NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বিমানৰ ইঞ্জিনে গিলি পেলালে গোটে গোটে এজন মানুহ! মৰ্মান্তিক দুৰ্ঘটনাত হতবাক বিশ্ব

বিমানৰ ইঞ্জিনে গিলি পেলালে গোটে গোটে এজন মানুহ! মৰ্মান্তিক দুৰ্ঘটনাত হতবাক বিশ্ব

ঘটনাৰ স্থান হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাবামাৰ মন্টগোমাৰী আঞ্চলিক বিমানবন্দৰ। দুপৰীয়া তেতিয়া তিনি বাজিছিল। এই ব্যস্ত বিমানবন্দৰটোত বিমানসমূহৰ চলাচল স্বাভাৱিকভাৱে নিজস্ব...

ত্ৰিপুৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজেপি নেতা বিপ্লব দেৱৰ ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই

ত্ৰিপুৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী, বিজেপি নেতা বিপ্লব দেৱৰ ঘৰ জ্বলাই দিলে দুৰ্বৃত্তই

ত্ৰিপুৰাত নতুন বছৰৰ আৰম্ভণিতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ আগেয়ে উত্তৰ-পূব ভাৰতৰ এই ৰাজ্যখন উত্তপ্ত হৈ পৰিছে। এইবাৰ ৰাজ্যখনৰ প্ৰাক্তন...

শিৱম মাভিৰ ৪ উইকেট! উত্তেজনাপূৰ্ণ প্ৰথমখন টী-২০ ত শ্ৰীলংকাক ২ ৰাণত পৰাস্ত কৰিলে ভাৰতে

শিৱম মাভিৰ ৪ উইকেট! উত্তেজনাপূৰ্ণ প্ৰথমখন টী-২০ ত শ্ৰীলংকাক ২ ৰাণত পৰাস্ত কৰিলে ভাৰতে

ক্ৰিকেটত ভাৰতে বছৰটো জয়েৰে আৰম্ভ কৰিলে। মঙলবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টী-২০ খেলত হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত ভাৰতে শ্ৰীলংকাক ২ ৰাণত...

উত্তৰ প্ৰদেশত ‘ভাৰত জোড়ো যাত্ৰা’ৰ পূৰ্বে ৰাহুল গান্ধীলৈ পত্ৰ লিখি শুভেচ্ছা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতৰ

উত্তৰ প্ৰদেশত ‘ভাৰত জোড়ো যাত্ৰা’ৰ পূৰ্বে ৰাহুল গান্ধীলৈ পত্ৰ লিখি শুভেচ্ছা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতৰ

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে 'ভাৰত জোড়ো যাত্ৰা' কাৰ্যসূচীৰে ৰাজনৈতিক ক্ষেত্ৰখনত জোকাৰণি তুলিছে। ৰাহুলৰ এই কাৰ্যসূচী মঙলবাৰে উত্তৰ প্ৰদেশত আৰম্ভ...

Aadhaar update: নতুন বছৰত আধাৰ কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন! ঘৰত বহি পলকতে কৰিব পাৰিব এই কাম

Aadhaar update: নতুন বছৰত আধাৰ কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন! ঘৰত বহি পলকতে কৰিব পাৰিব এই কাম

পৰিয়ালৰ মুৰব্বীয়ে সন্মতি দিলেই এইবাৰ আপডেট কৰিব পাৰিব ঠিকনা। ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া (UIDAI)ই  গ্ৰাহকসকলক এই অনুমতি প্ৰদান কৰিছে।...

first woman officer at Siachen

দেশৰ প্ৰতিৰক্ষা খণ্ডত ইতিহাস: বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনত নিযুক্ত প্ৰথমগৰাকী মহিলা বিষয়া

দেশৰ প্ৰতিৰক্ষা খণ্ডত সৃষ্টি হৈছে এক নতুন ইতিহাসৰ। বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনত কাৰ্যকৰীভাৱে নিয়োজিত হৈছে প্ৰথমগৰাকী মহিলা বিষয়া। এই অনন্য...

Pele

ফুটবল সম্ৰাটলৈ শ্ৰদ্ধাৰ্ঘ্য: প্ৰতিখন দেশতে পেলেৰ নামেৰে ষ্টেডিয়াম নামাকৰণৰ আহ্বান ফিফা সভাপতি ইনফান্টিনোৰ

ফুটবল বিশ্বৰ মুকুটবিহীন সম্ৰাট ব্ৰাজিলিয়ান কিংবদন্তী পেলেই যোৱা বৰ্ষৰ ২৯ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। পেলেৰ মৃত্যুৰ খবৰে শোকহত কৰি...

Bharat Jodo Yatra

ভাৰত জোড়ো যাত্ৰাত আন এক মুখ: ৰাহুল গান্ধীক সংগ দিলে ৰ’- ৰ প্ৰাক্তন মুৰব্বী অমৰজিৎ সিং দুলাটে

দেশত বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰে অপশাসন চলোৱাৰ অভিযোগ তুলি বিজেপি চৰকাৰৰ এই অপশাসনৰ বিৰুদ্ধে দেশবাসীক একত্ৰিত কৰাৰ লক্ষ্যৰে ৰাহুল গান্ধীৰ নেতৃত্বত...

Assamese Book

গ্ৰন্থৰ খবৰ: গল্পকাৰ বিপাশা বৰাৰ প্ৰথমখন উপন্যাস “জাকাৰান্দা” উন্মোচন

শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজখনৰ কাহিনীগুচ্ছৰ আধাৰত ২০১৮ চনৰ সাহিত্য অকাদেমী যুৱ পুৰস্কাৰ বটাঁ বিজয়ী গল্পকাৰ-লেখিকা বিপাশা বৰাৰ দ্বাৰা...

Jasprit Bumrah

সুখবৰ! নীলা জাৰ্চী পৰিধান কৰি অচিৰেই খেলপথাৰত বুমৰাহ

ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। দলৰ বলিং আক্ৰমণৰ কাণ্ডাৰী স্বৰূপ যশপ্ৰীত বুমৰাহ আঘাতৰ সমস্যা নেওচি সাজু হৈ উঠিছে প্ৰত্যাৱৰ্তনৰ বাবে। অচিৰেই...

Page 2352 of 6654 1 2,351 2,352 2,353 6,654

Stay Connected

Recent News