NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

gangrape-1515750718-784x441-750x375

অমানুষিক! নাবালিকাক গণধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে চোকা অস্ত্ৰ! ক’ত এই ঘটনা?

এগৰাকী নাবালিকাক গণধৰ্ষণ কৰি যৌনাংগত চোকা অস্ত্ৰ সুমুৱাই দিয়াৰ দৰে অমানুষিক বৰ্বৰ কাণ্ড সংঘটিত হৈছে। ৰাজস্থানৰ আলৱাৰ জিলাত সংঘটিত এই...

WhatsApp Image 2022-01-13 at 3.23.44 PM

‘আম আদমী’ৰ ফোনকল বা মেচেজৰ দ্বাৰাই নিৰ্বাচন কৰা হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী! ব্যতিক্ৰমী কেজৰিৱাল

মাত্ৰ এটা টেক্সট মেচেজ অথবা ফোনকল! আন বিশেষ একো জটিলতা নাই। এটা ফোন কল অথবা মেচেজৰ দ্বাৰাই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী নিৰ্বাচিত...

sarbananda-sonowal

কৰ’না প্ৰতিৰোধত সহায় কৰিব! কাইলৈ ১কোটি লোকে কৰিব সূৰ্য নমস্কাৰ

কাইলৈ ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনাখন বিশ্বজুৰি সূৰ্য নমস্কাৰ প্ৰদৰ্শন কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আয়ুষ মন্ত্ৰ্যালয়ে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী...

Covid-19 Update: কৰ’নাতংক! দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৪২ হাজাৰ; ৯.২৮ শতাংশলৈ বৃদ্ধি পজিটিভিটিৰ হাৰ

Covid-19 Update: দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে দৈনিক সংক্ৰমণৰ হাৰ; পজিটিভিটিৰ হাৰ ১৩শতাংশ অতিক্ৰম

দেশত ক’ৰণাৰ দৈনিক সংক্ৰমণ ভয়ংকৰভাৱে বৃদ্ধি পাইছে। সেইদৰে পজিটিভিটিৰ হাৰ আজি ১৩ শতাংশ অতিক্ৰম কৰিছে আৰু কৰ’নাৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা...

চাপৰত তীৰ খেলৰ চাৰিজন এজেণ্টক আটক

চাপৰত তীৰ খেলৰ চাৰিজন এজেণ্টক আটক

আৰক্ষীয়ে অভিযান চলাই চাপৰৰ বিভিন্ন স্থানৰ পৰা ৪টা তীৰ খেলৰ এজেণ্টক আটক কৰে। চাপৰ থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া...

উৰুকাত থলুৱা মাছৰ উজান উঠিছে শিৱসাগৰত

উৰুকাত থলুৱা মাছৰ উজান উঠিছে শিৱসাগৰত

উৰুকাত থলুৱা মাছৰ সোৱাদ পাব শিৱসাগৰবাসীয়ে। ভটিয়াপাৰত উঠিছে মাছৰ উজান। ৰৌ, বাহু, বি গ্ৰেট, চিলভাৰ কাপ, চিতল আদি মাছৰ উজান...

সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নৱ গঠিত জিলা সমিতিৰ শপত গ্ৰহণ

সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নৱ গঠিত জিলা সমিতিৰ শপত গ্ৰহণ

সদৌ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নৱ গঠিত জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা...

Covid19: 1586 persons discharged in Assam on Tuesday

ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি ,আক্ৰান্ত হ’ল কিমান?

দেশৰ আন ২৯ খন ৰাজ্যৰ লগতে অসমতো অতি দ্ৰুত গতিত সংক্ৰমিত হৈছে কোভিড। এক কথাত ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড-১৯ৰ...

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ভাষা বিষয়ক আলোচনা চক্ৰ

ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত ভাষা বিষয়ক আলোচনা চক্ৰ

পশ্চিম অসমৰ ধুবুৰী জিলাৰ সদৰ ঠাই ধুবুৰী চহৰত অৱস্থিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু স্নাতকোত্তৰ শ্ৰেণীৰ সহযোগত ১১জানুৱাৰী...

covid19-750x375

কোভিড – ১৯ :বঙাইগাঁও জিলাত ৰাজহ চক্ৰ পৰ্যায়ৰ নিৰীক্ষণ কমিটী গঠন

বঙাইগাঁও জিলাত কোভিড-১৯ মহামাৰীৰ নতুন প্ৰজাতি অমিক্ৰণৰ সংক্ৰমণ বৃদ্ধি হোৱালৈ চাই জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা...

Page 2937 of 6684 1 … 2,936 2,937 2,938 … 6,684

Stay Connected

Recent News