰিত আলফাৰ দুই সক্ৰিয় কেডাৰে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছে। কেডাৰ দুজনৰ নাম নয়ন পাটমাউত ওৰফে বিকাশ অসম...

কাৰাগাৰতে ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত আমেৰিকাৰ ফ্লয়ড হত্যাত দোষী সাব্যস্ত আৰক্ষী বিষয়া!

কাৰাগাৰতে ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত আমেৰিকাৰ ফ্লয়ড হত্যাত দোষী সাব্যস্ত আৰক্ষী বিষয়া!

আমেৰিকাৰ মিনিয়াপলিছত কৃষ্ণাংগ নাগৰিক জৰ্জ ফ্লয়ডক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা প্ৰাক্তন আৰক্ষী বিষয়া ডেৰেক চ’ভিনক কাৰাগাৰত ছুৰীৰে আঘাত...

শাৰী পৰিধান কৰি সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন : চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ট্ৰান্সজেণ্ডাৰ কিশোৰে

শাৰী পৰিধান কৰি সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন : চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে ট্ৰান্সজেণ্ডাৰ কিশোৰে

পুৰুষৰ শৰীৰ লৈ জন্ম গ্ৰহণ কৰিলেও নিজকে নাৰী বুলি গণ্য কৰিছিল তেওঁ। নাৰীৰ দৰে থাকিবলৈ ভাল পাইছিল। মেকআপৰ প্ৰতি চখ...

অনিয়ম! দেশৰ ৩টা ৰাষ্ট্ৰীয়কৃত বেংকৰ ওপৰত মোটা অংকৰ জৰিমনা বিহিলে ৰিজাৰ্ভ বেংকে

অনিয়ম! দেশৰ ৩টা ৰাষ্ট্ৰীয়কৃত বেংকৰ ওপৰত মোটা অংকৰ জৰিমনা বিহিলে ৰিজাৰ্ভ বেংকে

দেশৰ শীৰ্ষ ৫ টা ৰাষ্ট্ৰীয়কৃত বেংকৰ ভিতৰত অন্যতম বেংক অৱ বৰোদা। ভাৰতীয় ৰিজাৰ্ভ বেংকে সেই বেংকৰ ওপৰত মোটা অংকৰ জৰিমনা...

২৬ নবেম্বৰত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব সংবিধান দিৱস

২৬ নবেম্বৰত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব সংবিধান দিৱস

প্ৰতি বছৰে ২৬ নৱেম্বৰৰ দিনটো আমাৰ দেশত সংবিধান দিৱস হিচাপে পালন কৰা হয়। এইবাৰ সংবিধান দিৱস উপলক্ষে ভাৰত জোড়ো অভিযান,...

আমেৰিকাত নিৰাপদ নহয় ভাৰতীয়! এইবাৰ বন্দুকধাৰীৰ গুলীত নিহত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ

আমেৰিকাত নিৰাপদ নহয় ভাৰতীয়! এইবাৰ বন্দুকধাৰীৰ গুলীত নিহত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ

আজিৰ পৰা মাত্ৰ কিছুদিন আগতে আমেৰিকাৰ ইণ্ডিয়ানা জিমত হত্যাৰ বলি হৈছিল ২৪ বছৰীয়া ভাৰতীয় ছাত্ৰ বৰুণ ৰাজ পূচাক।  বৰুণ ৰাজ...

বিদ্ৰোহৰ সন্মুখত দিশহাৰা ম্যানমাৰৰ জুন্টা; সহায় বিচাৰি চীনৰ দুৱাৰত টোকৰ

বিদ্ৰোহৰ সন্মুখত দিশহাৰা ম্যানমাৰৰ জুন্টা; সহায় বিচাৰি চীনৰ দুৱাৰত টোকৰ

বিদ্ৰোহৰ ফলত দিশহাৰা হৈ পৰিছে ম্যানমাৰৰ জুন্টা চৰকাৰ। দেশৰ আভ্যন্তৰীণ পৰিস্থিতি ক্ৰমাৎ সংঘাতপূৰ্ণ হৈ পৰিছে। ইয়াৰ মাজতে সশস্ত্ৰ সংগঠনসমূহে দেশৰ...

২২ জানু্ৱাৰীত মুকলি কৰা হ’ব ৰাম মন্দিৰ : মুকলি কৰা হ’ব ৰাম সেৱা এপ

২২ জানু্ৱাৰীত মুকলি কৰা হ’ব ৰাম মন্দিৰ : মুকলি কৰা হ’ব ৰাম সেৱা এপ

২২ জানুৱাৰীত মুকলি হ’ব ৰাম মন্দিৰৰ দুৱাৰ। উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণ গতিত আৰম্ভ হৈছে। বিশ্ব হিন্দু পৰিষদৰ দৰে সংগঠনেও এই...

Page 1826 of 6627 1 1,825 1,826 1,827 6,627

Stay Connected

Recent News