আকৌ কাৰাগাৰ! লালু প্ৰসাদ যাদৱৰ জামিনৰ বিৰোধিতাৰে আদালতৰ কাষ চাপিল চিবিআই
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডি মুৰব্বী লালু প্ৰসাদ যাদৱৰ বাবে আন এক শংকাৰ সৃষ্টি কৰিছে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- এ।...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডি মুৰব্বী লালু প্ৰসাদ যাদৱৰ বাবে আন এক শংকাৰ সৃষ্টি কৰিছে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- এ।...
বিশিষ্ট সক্ৰিয় ৰাজহুৱা কৰ্মী তথা অধ্যাপক দেৱেন দত্তৰ যোৱা নিশা গুৱাহাটী মেডিকেল কলেজত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে...
এক চিনেমাসদৃশ হত্যাকাণ্ডই জোকাৰি তুলিছে বিহাৰ। এগৰাকী সাংবাদিকক বন্দুকধাৰী আততায়ীয়ে ঘৰৰ ভিতৰতে গুলীয়াই হত্যা কৰাক লৈ ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি...
গোষ্ঠীগত সংঘৰ্ষৰ ফলশ্ৰুতিত তিনিমাহতকৈ অধিক সময় ধৰি অশান্ত হৈ আছে মণিপুৰ। এনে হিংসাত্মক পৰিস্থিতিৰ ফলত প্ৰায় ৰুদ্ধ হৈ পৰিছে শৈক্ষিক...
শিক্ষিত প্ৰাৰ্থীসকলক ভোট দিবলৈ তেওঁ শিক্ষাৰ্থীসকলক পৰামৰ্শ দিছিল। যাৰ বাবে দিল্লীৰ এজন শিক্ষকে নিজৰ চাকৰি হেৰুৱাবলগীয়া হ’ল। অৱশ্যে বৰ্খাস্ত হোৱা...
২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ সময়ত বিলকিছ বানোক দলবদ্ধ ধৰ্ষণ আৰু পৰিয়ালৰ সদস্যক হত্যা কৰাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত ১১ জন অভিযুক্তক...
আমেৰিকাৰ এদল অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ দলে চিকিৎসা বিজ্ঞানত এক নতুন সাফল্যৰ দাবী কৰিছে। তেওঁলোকে দাবী কৰিছে যে গাহৰিৰ বৃক্ক (কিডনি) মানুহৰ...
নিৰ্বাচনৰ পূৰ্বে পাকিস্তানত গঠন কৰা হৈছে অন্তৱৰ্তীকালীন চৰকাৰ। এই চৰকাৰে নিৰ্বাচন নোহোৱালৈকে দেশ চলাব। আনোৱাৰুল হক কাকাৰে যোৱা সপ্তাহত ৰাষ্ট্ৰপতি...
বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ অনাকাংক্ষিত মৃত্যুৰ পাছত ৰাজ্যিক বিজেপিত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে। দলৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিস্ফোৰক পত্ৰৰ...
শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী, কটন মহাবিদ্যালয়ৰ ভূতপূৰ্ব উপাধ্যক্ষ তথা ইংৰাজী বিষয়ৰ অধ্যাপক দেৱেন দত্তৰ দেহাৱসান ঘটিছে। নিশা ১২.১০ বজাত...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd