প্ৰয়াত ভ্ৰাম্যমাণৰ জনপ্ৰিয় বলিষ্ঠ অভিনেতা প্ৰাণজিত দাস; শোকস্তব্ধ সাংস্কৃতিক জগত
ভ্ৰাম্যমাণৰ জনপ্ৰিয় তথা বলিষ্ঠ অভিনেতা প্ৰাণজিত দাসৰ পৰলোকপ্ৰাপ্তি ঘটিছে। কিছুদিন ধৰি চিকিৎসাধীন হৈ থকা অভিনেতাগৰাকীয়ে আজি পুৱা প্ৰায় ১০ বজাত গুৱাহাটীৰ মেট্ৰ' হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।...














