অথলে গ’ল ৰিয়ান পৰাগৰ দৰ্শনীয় প্ৰদৰ্শন! দেওধৰ ট্ৰফীত ইষ্ট জ’নক পৰাস্ত কৰি চেম্পিয়ন ছাউথ জ’ন
দেওধৰ ট্ৰফী এদিনীয়া প্ৰতিযোগিতাত চেম্পিয়ন হ’ল দক্ষিণ মণ্ডল। প্ৰতিযোগিতাখনত অপৰাজিত চেম্পিয়ন মায়ংক আগৰৱালৰ টীম। টছত জয়ী হৈ বৃহস্পতিবাৰে মায়াংকে বেটিং...














