DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অমানুষিক! নাবালিকাক গণধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে চোকা অস্ত্ৰ! ক’ত এই ঘটনা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2022 5:03 pm
gangrape-1515750718-784x441-750x375

প্রতিনিধিত্বমূলক ফটো।

301
VIEWS
Share on FacebookShare on Twitter

এগৰাকী নাবালিকাক গণধৰ্ষণ কৰি যৌনাংগত চোকা অস্ত্ৰ সুমুৱাই দিয়াৰ দৰে অমানুষিক বৰ্বৰ কাণ্ড সংঘটিত হৈছে। ৰাজস্থানৰ আলৱাৰ জিলাত সংঘটিত এই ঘটনাৰ বলি ১৬ বছৰীয়া নাবালিকাগৰাকী সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি হৈ আছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে মানসিকভাৱে অসুস্থা নাবালিকাগৰাকীক তিলজাৰা উৰণীয়া সেতুৰ তলত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয়।

বাতৰি অনুসৰি, নাবালিকাগৰাকীক গণধৰ্ষণ কৰাৰ পাছত ধৰ্ষণকাৰীসকলে যৌনাংগত চোকা অস্ত্ৰ সুমুৱাই দিছিল।

লগতে পঢ়ক: ‘আম আদমী’ৰ ফোনকল বা মেচেজৰ দ্বাৰাই নিৰ্বাচন কৰা হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী! ব্যতিক্ৰমী কেজৰিৱাল

মঙলবাৰে নাবালিকাগৰাকীক উদ্ধাৰ কৰি আলৱাৰৰ এখন হাস্পাতালত ততাতয়াকৈ ভৰ্তি কৰা হয় যদিও তাত চিকিৎসকে ৰক্তক্ষৰণ বন্ধ কৰিব নোৱাৰাত জয়পুৰৰ জে এন লোক হাস্পাতাললৈ স্থানান্তৰিত কৰা হয়।

বুধবাৰে নাবালিকাগৰাকীক আঢ়ৈঘন্টা ধৰি অস্ত্ৰোপচাৰ কৰা হয় আৰু তাতেই বৰ্তমান চিকিৎসাধীন হৈ আছে। নাবালিকাগৰাকী এতিয়াও সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে।

চিকিৎসকসকলে জানিবলৈ দিয়া মতে নাবালিকাগৰাকীৰ ভিতৰৰ বিভিন্ন অংগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি, গোপন অংগৰ পৰা চোকা অস্ত্ৰও উদ্ধাৰ কৰিছে।

লগতে পঢ়ক: Covid-19 Update: দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে দৈনিক সংক্ৰমণৰ হাৰ; পজিটিভিটিৰ হাৰ ১৩শতাংশ অতিক্ৰম

আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে অভিযুক্তসকলক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। ঘটনাস্থলীৰ ২৫ কিলোমিটাৰ আশেপাশে থকা চিচিটিভিসমূহ পৰীক্ষা কৰিছে আৰক্ষীয়ে।

ৰাজস্থানৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী মমতা ভূপেশে শীঘ্ৰেই অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হ’ব বুলি জানিব দিছে। তেওঁ নাবালিকাৰ পৰিয়ালক ৬লাখ টকা দিয়াৰ কথাও ঘোষণা কৰিছে। দৈনিক মজুৰি কৰা পৰিয়ালটোত নাবালিকাৰ ভাতৃ আৰু ভগ্নীও আছে।         

Recent News

মনোনীত সদস্য হিচাপে ৰাজ্যসভাত সভাপতিত্ব; বিৰল দৃষ্টান্ত কিংবদন্তি ক্ৰীড়াবিদ পিটি ঊষাৰ

মনোনীত সদস্য হিচাপে ৰাজ্যসভাত সভাপতিত্ব; বিৰল দৃষ্টান্ত কিংবদন্তি ক্ৰীড়াবিদ পিটি ঊষাৰ

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd