কাইলৈ তৃতীয়,চতুৰ্থ বৰ্গৰ নিযুক্তিৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা, ২৫ জিলাত অনুষ্ঠিত হ’ব পৰীক্ষা, পৰীক্ষাৰ্থীয়ে মানিব লাগিব কি কি নিয়ম?
চৰকাৰে ১ লাখ নিৱনুৱাক সংস্থাপন দিব বুলি কৰা ঘোষণাৰ অংশ হিচাবে কাইলৈ ৰাজ্যত চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত...














