NE NOW NEWS

কাজী জেইদুল ইছলাম,বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীয়ে হত্যা কৰিলে ৫ টাকৈ টুপীমূৰীয়া বান্দৰ

বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীয়ে হত্যা কৰিলে ৫ টাকৈ টুপীমূৰীয়া বান্দৰ

বিশ্বনাথ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলত সংঘটিত হ'ল এক নিকৃষ্ট কাণ্ড। সন্দেহজনক চোৰাং চিকাৰীয়ে অতি নৃশংস ভাৱে হত্যা কৰি নেজ আৰু...

Nigeria motorbike gang attack

বাইক আৰোহী আততায়ীৰ ভয়ংকৰ আক্ৰমণ; গুলীবৰ্ষণত নিহত ২০০ তকৈও অধিক লোক

নাইজেৰিয়াৰ উত্তৰ-পশ্চিম জামফাৰা ৰাজ্যত কেইবাদিনো ধৰি বন্দুকধাৰী আততায়ীৰ দ্বাৰা হোৱা ভয়ংকৰ আক্ৰমণৰ ফলত কমেও ২০০ জন লোক নিহত হৈছে। উদ্ধাৰ...

মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত

মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত

মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত দেওবাৰে সন্ধিয়া অনুষ্ঠিত হয় চুকাফা চেতিয়াৰ উদ্যোগত North East Mr Handsome Hunk & Beuty Queen Fashion প্ৰতিযোগিতা...

Supreme Court on PM Security Breach

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘন: উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত পেনেলে কৰিব তদন্ত

পঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ কনভয় কৃষক প্ৰতিবাদৰ বাবে পথৰ মাজতে আৱদ্ধ হৈ পৰাৰ পাছতে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘনৰ অভিযোগ উত্থাপনৰ...

Bhogali

শীতৰ আমেজ, ভোগালীৰ উত্তাপ: হেঁপাহৰ বিহুটিৰ বাবে এতিয়া উখল মাখল এইখন গাঁৱৰ পদূলি

হেঁপাহৰ ভোগালী বিহুৰ বাবে মাজত মাথোঁ আৰু কেইটামান দিন বাকী আছে। এনে সময়ত ভোগালী বিহুৰ প্ৰাকক্ষণত ভীষণ ব্যস্ত হৈ পৰিছে...

New York apartment fire

নিউ ইয়ৰ্কত সু-উচ্চ অট্টালিকাৰ অগ্নিকাণ্ডত ৯ শিশুসহ ১৯ জনৰ মৃত্যু

দেওবাৰে নিউয়ৰ্ক চহৰৰ এটা সুউচ্চ এপাৰ্টমেণ্ট অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৯ শিশুসহ ১৯ জন লোকৰ মৃত্যু হয়। চহৰখনৰ মেয়ৰ এৰিক...

cattle thief 1.png kaliabor

গো-সুৰক্ষা আইনক ভেঙুচালি! আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা

চৰকাৰৰ কঠোৰতাৰ বিপৰীতে সাতত্ৰিশ নম্বৰ ঘাইপথেৰে অব্যাহত আছে গৰুৰ  চোৰাং বেহা। চোৰাং বেপাৰীয়ে কৌশল সলনি কৰি গৰু সৰবৰাহৰ বাবে ব্যৱহাৰ...

Covid-19 Update: কৰ’নাতংক! দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৪২ হাজাৰ; ৯.২৮ শতাংশলৈ বৃদ্ধি পজিটিভিটিৰ হাৰ

অসম কৃষি বিশ্ববিদ্যালয়ত সংক্ৰমণ; দুটা ছাত্ৰী নিৱাসৰ ৪৪ গৰাকী আৱাসী কোভিড পজিটিভ

অসম কৃষি বিশ্ববিদ্যালয়তো কোভিড-১৯ৰ সংক্ৰমণ ঘটিছে। বিশ্ববিদ্যালয়খনৰ দুটা ছাত্ৰী নিবাসৰ মুঠ ৪৪ গৰাকী ছাত্ৰীৰ শৰীৰত কোভিড পজিটিভ ধৰা পৰিছে ।...

covid-vaccine_202108215775-711x375

Covid-19 Update: দেশত দৈনিক সংক্ৰমণ প্ৰায় ১লাখ ৮০ হাজাৰ; আৰম্ভ ভেকচিনৰ বুষ্টাৰ ড’জ

নৱবৰ্ষৰ প্ৰথমটো মাহৰ দ্বিতীয়টো দিনতে দেশত  কৰ’নাৰ সংক্ৰমণে পুনৰ এক ভয়ংকৰ ছবি দাঙি ধৰিছে। আজিৰ দিনটোত প্ৰায় ১লাখ ৮০হাজাৰ লোক...

WhatsApp Image 2022-01-10 at 10.01.26 AM

ইন্দোৰৰ পৰা ছুল্লি ডীলছৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

বুল্লি বাই এপ প্ৰস্তুত কৰা অভিযুক্তক গ্ৰেপ্তাৰৰ পাছত এইবাৰ দিল্লী আৰক্ষীয়ে আন এটা এপ ‘ছুল্লি ডীলছ’ৰ প্ৰস্তুতকাৰীজনক গ্ৰেপ্তাৰ কৰিছে। দিল্লী...

Page 2943 of 6684 1 … 2,942 2,943 2,944 … 6,684

Stay Connected

Recent News