NE NOW NEWS

ডাঃ অঞ্জন শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

helicoptor crash in Uttarakhand

কেদাৰনাথত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা: পাইলটসহ সাত গৰাকী লোকৰ মৃত্যু

উত্তৰাখণ্ডৰ কেদাৰনাথৰ কাষত কিছুসময় পূৰ্বে এক ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছে এখন হেলিকপ্টাৰ। কেদাৰনাথৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত্বৰ গৰুড় চাট্টিত...

Booker Prize 2022

শ্ৰীলংকান সাহিত্যিক শ্বেহান কৰুণাতিলকালৈ ২০২২ বৰ্ষৰ বুকাৰ প্ৰাইজ

শ্ৰীলংকাৰ প্ৰখ্যাত সাহিত্যিক শ্বেহান কৰুণাতিলকালৈ আগবঢ়োৱা হৈছে সাহিত্য জগতৰ সন্মানীয় বঁটা বুকাৰ প্ৰাইজ। তেওঁৰ দ্বিতীয়খন গ্ৰন্থ ‘দ্য ছেভেন মুনছ অৱ...

Benzema Ballon d'Or

বেঞ্জেমাৰ শিৰত বেলন ডি অ’ৰ: মহিলাৰ শাখাত পুটেলাছৰ শ্ৰেষ্ঠত্ব

অৱশেষত আশানুৰূপভাৱেই ২০২১-২২ চিজনত বিশ্ব ফুটবলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বেলন ডি'অৰ লাভ কৰিছে ফৰাচী তাৰকা তথা স্পেনিছ ক্লাৱ ৰিয়েল মাদ্ৰিদৰ...

Manish Sisodia

দিয়া হৈছিল আপ ত্যাগৰ হেঁচা! চিবিআইৰ জেৰাৰ পিছতে চিছ’দিয়াৰ বিস্ফোৰণ; প্ৰতিক্ৰিয়া চিবিআইৰ

আবকাৰী নীতিৰ গোচৰত সোমবাৰে চিবিআইৰ দ্বাৰা ন ঘণ্টাজোৰা জেৰাৰ পিছত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।...

Rs 1 crore cash seized from BJP corporator

সমুখত নিৰ্বাচন: বিজেপি কৰ্প’ৰেটৰ গাড়ীৰ পৰা উদ্ধাৰ এক কোটি টকা

দেশৰ বিভিন্ন প্ৰান্তত বিৰোধী দলৰ নেতা-কৰ্মীসকলৰ বিৰুদ্ধে অভিযান চলাৰ সময়তে এইবাৰ আৰক্ষীৰ ৰোষত পৰিছে কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি দলৰ এগৰাকী কৰ্প’ৰেট।...

non-local labourer killed in Jammu Kashmir

সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰ: সন্ত্ৰাসবাদীৰ আক্ৰমণত পুনৰ নিহত দুই প্ৰব্ৰজিত শ্ৰমিক

ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপে। উপত্যকাটোত নিৰন্তৰভাৱে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদ নিৰ্মূল কাৰ্যসূচী চলাই আহিছে যদিও হ্ৰাস পোৱা নাই...

elephant dead in Assam

পুনৰ হাতীৰ মৃত্যু: কাজিৰঙাৰ কাষত উদ্ধাৰ হাতী পোৱালীৰ মৃতদেহ

ৰাজ্যত ধাৰাবাহিকভাৱে বন্যহস্তীৰ মৃত্যুৱে উদ্বেগৰ সৃষ্টি কৰিছে। এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত এটা হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ হৈছে। নগাঁও জিলাৰ...

বিলাসীপাৰাত ৰাছিয়াৰ মহিলা, সলসলীয়াকৈ গালে শ্ৰীমদ্ভাগৱত গীতা

বিলাসীপাৰাত ৰাছিয়াৰ মহিলা, সলসলীয়াকৈ গালে শ্ৰীমদ্ভাগৱত গীতা

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা চহৰৰ হনুমান মন্দিৰৰ সমীপত অৱস্থিত বজৰং বিবাহ ভৱন প্ৰাংগণত কাৰ্তিক দামোদৰ মাহৰ শুভলগ্নত ’ইস্কন'...

আনুষ্ঠানিকতা সম্পূৰ্ণ, দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্ৰচূড, ৰাষ্ট্ৰপতিৰ অনুমোদন

আনুষ্ঠানিকতা সম্পূৰ্ণ, দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্ৰচূড, ৰাষ্ট্ৰপতিৰ অনুমোদন

অৱশেষত সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হ’ল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৱে চীল মোহৰ মৰাৰ পিছতে দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে ডি ৱাই...

Page 2485 of 6662 1 … 2,484 2,485 2,486 … 6,662

Stay Connected

Recent News