মোদী চৰকাৰৰ ভুলৰ বাবেই বিদেশী বিনিয়োগকাৰীয়ে ত্যাগ কৰিছে ভাৰত : প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰাক্তন সদস্যৰ অভিযোগ
বিখ্যাত অৰ্থনীতিবিদ তথা প্ৰধানমন্ত্ৰীৰ আৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰাক্তন সদস্য সুৰজিৎ ভাল্লাই শেহতীয়াকৈ ভাৰতৰ অৰ্থনৈতিক অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।...













