NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

যিমানেই কঠিন প্ৰশ্ন, সিমানেই ক্ষিপ্ৰ উত্তৰ! চুপাৰ কম্পিউটাৰকো চেৰ পেলোৱা প্ৰতিভা কিশোৰীৰ (ভিডিঅ’)

যিমানেই কঠিন প্ৰশ্ন, সিমানেই ক্ষিপ্ৰ উত্তৰ! চুপাৰ কম্পিউটাৰকো চেৰ পেলোৱা প্ৰতিভা কিশোৰীৰ (ভিডিঅ’)

শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ছোৱালীজনীয়ে অংকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ ধৰণটো দেখি আপুনি আচৰিত হ’ব। এই ভিডিঅ’টো...

বিশিষ্ট লেখক-অৰ্থনীতিবিদ অনন্ত কলিতাৰ ৭৬ বছৰ বয়সত দেহাৱসান

বিশিষ্ট লেখক-অৰ্থনীতিবিদ অনন্ত কলিতাৰ ৭৬ বছৰ বয়সত দেহাৱসান

বিশিষ্ট লেখক, অৰ্থনীতিবিদ অনন্ত কলিতাৰ দেহাৱসান ঘটিছে। তেওঁ জটিল ৰোগত আক্ৰান্ত হৈ বহুদিন ধৰি চিকিৎসাধীন হৈ আছিল। দেওবাৰে পুৱা ৭...

আমেৰিকাৰ ফ্ল’ৰিডাত বৰ্ণবাদী বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে ৩ জন কৃষ্ণাংগক

আমেৰিকাৰ ফ্ল’ৰিডাত বৰ্ণবাদী বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে ৩ জন কৃষ্ণাংগক

আমেৰিকাৰ ফ্ল’ৰিডা প্ৰদেশত বৰ্ণবাদী বন্দুকধাৰীৰ গুলীচালনাত নিহত হৈছে তিনিজন লোক। তিনিওজন নিহত লোকেই কৃষ্ণাংগ। তিনিওজনক হত্যা কৰাৰ পিছত শ্বেতাংগ আক্ৰমণকাৰীৰো...

পুত্রবধুক শয্যাসংগী কৰাৰ প্ৰস্তাৱ; স্বামীৰ মুখত এনে জঘণ্য কথা শুনি ডিঙি কাটিলে পত্নীয়ে

পুত্রবধুক শয্যাসংগী কৰাৰ প্ৰস্তাৱ; স্বামীৰ মুখত এনে জঘণ্য কথা শুনি ডিঙি কাটিলে পত্নীয়ে

শহুৰেকে বোৱাৰীক যৌন নিৰ্যাতন চলাব বিচাৰিছিল। পত্নীয়ে পুত্ৰবধুক বচাবলৈ গৈ স্বামীক ডিঙি কাটি হত্যা কৰে। যদিও প্ৰথমে তেওঁ এই অপৰাধৰ...

আদালত চৌহদতে গুলীচালনা; আহত বিচাৰাধীন ২ জন কাৰাবন্দী

আদালত চৌহদতে গুলীচালনা; আহত বিচাৰাধীন ২ জন কাৰাবন্দী

আদালত চৌহদতে সংঘটিত হ’ল গুলীচালনাৰ ঘটনা। আৰক্ষীক মুকলিকৈ প্ৰত্যাহ্বান জনালে অপৰাধীয়ে। এটা গোচৰৰ শুনানিৰ বাবে আদালত চৌহদলৈ অহা দুজন কাৰাবন্দী...

বিজেপি সাংসদৰ বাসগৃহৰ পৰা উদ্ধাৰ ১০ বছৰীয়া নাবালকৰ মৃতদেহ

বিজেপি সাংসদৰ বাসগৃহৰ পৰা উদ্ধাৰ ১০ বছৰীয়া নাবালকৰ মৃতদেহ

শিলচৰ সমষ্টিৰ বিজেপি সাংসদ  ৰাজদ্বীপ ৰায়ৰ বাসগৃহৰ পৰা শনিবাৰে (২৬ আগষ্ট) উদ্ধাৰ হয় এটি ১০ বছৰীয়া নাবালকৰ মৃতদেহ। বাতৰি অনুসৰি,...

মুম্বাইত ‘ইণ্ডিয়া’ৰ বৈঠক; কেৱল প্ৰতীকেই নহয়, হ’ব আসনৰ ভাগ-বতৰাও!

মুম্বাইত ‘ইণ্ডিয়া’ৰ বৈঠক; কেৱল প্ৰতীকেই নহয়, হ’ব আসনৰ ভাগ-বতৰাও!

পাটনাৰ পিছত বাংগালুৰু আৰু এইবাৰ মুম্বাই। অহা ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত তৃতীয় পৰ্যায়ৰ বৈঠকত বহিব মিত্ৰজোঁট ‘ইণ্ডিয়া’। ইণ্ডিয়া মিত্ৰজোঁটৰ...

বিশ্বকাপ জয়ৰ পিছত খেলুৱৈক ওঁঠত চুম্বন; স্পেনিছ ফুটবল ফেডাৰেচনৰ সভাপতিক ফিফাৰ নিলম্বন

বিশ্বকাপ জয়ৰ পিছত খেলুৱৈক ওঁঠত চুম্বন; স্পেনিছ ফুটবল ফেডাৰেচনৰ সভাপতিক ফিফাৰ নিলম্বন

মহিলা বিশ্বকাপ জয় কৰাৰ পিছত খেলুৱৈৰ ওঁঠত চুমা খাইছিল। এই ঘটনাক লৈ ক্ৰমে বিতৰ্ক বৃদ্ধি পাইছে। ফিফাই স্পেনিছ ফুটবল ফেডাৰেচনৰ...

Neeraj Chopra

আন এক ভাৰত-পাক যুঁজ! কোনে মাৰিব শেষ হাঁহি

ক্ৰীড়াবিশ্বত ভাৰত-পাকিস্তানৰ মুখামুখি মানেই অনন্য ৰোমাঞ্চ। দুই দেশৰ খেলুৱৈৰ প্ৰত্যাহ্বানক লৈ কেৱল দেশ দুখনৰ জনসাধাৰণেই নহয়, উৎসুক হৈ থাকে বিশ্বৰে...

oil palm cultivation

তৈল পাম খেতি বন্ধৰ দাবীত গুৱাহাটীত কৃষক সংগঠনৰ প্ৰতিবাদ: মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত তৈলপাম খেতিক কেন্দ্ৰ কৰি উত্তাল হৈ আছে অসম। তৈলপামৰ খেতিয়ে ৰাজ্যৰ জৈৱ-বৈচিত্ৰক ধ্বংস কৰি তুলিব বুলি যুক্তি...

Page 1966 of 6634 1 1,965 1,966 1,967 6,634

Stay Connected

Recent News