• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাগাৰতে ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত আমেৰিকাৰ ফ্লয়ড হত্যাত দোষী সাব্যস্ত আৰক্ষী বিষয়া!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 25, 2023 1:00 pm
আমেৰিকাৰ প্ৰাক্তন আৰক্ষী বিষয়া ডেৰেক চ’ভিন। ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ প্ৰাক্তন আৰক্ষী বিষয়া ডেৰেক চ’ভিন। ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ মিনিয়াপলিছত কৃষ্ণাংগ নাগৰিক জৰ্জ ফ্লয়ডক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হোৱা প্ৰাক্তন আৰক্ষী বিষয়া ডেৰেক চ’ভিনক কাৰাগাৰত ছুৰীৰে আঘাত কৰা হৈছে। শুকুৰবাৰে টাচনৰ ফেডাৰেল কাৰেকচনেল ইনষ্টিটিউচনত সেই কাৰাগাৰৰে আন এজন কয়দীয়ে চ’ভিনক ছুৰীৰে আঘাত কৰে। আমেৰিকাৰ সংবাদ মাধ্যমে এই তথ্য সদৰী কৰিছে।

২০২০ চনত জৰ্জ ফ্লয়ডক ভুৱা নোট ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত তেতিয়াৰ আৰক্ষী বিষয়া ডেৰেক চ’ভিনে তেওঁক (ফ্লয়ড) পথত পেলাই লৈ ডিঙিত আঁঠুৰে চেপি ধৰিছিল। ৯ মিনিটতকৈও অধিক সময় তেওঁ ফ্লয়ডৰ ডিঙিত এনেদৰে চেপি ধৰি ৰাখিছিল। পিছত ফ্লয়ডক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

লগতে পঢ়কঃ আমেৰিকাত নিৰাপদ নহয় ভাৰতীয়! এইবাৰ বন্দুকধাৰীৰ গুলীত নিহত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ

Apply Now

এই ঘটনাই সমগ্ৰ আমেৰিকা আৰু বিশ্বৰ বিভিন্ন চহৰত আৰক্ষীৰ বৰ্বৰতা আৰু বৰ্ণবাদৰ বিৰুদ্ধে প্ৰতিবাদৰ সূত্ৰপাত ঘটায়।

পিছত শ্বেতাংগ চ’ভিনক ফ্লয়ডৰ হত্যাৰ ঘটনাত দোষী সাব্যস্ত কৰি ২০ বছৰতকৈ অধিক কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয় । তেওঁক টাকচন কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে।

শুকুৰবাৰে ছুৰীৰে আঘাত কৰাত চ’ভিন গুৰুতৰভাৱে আহত হয় বুলি নাম প্ৰকাশ নকৰা সূত্ৰৰ উদ্ধৃতি দি এক আন্তৰ্জাতিক সংবাদ সংস্থাই বাতৰি প্ৰকাশ কৰিছে।

লগতে পঢ়কঃৰেড ক্ৰছৰ বাহনত ইজৰাইললৈ যোৱাৰ পথত হামাছে প্ৰথম মুকলি কৰি দিলে কেইবাজনো যুদ্ধবন্দীক

ইপিনে, এই খবৰ নিশ্চিত কৰিবলৈ ৰয়টাৰ্ছে টাকচন কাৰাগাৰৰ মুখপাত্ৰৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে তেওঁৰ বক্তব্যৰ বিষয়ে সদ্যহতে জানিব পৰা হোৱা নাই।

আনহাতে, চ’ভিনৰ আইনী দলৰ সদস্য গ্ৰেগ এৰিক্সনে কয় যে তেওঁ এনে কোনো ঘটনাৰ বিষয়ে অৱগত নহয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱলৈ নতুন ভাবুকি: অস্ত্ৰ সৰবৰাহৰ বাবে ব্যৱহাৰ হৈছে ড্ৰোন, ডিজে আৰু কিশোৰ   

July 1, 2026 3:04 pm
ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

ভেনিজুৱেলাত ভাৰতীয় নাৱিকৰ ৰহস্যজনক মৃত্যু: শৰীৰৰ পৰা অন্তৰ্ধান মগজু, হৃদযন্ত্ৰকে ধৰি প্ৰধান অংগ

July 1, 2026 1:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm
নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

নৰ্মদাপুৰমৰ ন্যায়াধীশ তাবাচ্ছুম খানলৈ মৃত্যুৰ ভাবুকি: ৭ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ পাছতে ছচিয়েল মিডিয়াত বিদ্বেষমূলক প্ৰচাৰ

July 1, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd