NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ৰাজহুৱা স্থানত যৌন সম্পৰ্ক স্থাপনত অসন্মত! প্ৰেমিকাৰ মূৰত শিলেৰে আক্ৰমণ প্ৰেমিকৰ

ৰাজহুৱা স্থানত যৌন সম্পৰ্ক স্থাপনত অসন্মত! প্ৰেমিকাৰ মূৰত শিলেৰে আক্ৰমণ প্ৰেমিকৰ

বলীউডৰ ছুপাৰহিট চিনেমা ‘পিংক’ৰ কথা মনত আছেনে? যদি কোনো মহিলা ই যৌন সম্পৰ্ক স্থাপনত সন্মতি নিদিয়ে তেন্তে তেওঁৰ সৈতে জোৰকৈ...

সমলৈংগিক আন্তঃধৰ্মীয় যুৱতী দম্পতীক আৰক্ষীক সুৰক্ষা প্ৰদানৰ নিৰ্দেশ ন্যায়ালয়ৰ

সমলৈংগিক আন্তঃধৰ্মীয় যুৱতী দম্পতীক আৰক্ষীক সুৰক্ষা প্ৰদানৰ নিৰ্দেশ ন্যায়ালয়ৰ

শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে পৰিয়ালৰ সদস্যৰ পৰা ভাবুকি লাভ কৰা এহাল সমলিংগ আন্তঃধৰ্মীয় দম্পতীক আৰক্ষীৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰিছে। ন্যায়াধীশ...

তিনি চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলে উদঙাইছে স্বাস্থ্য ব্যৱস্থাৰ আচল স্বৰূপ : ডি ৱাই এফ আই

তিনি চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলে উদঙাইছে স্বাস্থ্য ব্যৱস্থাৰ আচল স্বৰূপ : ডি ৱাই এফ আই

দুই দশকৰো বেছি সময়ৰ স্বাস্থ্যমন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাফল্যৰ নমুনা (!) এয়ে যে, ৰাজ্যৰ তিনিখনকৈ  প্ৰধান...

বিজেপি শাসিত ৰাজ্যত নাবালিকাক দলবদ্ধ ধৰ্ষণ, গাড়ীৰ পৰাই দলিয়াই দিলে ধৰ্ষিতাক

বিজেপি শাসিত ৰাজ্যত নাবালিকাক দলবদ্ধ ধৰ্ষণ, গাড়ীৰ পৰাই দলিয়াই দিলে ধৰ্ষিতাক

পুনৰ এক জঘন্য কাণ্ড পোহৰলৈ আহিছে। এগৰাকী নাবালিকাক ধৰ্ষণ কৰি গাড়ীৰ পৰাই দলিয়াই পেলাই দিয়াৰ দৰে জঘন্য কাণ্ড পোহৰলৈ আহিছে।...

২০২৪ চনৰ নিৰ্বাচনৰ ফলাফলে সকলোকে আচৰিত কৰি তুলিব – আমেৰিকাত ৰাহুল গান্ধীৰ মন্তব্য

২০২৪ চনৰ নিৰ্বাচনৰ ফলাফলে সকলোকে আচৰিত কৰি তুলিব – আমেৰিকাত ৰাহুল গান্ধীৰ মন্তব্য

আমেৰিকাৰ পৰাই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছে ৰাহুল গান্ধীয়ে। আমেৰিকা ভ্ৰমণৰ সময়ত সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে কয় যে '২০২৪ চনৰ...

৯ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ কৰি ধৰ্মান্তৰিত , তাৰপিছত ৫৫ বছৰীয়া ব্যক্তিৰে বিবাহ

৯ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ কৰি ধৰ্মান্তৰিত , তাৰপিছত ৫৫ বছৰীয়া ব্যক্তিৰে বিবাহ

পাকিস্তানত পুনৰ অত্যাচাৰ কৰা হৈছে হিন্দু সংখ্যালঘুৰ ওপৰত। পাকিস্তানৰ সিন্ধ প্ৰদেশত এগৰাকী ৯ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ কৰি বলপূৰ্বকভাৱে ইছলাম...

ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে

ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে

বৃহস্পতিবাৰে বিষয়াসকলে জনোৱা মতে, প’প ফ্ৰান্সিছে জলন্ধৰৰ বিচপ হিচাপে বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে এগৰাকী নানে...

ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

পশ্চিম আফ্ৰিকাৰ দেশ ছেনেগালত মূল বিৰোধী নেতা অউছমান ছনকোক জেলত ভৰোৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰে। দেশখনৰ...

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

হঠাতে মঞ্চত বাগৰি পৰি গ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। ক’লৰাড’ৰ আমেৰিকান এয়াৰ...

গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া দূৰণিবটীয়া ASTC বাছসমূহক মালিগাঁৱৰে প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ

গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া দূৰণিবটীয়া ASTC বাছসমূহক মালিগাঁৱৰে প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ

গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া সদৌ অসম ৰাজ্যিক পৰিবহণ নিগমৰ (ASTC) উপনগৰৰ পৰা অহা তথা দীৰ্ঘ দূৰত্বৰ বাছসমূহক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ...

Page 2108 of 6640 1 2,107 2,108 2,109 6,640

Stay Connected

Recent News