NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

শনিবাৰে পুৱা মধ্যপ্ৰদেশৰ মৰেনাৰ সমীপত ভাৰতীয় বায়ুসেনাৰ দুখন যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰশিক্ষণৰ সময়ত আই এ এফৰ দুখন যুঁজাৰু বিমান...

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

তুলুঙা আৰু পাতলীয়া বক্তব্য আৰু মন্তব্যৰে প্ৰায়ে সংবাদ মাধ্যমৰ চৰ্চাত থাকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মজ্জাগত স্বভাৱক ত্যাগ...

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

২০০২ৰ গুজৰাটৰ ৰক্তাক্ত সংঘৰ্ষৰ ওপৰত বিবিচি-এ নিৰ্মাণ কৰা তথ্যচিত্ৰত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু এতিয়া দেশৰ প্ৰধান নৰেন্দ্ৰ মোদীক প্ৰত্যক্ষভাৱে দায়ী...

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

মুক্তিৰ পূৰ্বে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা শ্বাহৰুখ খানৰ অভিনীত ছবি পাঠানে মুক্তিৰ পিছতো দেশজুৰি সেই ধাৰা অব্যাহত ৰাখিছে। বৰং ছবিখনে...

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

শনিবাৰে জম্মু-কাশ্মীৰৰ আৱন্তিপুৰৰ পৰা পুনৰ আৰম্ভ হয় কংগ্ৰেছ দলৰ ভাৰত জোডো যাত্ৰা। ৰাহুল গান্ধীৰ সৈতে এই যাত্ৰাত যোগদান কৰে পিডিপিৰ...

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ দিল্লী কঁপাবলৈ সাজু হৈছে ভাৰতীয় কিষাণ সংঘ আৰু সংযুক্ত কিষাণ মৰ্চাই। দেশৰ কৃষক সংঘ দুটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু...

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

এসময়ত অসমৰ শিক্ষা-দীক্ষা বা জ্ঞান-বিজ্ঞানৰ বিকাশত অসমৰ পৰা ওলোৱা আলোচনী আৰু বাতৰিকাকতৰ এক বিশেষ ভূমিকা আছিল। ঊনবিংশ শতিকাত খৃষ্টান মিছনেৰী...

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

অহা ৩১ জানুৱাৰীত অসম আৰক্ষী বৰ্তমানৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকাল সমাপ্ত হ'ব। মহন্তৰ অৱসৰৰ পিছত পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান...

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপটত বীৰ লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল যুৱ...

অসমত আৰক্ষীৰ “এনকাউণ্টাৰ” সন্দৰ্ভত পিআইএল খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

অসমত আৰক্ষীৰ “এনকাউণ্টাৰ” সন্দৰ্ভত পিআইএল খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

২০২১ চনৰ মে’ মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা দখল কৰাৰ পিছৰে পৰা আৰক্ষীৰ "এনকাউণ্টাৰ" সন্দৰ্ভত দাখিল কৰা এখন ৰাজহুৱা...

Page 2313 of 6651 1 2,312 2,313 2,314 6,651

Stay Connected

Recent News