NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

নিৰ্বাচনৰ সময়ত আছিল ষ্ট্ৰং ৰুম; জুইত জাহ গ’ল তাত মজুত থকা ৪০০০ ইভিএম! চাঞ্চল্যকৰ ঘটনা

পশ্চিমবংগৰ আলিপুৰৰ দক্ষিণ ২৪ পৰগনাৰ জিলা পৰিষদৰ কাৰ্যালয়ত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। কেইবাটাও চৰকাৰী কাৰ্যালয় জ্বলি ভষ্মীভূত হৈ পৰে।...

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

‘খোলাকটিৰ তাল’! নীৰৱ মোডীৰ বিৰুদ্ধে ধন আত্মসাতৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে

পঞ্জাৱ নেশ্যনেল বেংকৰ কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত নীৰৱ মোদীৰ বিৰুদ্ধে এটা নিৰ্দিষ্ট গোচৰত দুৰ্নীতিৰ কোনো প্ৰমাণ পোৱা নাই কেন্দ্ৰীয় তদন্তকাৰী...

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

ফিক্সড ডিপজিটত ৮ শতাংশৰো অধিক সুদ: জানি লওক কোন বেংকে দিছে কিমান লাভ

বিশ্বজুৰি বৃদ্ধি পোৱা ৰাজনৈতিক উত্তেজনা আৰু অৰ্থনৈতিক অনিশ্চয়তাৰ মাজত সুৰক্ষিত বিনিয়োগৰ সন্ধানত বহু বিনিয়োগকাৰীয়ে পুনৰ ফিক্সড ডিপজিট বা এফডিৰ প্ৰতি...

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

এটাৰ পিছত আন এটা গোচৰ : অভিষেক বেনাৰ্জীৰ বাসগৃহত উপস্থিত চিআইডি, কালীঘাটত তীব্ৰ চাঞ্চল্য

তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ যেন ৰেহাই নাই। এটা গোচৰত হাজিৰ হোৱাৰ পিছদিনাই আন এটা গোচৰৰ তদন্তৰ বাবে...

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

বেজৰ নাকত খৰ! আমেঠিৰ ভোটাৰ তালিকাৰ পৰা অন্তৰ্ধান স্মৃতি ইৰাণীৰ নাম

আমেঠিৰ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ নাম আমেঠিৰ ভোটাৰ তালিকাৰ পৰা হঠাতে নোহোৱা হৈ পৰিছে। এগৰাকী প্ৰাক্তন কেন্দ্ৰীয়...

২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

২৩ বছৰ বয়সতে ১৯টা চৰকাৰী চাকৰিৰ পৰীক্ষাত উত্তীৰ্ণ! কোন এই বিস্ময়কৰ তৰুণী?

চৰকাৰী চাকৰি লাভৰ বাবে অনুষ্ঠিত পৰীক্ষাত সফলতা লাভ কৰাটো লাখ লাখ প্ৰাৰ্থীৰ বাবে এক কঠিন প্ৰত্যাহ্বান। কিন্তু ছত্তীশগড়ৰ ৰায়পুৰৰ ২৩...

মেটাৰ সেৱাত বিশ্বজুৰি বিঘিনি : কিছু সময়ৰ বাবে অচল হৈ পৰিল লাখ লাখ লোকৰ ফেচবুক-ইনষ্টাগ্ৰাম-হোৱাটছএপ

মেটাৰ সেৱাত বিশ্বজুৰি বিঘিনি : কিছু সময়ৰ বাবে অচল হৈ পৰিল লাখ লাখ লোকৰ ফেচবুক-ইনষ্টাগ্ৰাম-হোৱাটছএপ

বিশ্বৰ বিভিন্ন দেশত মেটাৰ একাধিক সেৱাত হঠাৎ সমস্যাৰ সৃষ্টি হৈছে। ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ গৈ হাজাৰ হাজাৰ ব্যৱহাৰকাৰীয়ে...

৬ জুলাইৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন

৬ জুলাইৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন

অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ৬ জুলাইৰ পৰা আৰম্ভ হ’ব। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আনুষ্ঠানিকভাৱে বিধানসভাৰ এই অধিৱেশন আহ্বান...

দিহিং পাটকাইত তেল খননৰ তীব্ৰ বিৰোধিতা কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিৰ : অপূৰণীয় পৰিৱেশ ক্ষতিৰ আশংকা

দিহিং পাটকাইত তেল খননৰ তীব্ৰ বিৰোধিতা কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিৰ : অপূৰণীয় পৰিৱেশ ক্ষতিৰ আশংকা

তিনিচুকীয়া জিলাৰ দিহিং সংৰক্ষিত বনাঞ্চলত অইল ইণ্ডিয়া লিমিটেডক হাইড্ৰকাৰ্বন খননৰ বাবে দিয়া অনুমতিৰ তীব্ৰ বিৰোধিতা কৰিছে কাজিৰঙা ৱাইল্ডলাইফ ছ'চাইটিয়ে। জৈৱ...

গুৱাহাটীৰ ভূতনাথত ভয়ংকৰ দুৰ্ঘটনা : চলন্ত স্কুটাৰৰ ওপৰত গছ বাগৰি পৰাত এগৰাকী ছাত্ৰীৰ অকাল মৃত্যু

গুৱাহাটীৰ ভূতনাথত ভয়ংকৰ দুৰ্ঘটনা : চলন্ত স্কুটাৰৰ ওপৰত গছ বাগৰি পৰাত এগৰাকী ছাত্ৰীৰ অকাল মৃত্যু

গুৱাহাটীৰ ভূতনাথত এক অতিশয় দুখজনক দুৰ্ঘটনা সংঘটিত হৈছে। খবৰ অনুসৰি, ৰাস্তাৰ দাঁতিৰ এজোপা ডাঙৰ গছ হঠাতে এখন চলন্ত স্কুটাৰৰ ওপৰত...

Page 228 of 6705 1 … 227 228 229 … 6,705

Stay Connected

Recent News