NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ধৰ্ষণৰ গোচৰত চিনেমা পৰিচালক হাৰ্ভি : প্ৰমাণিত হ’ল অপৰাধ

ধৰ্ষণৰ গোচৰত চিনেমা পৰিচালক হাৰ্ভি : প্ৰমাণিত হ’ল অপৰাধ

হলিউডৰ চিনেমা প্ৰযোজক হাৰ্ভি ৱেইনষ্টাইনৰ বিৰুদ্ধে পুনৰ ধৰ্ষণ আৰু দুটা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী ইটালিয়ান মডেলে তেওঁৰ বিৰুদ্ধে...

সলনি হ’ব বৃটেইনৰ নোট : নতুনকৈ কাৰ ফটো ছপা কৰা হ’ব নোটত?

সলনি হ’ব বৃটেইনৰ নোট : নতুনকৈ কাৰ ফটো ছপা কৰা হ’ব নোটত?

দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ তৃতীয় চাৰ্লছ ব্ৰিটেইনৰ নতুন ৰজা হয়। এতিয়া দেশৰ নিয়ম অনুসৰি নতুন ৰজাৰ ছবি...

labourer gets income tax notice

শ্ৰমিকৰ নামত আহিল ১৪ কোটি টকাৰ আয়কৰ জাননী! তাৰ পিছত….!

বিহাৰৰ এগৰাকী দৈনিক মজুৰি কৰা সাধাৰণ শ্ৰমিক। দৈনিক শ্মৰ বিনিময়ত লাভ কৰা মজুৰিৰে প্ৰতি মাহত হয়তু উপাৰ্জন হয় ১০ হাজাৰৰ...

wild elephant

গোৱালপাৰাত বন্য হাতীৰ গচকত যুৱকৰ মৃত্যু

হাতী-মানুহৰ সংঘাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰিছে আতংকময় পৰিস্থিতি। খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ আক্ৰমণত ৰাজ্যত বিগত সময়চোৱাত বহুকেইজন লোকে...

জাহাজ বিকল হৈ ভাৰত মহাসাগৰত উপঙি থাকিল ১০৪ জন ৰোহিংগীয়া প্ৰবজনকাৰী : উদ্ধাৰ কৰিলে সেনাই

জাহাজ বিকল হৈ ভাৰত মহাসাগৰত উপঙি থাকিল ১০৪ জন ৰোহিংগীয়া প্ৰবজনকাৰী : উদ্ধাৰ কৰিলে সেনাই

শ্ৰীলংকাৰ নৌসেনাই ভাৰত মহাসাগৰত ওপঙি থকা ট্ৰলাৰৰ পৰা ১০৪ গৰাকী ৰোহিংগীয়া মহিলা, পুৰুষ আৰু শিশুক উদ্ধাৰ কৰিছে। স্থানীয় সময় অনুসৰি...

Messi

বিশ্বজয়ৰ সুখ! আকাংক্ষিত ‘স্বৰ্ণ পৰী’ বুকুত সাবটি নিশাজুৰি সুখানুভূতিৰ স্বাদ ল’লে মহাসেনানীৰ মহানায়কে

কত দিনৰ স্বপ্ন এয়া! কত বৰ্ষৰ আকাংক্ষা! এই স্বপ্নৰ পাখি খেদি প্ৰায় স্পৰ্শ কৰোঁ কৰোঁ অৱস্থাতেটো এদিন আশাহত হৈছিল ব্ৰাজিলত;...

চুলি ষ্ট্ৰেইট কৰে নেকি ? নকৰিব।

চুলি ষ্ট্ৰেইট কৰে নেকি ? নকৰিব।

আজিকালি বেছিভাগ মহিলাই নিজৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে চুলি ষ্ট্ৰেইট কৰে। ফলত চুলিবোৰ ৰেচমী আৰু ধুনীয়া দেখা যায়। যিয়ে মানুহক সহজে...

আৰ্জেন্টিনাৰ হৈ বাজী লগাইছিল ১০ কোটি টকা : আৰ্জেন্টিনা জিকিল। কিন্তু নিজিকিল জুৱাৰী

আৰ্জেন্টিনাৰ হৈ বাজী লগাইছিল ১০ কোটি টকা : আৰ্জেন্টিনা জিকিল। কিন্তু নিজিকিল জুৱাৰী

  ১৮ ডিচেম্বৰ নিশা কাটাৰৰ লুছাইল ষ্টেডিয়ামত ইতিহাস ৰচনা কৰে ফুটবলৰ মহানায়ক লিয়নেল মেছিয়ে। পেনাল্টি শ্বুটআউটত ফ্ৰান্সক পৰাস্ত কৰি ৩৬...

France footballers face racism

জাতীয় নায়কৰ পৰা বৰ্ণবাদৰ চিকাৰলৈ: বিশ্বকাপত পৰাজয়ৰ পাছতে বৰ্ণবাদীৰ ৰোষত ফৰাচী খেলুৱৈ

সামৰণি পৰিল কাটাৰ বিশ্বকাপ। দেওবাৰে সমগ্ৰ বিশ্বই উপভোগ কৰিলে আৰ্জেণ্টিনা-ফ্ৰান্সৰ শিহৰণকাৰী যুঁজ। দুবাৰকৈ পিছ পৰাৰ পাছতো দুৰন্ত প্ৰত্যাৱৰ্তনেৰে যুঁজ দি...

Civilian Killed In Jammu-Kashmir

সেনা চাউনিৰ বাহিৰত দুগৰাকী অসামৰিক লোকৰ হত্যাক লৈ উত্তপ্ত জম্মু-কাশ্মীৰ: বিশেষ তদন্তৰ নিৰ্দেশ

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত এক সেনা চাউনিৰ বাহিৰত সংঘটিত গুলীচালনাত দুগৰাকীকৈ সাধাৰণ নাগৰিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ স্থানীয় জনসাধাৰণ। শুকুৰবাৰে...

Page 2374 of 6655 1 2,373 2,374 2,375 6,655

Stay Connected

Recent News