NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

জ্বলিছে মণিপুৰ-হাৰিয়ানা: উদ্ধৱ থাকৰেৰ প্ৰশ্ন, ‘এয়া ৰাম ৰাজ্য নে?’

জ্বলিছে মণিপুৰ-হাৰিয়ানা: উদ্ধৱ থাকৰেৰ প্ৰশ্ন, ‘এয়া ৰাম ৰাজ্য নে?’

হিংসাৰ জুইত জাহ গৈছে মণিপুৰ আৰু হাৰিয়ানা। গোষ্ঠীগত সংঘৰ্ষই বিগত তিনিমাহ ধৰি মণিপুৰ অশান্ত কৰি ৰখাৰ ষিছত এতিয়া সাম্প্ৰদায়িক সংঘৰ্ষই...

remove water from ear

কাণত পানী সোমাইছে? সুৰা হ’ব পাৰে মগজুৰ সম্ভাৱ্য বিপদৰ পৰিত্ৰাণৰ উপায়!

গা ধোৱাৰ সময়ত বা আন কাৰণতো আমাৰ কাণত পানী সোমালে আমি সাধাৰণতে কাণখন একাষৰীয়া কৰি মূৰ জোকাৰি সেয়া বাহিৰ কৰিব...

চাণক্য নীতি : এইকেইটা কামত লাজ কৰিলে জীৱনত কেতিয়াও সুখী হ’ব নোৱাৰিব আপুনি

অৰ্থনৈতিক সংকটে জন্মাইছে ব্যাঘাত! পথ প্ৰদৰ্শকৰ ৰূপত আছে চাণক্য নীতি

ভাৰতীয় সমাজ-জীৱনত সদায়েই অনুকৰণীয় হৈ আহিছে আচাৰ্য চাণক্য। ব্যক্তিৰ জীৱনৰ সৈতে সংপৃক্ত হৈ থকা প্ৰতিটো আনুসংগিক দিশৰ ওপৰতে আচাৰ্য চাণক্যই...

Assam Himanta Biswa Sarma

ঐক্যবদ্ধ হৈ আমি এই ষড়যন্ত্ৰ প্ৰতিহত কৰিব লাগিব

অসমৰ পৰিস্থিতি বৰ বেয়া। চৰকাৰখনে কি ধৰণৰ কাম কৰি আছে ভাবিলে আচৰিত লাগে। চৰকাৰী কাম কেনেকৈ হয় আমি জানো। চৰকাৰী...

Murder on camera

নৃশংস:! মাত্ৰ ৩ হাজাৰ টকাৰ বাবে দিল্লীত দিন-দূপৰতে যুৱকক ছুৰিকাঘাত কৰি হত্যা

দেশৰ ৰাজধানীত দিন-দূপৰতে অন কেমেৰা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। মাত্ৰ ৩ হাজাৰ টকাক কেন্দ্ৰ কৰি হোৱা বিবাদৰ পৰিণতিত হত্যাৰ...

Pandya Slams West Indies Board

আতিথ্যত অসন্তুষ্ট! ক্ষোভিত পাণ্ডিয়াই কেৰিবিয়ান ব’ৰ্ডলৈ দিলে পৰামৰ্শ

চলিত ৱেষ্ট ইণ্ডিজ ভ্ৰমণত ইতিমধ্যে টেষ্ট আৰু এদিনীয়া শৃংখলা হস্তগত কৰিছে ভ্ৰমণকাৰী ভাৰতে। এদিনীয়া শৃংখলাৰ অন্তিম দুখন মেচত ৰোহিত শৰ্মাৰ...

“সকলোকে সুৰক্ষা দিয়া সম্ভৱ নহয়” : নিঃসহায় বিজেপি মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি!

“সকলোকে সুৰক্ষা দিয়া সম্ভৱ নহয়” : নিঃসহায় বিজেপি মুখ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি!

মণিপুৰৰ পাছতে অন্য এক বিজেপি শাসিত ৰাজ্য হাৰিয়ানা সাম্প্ৰদায়িক সংঘৰ্ষত ৰক্তাক্ত হৈ পৰিছে। ইতিমধ্যে ছগৰাকীকৈ লোকে এই ৰক্তাক্ত সাম্প্ৰদায়িক সংঘৰ্ষত...

Flood in Assam

কৃষি মন্ত্ৰীৰ সমষ্টিতে বানপীড়িত গো-পালকৰ হাৰাশাস্তি! গো-বাটত কাঁটা তাঁৰৰ বেৰা বাগান কৰ্তৃপক্ষৰ

কৃষি আৰু পশুপালন মন্ত্ৰীৰ গৃহ সমষ্টিতে এইবাৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে বানপীড়িত অঞ্চলৰ গো-পালক সকল। আজিও পশু খাদ্যৰ অভাৱত...

Manipur

ৰাষ্ট্ৰপতিক সাক্ষাৎ INDIA ৰ: মণিপুৰ সন্দৰ্ভত সংসদত প্ৰধানমন্ত্ৰীৰ বক্তব্য দাবীৰে স্মাৰক পত্ৰ দাখিল

প্ৰায় তিনিমাহ ধৰি অশান্ত হৈ আছে মণিপুৰ। সংঘটিত হৈছে নানা অমানুষিক হিংসাত্মক কাণ্ড, প্ৰাণঘাটি হৈছে শতাধিক লোকৰ। ৰাজ্যখনৰ এই অগ্নিগৰ্ভৰ...

rhino skeleton recovered

মানসত উদ্ধাৰ গঁড়ৰ কংকাল: চোৰাংচিকাৰৰ সন্দেহ স্থানীয় ৰাইজৰ

মানস ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে মৃত গঁড়ৰ এটা কংকাল। উদ্যানখনৰ ভাবাৰী ৰেঞ্জৰ কহিতমা বিটৰ পৰা যোৱা নিশা উদ্ধাৰ কৰা হৈছে...

Page 2008 of 6635 1 2,007 2,008 2,009 6,635

Stay Connected

Recent News