NE NOW NEWS

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসমৰ দুই শ্বাটলাৰ

সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসমৰ দুই শ্বাটলাৰ

অসম বেডমিন্টনৰ বাবে ভাল খবৰ। হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত সৰ্বভাৰতীয় ছাব জুনিয়ৰ ৰেংকিং বেডমিন্টন টুৰ্ণামেন্ট ২০২২ ত ১৫ বছৰৰ অনুৰ্ধৰ মিক্স...

দেশত কিমান শতাংশ কোভিড আক্ৰান্ত ৰোগী চিকিৎসালয়ত ভৰ্তি হৈছে? ৰাজ্য সমূহলৈ কেন্দ্ৰই দিলে কি সতৰ্কবাণী

দেশত কিমান শতাংশ কোভিড আক্ৰান্ত ৰোগী চিকিৎসালয়ত ভৰ্তি হৈছে? ৰাজ্য সমূহলৈ কেন্দ্ৰই দিলে কি সতৰ্কবাণী

বিশ্বৰ ১১৫ খন দেশত এতিয়া কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে। ব্যতিক্ৰম ঘটা নাই ভাৰততো। ভাৰতত ইতিমধ্যে কোভিডৰ তৃতীয় ঢৌ আৰম্ভ...

Aung San Suu Kyi

কাৰাগাৰেই যেন স্থায়ী ঠিকনা! পুনৰ চাৰি বছৰৰ বাবে কাৰাবাসী হ’ব চ্যু কী

কাৰাগাৰেই যেন স্থায়ী ঠিকনা হৈ পৰিছে ম্যানমাৰৰ নেত্ৰী আং চান চ্যু কীৰ। আজি চ্যু কীক পুনৰ চাৰি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত...

Rajnath Singh

ক’ভিদত আক্ৰান্ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

দেশত ক’ভিদৰ তৃতীয় লহৰৰ আশংকাৰ মাজতে আজি ক’ভিদত আক্ৰান্ত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ। আজি আবেলি তেওঁ টুইট যোগে ক’ভিদ...

ঐতিহাসিক আঠখেলীয়া নামঘৰৰ সংকট মোচনৰ বাবে সংবাদমেল

ঐতিহাসিক আঠখেলীয়া নামঘৰৰ সংকট মোচনৰ বাবে সংবাদমেল

গোলাঘাটৰ ঐতিহ্য মণ্ডিত আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ আভ্যন্তৰীণ সংঘাত মোচনৰ বাবে অনুষ্ঠিত হ'ল এক সংবাদমেল । জানিব পৰা মতে নামঘৰ...

Varanasi Communal Posters

বাৰানসীৰ সাম্প্ৰদায়িক পোষ্টাৰ সন্দৰ্ভত হিন্দুত্ববাদী সংগঠনৰে জড়িত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ

কেৱল হিন্দুৱেহে প্ৰৱেশ কৰিব পাৰিব। অনাহিন্দু লোকৰ প্ৰৱেশ নিষিদ্ধ। এয়া আবেদন নহয়, এয়া সকীয়নি। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমষ্টি বাৰানসীৰ...

ভোগালী বিহুক আদৰিবলৈ প্ৰস্তুতি বিশ্বনাথৰ এদল মহিলাৰ

ভোগালী বিহুক আদৰিবলৈ প্ৰস্তুতি বিশ্বনাথৰ এদল মহিলাৰ

ৰাজ্যবাসী সাজু হৈছে ভোগালী বিহুক আদৰিবলৈ । কাৰণ পদূলি মূৰত অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু । কৃষি কৰ্মৰে খেতি পথাৰ উপচি...

Jammu and Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদী বিৰোধী অভিযান; পুনৰ এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী

বিগত কিছুদিন ধৰি জম্মু-কাশ্মীৰত চলি থকা সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ অংশ হিচাপে আজি দেওবাৰে মাজনিশা দক্ষিণ কাশ্মীৰৰ কুলগামত সংঘটিত গুলীচালনাত পুনৰ...

বঙাইগাৱঁত দাৰে ঘপিয়াই এজনক হত্যা ,হত্যাকাৰীৰ আৰক্ষী চকীত আত্মসমৰ্পন

বঙাইগাৱঁত দাৰে ঘপিয়াই এজনক হত্যা ,হত্যাকাৰীৰ আৰক্ষী চকীত আত্মসমৰ্পন

বঙাইগাঁও চহৰৰ দোলাইগাঁৱত মাটি বাৰীৰ বিবাদৰ পৰিণতিত এজন লোকে দাৰ ঘাপত প্ৰাণ হেৰুৱাবলগীয়া হয় ৷ ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ পৰা...

Modi's photo on vaccine certificates

ভেকচিন চাৰ্টিফিকেটৰ পৰা আঁতৰিব মোদীৰ ফটো; নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ক’ভিদ ভেকচিন চাৰ্টিফিকেটত থকা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ফটোখন আঁতৰাবলৈ নিৰ্দেশ দিছে ভাৰতৰ নিৰ্বাচন আয়োগে। অৱশ্যে সমগ্ৰ দেশৰ ক্ষেত্ৰতে এই...

Page 2942 of 6684 1 … 2,941 2,942 2,943 … 6,684

Stay Connected

Recent News