ৰে’লযোগে ভূটান যোৱাৰ বাট মুকলি! শীঘ্ৰেই আৰম্ভ হ’ব জৰীপৰ কাম, ৰজা ৱাংচুকৰ সন্মতি
শেহতীয়াকৈ ভূটানৰ ৰজা জিগমি খেছাৰ নামগয়াল ৱাংচুক ভাৰত ভ্ৰমণলৈ আহিছে। সোমবাৰে দিল্লীত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি বৈঠকত মিলিত...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
শেহতীয়াকৈ ভূটানৰ ৰজা জিগমি খেছাৰ নামগয়াল ৱাংচুক ভাৰত ভ্ৰমণলৈ আহিছে। সোমবাৰে দিল্লীত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি বৈঠকত মিলিত...
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শচীন টেণ্ডুলকাৰে যথেষ্ট সফলতা লাভ কৰিছে। ফলত এদিনীয়া বিশ্বকাপৰ গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে তেওঁৰ পৰামৰ্শ লাভ কৰি আফগানিস্তানৰ ক্ৰিকেটাৰসকলে...
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এইবাৰ প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে ‘টাইম আউট’ৰ ঘটনা। যদিও আউট বিধিগত আছিল, তথাপিও ইয়াৰ আগতে কেতিয়াও বেটছমেনৰ টাইম...
ছত্তীশগড় আৰু মিজোৰামত বিধানসভা নিৰ্বাচনৰ বাবে আজি ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। মঙলবাৰে পুৱাৰে পৰা ছত্তীশগড়ত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।...
বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰিপ্ৰেক্ষিতত বাংলাদেশ আৰু শ্ৰীলংকাৰ খেলখনৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল আন দেশৰ ক্ৰিকেটপ্ৰেমীসকলে। কিন্তু কোনে জানিছিল...
ইয়াৰ আগলৈকে গৰ্ভনিৰোধক কেৱল মহিলাৰ বাবেহে আছিল। পুৰুষৰ বাবে একমাত্ৰ বিকল্প আছিল ভেচেক্টমী। কিন্তু বিপ্লৱ আনিছে ভাৰতীয় সংগঠন আইচিএমআৰে। ইতিমধ্যে...
মঙলবাৰে পুৱাৰ পৰা আৰম্ভ হ’ব ছত্তীশগড়ৰ বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰ পূৰ্বেই সোমবাৰে বিয়লি মাওবাদীয়ে সংঘটিত কৰিছে কুটাঘাত। আই ই...
অসমত আজি ‘সিংঘম’ ৰ দৰে আৰক্ষী বিষয়াৰ প্ৰয়োজন ৰাইজে উপলব্ধি কৰিছে আৰু তেতিয়াহে অসমত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা ‘ছিণ্ডিকেটৰাজ’...
বায়ু প্ৰদূষণৰ চৰম মাত্ৰাত উপনীত হৈছে ৰাজধানী দিল্লী । এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেজৰিৱাল চৰকাৰে ইতিমধ্যে যাতায়তৰ ক্ষেত্ৰত ইভেন...
লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে জনসাধাৰণৰ পৰা ক্ৰমাৎ বিচ্ছিন্ন হৈ পৰা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল আৰু ৰাজ্যখনৰ বিজেপি...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd