• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৯ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ কৰি ধৰ্মান্তৰিত , তাৰপিছত ৫৫ বছৰীয়া ব্যক্তিৰে বিবাহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2023 3:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানত পুনৰ অত্যাচাৰ কৰা হৈছে হিন্দু সংখ্যালঘুৰ ওপৰত। পাকিস্তানৰ সিন্ধ প্ৰদেশত এগৰাকী ৯ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ কৰি বলপূৰ্বকভাৱে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰোৱা হৈছে।

কেৱল সেয়াই নহয়, ধৰ্মান্তৰিত কৰি কিশোৰীগৰাকীক বিয়া কৰাই দিয়া হৈছে  ৫৫ বছৰীয়া এজন ব্যক্তিৰ লগত। 

Apply Now

এই ঘটনাৰ পোহৰলৈ অহাৰ পিছতেই সংখ্যালঘু হিন্দু সমাজ ৰাজপথলৈ ওলাই আহে। সিন্ধৰ বহু ঠাইত হিন্দু সমাজে নিজৰ কন্যা সন্তানৰ সুৰক্ষাৰ বাবে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

লগতে পঢ়কঃ যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

উল্লেখ্য যে যোৱা মে’ মাহত সংঘটিত হোৱা এই ঘটনাৰ বাবে ভাৰতে পাকিস্তানক তীব্ৰ গৰিহণা দিছে। লগতে পাকিস্তানক সংখ্যালঘু লোকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে।

পাকিস্তানত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ কিশোৰী আৰু মহিলাক লক্ষ্য কৰি লোৱা ঘটনা এয়াই প্ৰথম নহয়। বিশেষকৈ সিন্ধ প্ৰদেশত যোৱা কেইবছৰমানৰ পৰা এনে বহু জঘন্য ঘটনা চৰ্চালৈ আহিছে। 

যোৱা বছৰৰ শেষৰ ফালে সিন্ধ প্ৰদেশত এগৰাকী ৪৪ বছৰীয়া হিন্দু মহিলাক অপহৰণ কৰি হত্যা কৰা হৈছিল। এই ঘটনাই সংখ্যালঘু সম্প্ৰদায়ৰ মাজত ব্যাপক আতংকৰ সৃষ্টি কৰিছিল। ইয়াৰ উপৰিও যোৱা বছৰ চুক্কুৰত অপহৰণ কৰি এগৰাকী ১৮ বছৰীয়া কিশোৰীকো হত্যা কৰা হৈছিল।

ভাৰতীয় বিষয়াসকলৰ মতে, বিগত এটা বছৰত পাকিস্তানত সংখ্যালঘু সম্প্ৰদায়ৰ যুৱতী আৰু মহিলাক অপহৰণ, বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু বিবাহৰ ১২৪টা গোচৰ ৰুজু হৈছে। ইয়াৰে অধিকাংশই নাবালিকা। 

লগতে পঢ়কঃ ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

চলিত বৰ্ষৰ মাৰ্চ মাহত ভাৰতে ৰাষ্ট্ৰসংঘত এই বিষয়ত পাকিস্তানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সমিতিৰ বৈঠকত ভাৰতে পাকিস্তানক নাবালিকা অপহৰণ, বলপূৰ্বক ধৰ্মান্তৰকৰণ আৰু বিবাহৰ অভিযোগত তীব্ৰ সমালোচনা কৰিছিল। ৰাষ্ট্ৰসংঘত ভাৰত চৰকাৰে কয় যে পাকিস্তানৰ হিন্দু আৰু শিখ সম্প্ৰদায়ে একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকৰ পূজাস্থলীত আক্ৰমণ চলোৱা হৈছে আৰু তেওঁলোকৰ নাবালিকাসকলক বলপূৰ্বকভাবে ধৰ্মান্তৰিত কৰা হৈছে। ইয়াৰ বিৰোধিতা কৰা সকলক চৰকাৰে অত্যাচাৰ কৰে।

লগতে পঢ়কঃ ধৰ্ষণত অভিযুক্ত বিচপ ফ্ৰাংকো মুলাক্কালৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিলে পোপ ফ্ৰান্সিছে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd