NE NOW NEWS

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

প্ৰধানমন্ত্ৰীয়ে দেশৰ মুছলমানৰ ‘মন কী বাত’ শুনক: আহ্বান দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম বুখাৰীৰ

প্ৰধানমন্ত্ৰীয়ে দেশৰ মুছলমানৰ ‘মন কী বাত’ শুনক: আহ্বান দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম বুখাৰীৰ

দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰীয়ে শুকুৰবাৰে নুহত সংঘটিত সাম্প্ৰদায়িক হিংসা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এক আহ্বান জনায়।...

চাণক্য নীতি: পুৰুষৰ আগতো ব্যক্ত কৰিব নালাগে এই ৪ টা কথা, নহ’লে বিপদৰ পৰা নাপাব পৰিত্ৰাণ!

চাণক্য নীতি: পুৰুষৰ আগতো ব্যক্ত কৰিব নালাগে এই ৪ টা কথা, নহ’লে বিপদৰ পৰা নাপাব পৰিত্ৰাণ!

আচাৰ্য চাণক্য তেওঁৰ নীতিৰ বাবে পৰিচিত, যিবোৰ কঠোৰ যদিও কোনো ব্যক্তিয়ে নিজৰ জীৱনত সেইবোৰ গ্ৰহণ কৰিলে তেওঁক আগবাঢ়ি যোৱাত কোনেও...

বিজেপি নেতাৰ সৈতে অন্তৰংগ ফটো ভাইৰেল হোৱাৰ পিছতেই চৰম সিদ্ধান্ত ল’লে বিজেপি নেত্ৰীয়ে

বিজেপি নেতাৰ সৈতে অন্তৰংগ ফটো ভাইৰেল হোৱাৰ পিছতেই চৰম সিদ্ধান্ত ল’লে বিজেপি নেত্ৰীয়ে

শুকুৰবাৰে বিজেপিৰ এগৰাকী নেত্ৰীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ পোহৰলৈ অহাৰ লগতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। খবৰ অনুসৰি, উজনি অসমৰ...

মুখ বন্ধ কৰাৰ আখৰা চলিছে নেকি চৰকাৰক সমালোচনা কৰি অহা সংবাদগোষ্ঠী ‘নিউজক্লিক’ৰ বিৰুদ্ধে?

মুখ বন্ধ কৰাৰ আখৰা চলিছে নেকি চৰকাৰক সমালোচনা কৰি অহা সংবাদগোষ্ঠী ‘নিউজক্লিক’ৰ বিৰুদ্ধে?

‘নিউজক্লিক’ৰ বিৰুদ্ধে ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়লৈ পত্ৰ প্ৰেৰণ কৰিছে...

বিৰোধী মিত্ৰশক্তিৰ ’INDIA‘ নামৰ বিৰুদ্ধে দিয়া লেখ আবেদন নাকচ সৰ্বোচ্ছ ন্যায়ালয়ৰ

বিৰোধী মিত্ৰশক্তিৰ ’INDIA‘ নামৰ বিৰুদ্ধে দিয়া লেখ আবেদন নাকচ সৰ্বোচ্ছ ন্যায়ালয়ৰ

দেশৰ বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ বদ্ধপৰিকৰ হৈছে। সেই উদ্দেশ্যে বিৰোধী মিত্ৰতা গঠন...

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ সংক্ষিপ্ত বিৱৰণী

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাৰ সংক্ষিপ্ত বিৱৰণী

শুকুৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰে। ‘চূড়ান্ত তালিকাখন এক অধিসূচনা হিচাপে...

দ্বিতীয়বাৰ মাতৃ হোৱাৰ আগতেই গৰ্ভপাত! বেয়া খবৰ দিলে ৰাণী মুখাৰ্জীয়ে

দ্বিতীয়বাৰ মাতৃ হোৱাৰ আগতেই গৰ্ভপাত! বেয়া খবৰ দিলে ৰাণী মুখাৰ্জীয়ে

আদিত্য চোপ্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছৰে পৰা বলীউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জীক অভিনয় জগতখনক কমকৈ দেখিবলৈ পোৱা গ’ল। বৰ্তমান ৰাণী...

কৰ্মক্ষেত্ৰলৈ বহু দূৰ! নতুন চাকৰিৰ প্ৰথম দিনাই চাকৰি এৰিলে যুৱকে

কৰ্মক্ষেত্ৰলৈ বহু দূৰ! নতুন চাকৰিৰ প্ৰথম দিনাই চাকৰি এৰিলে যুৱকে

সাম্প্ৰতিক সময়ত ৰাজহুৱা খণ্ডৰে হওক বা কৰ্পৰেট খণ্ডৰে হওক, কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান তথা পেচাদাৰী জীৱনৰ নানা কাহিনী সামাজিক মাধ্যমত...

চৰকাৰৰ প্ৰৱঞ্চনাৰ বলি ২.৭১ লাখ অংগনাবাড়ী, ৰন্ধন আৰু আশাকৰ্মী

চৰকাৰৰ প্ৰৱঞ্চনাৰ বলি ২.৭১ লাখ অংগনাবাড়ী, ৰন্ধন আৰু আশাকৰ্মী

চৰকাৰে দীৰ্ঘদিন ধৰি নিজৰ প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে ৰাজ্যৰ অংগনৱাড়ী কৰ্মী, আশাকৰ্মী আৰু ৰন্ধন কৰ্মীসকলক৷ চৰকাৰী চাকৰি কৰি...

বিশিষ্ট পাৰমাণৱিক বিজ্ঞানী বিকাশ সিনহাৰ মৃত্যু

বিশিষ্ট পাৰমাণৱিক বিজ্ঞানী বিকাশ সিনহাৰ মৃত্যু

শুকুৰবাৰে পুৱা বিশিষ্ট পাৰমাণৱিক বিজ্ঞানী বিকাশ সিনহাই কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল...

Page 1992 of 6635 1 1,991 1,992 1,993 6,635

Stay Connected

Recent News