অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ ব্যক্তিগত অনুদান গৌতম গম্ভীৰৰ পৰিয়ালৰ
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন তথা দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ আৰু তেওঁৰ পৰিয়ালে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন তথা দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ আৰু তেওঁৰ পৰিয়ালে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ...
আপাতত: এটা দ্বিতীয় শ্ৰেণীৰ ভাৰতীয় দলৰ হাতত কেনেকৈ পৰাজিত হ’ল অষ্ট্ৰেলিয়া? এই অংকৰ উত্তৰ বিচাৰি পোৱা নাই অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক...
গণৰাজ্য দিৱসত প্ৰতিবাদী কৃষক সকলে দিল্লীত অনুষ্ঠিত কৰিবলৈ বিচৰা ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত আৰক্ষীৰ সৈতে বৃহস্পতিবাৰে এখন বৈঠকত বহে। কৃষক আৰু...
ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰিত অনুষ্ঠিত হ’বলগীয়া তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব। দেশৰ শিক্ষা বিভাগে...
বাক্সা জিলাৰ বাৰাপেটা অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত জয়দেৱ দাস নামৰ এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ...
দেশত কৰ’না ভেকচিনৰ প্ৰস্তুত কৰা পৰীক্ষাগাৰ পুনেৰ ছেৰাম ইনষ্টিটিউটত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। বৃহস্পতিবাৰে দুপৰীয়া ইনষ্টিটিউটটোৰ টাৰ্মিনেলত জুই ৰগাৰ খৱৰ...
অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ জনপ্ৰিয় নাট্যকাৰ সেৱাব্ৰত বৰুৱা বৰ্তমান সময়ত গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ থাকিবলগীয়া...
খাদ্য ৰসিক হ’লেই নহ’ব। ভোজন বিলাসী হোৱাৰ লগতে ভোজন কৰাৰ ক্ষমতাও থাকিব লাগিব। আমিষ বা নিৰামিষ বুলি কোনো বিচাৰ নথকা...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিৱসাগৰ ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰে বীৰ লাচিত সেনাই। বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক...
চুটি-চাপৰ লোকে নিজকে অলপ ওখ হোৱাৰ সপোন মাজে মাজে দেখাটো স্বাভাৱিক। কিন্তু বাস্তৱ পৰিস্থিতিত সেয়া সম্ভৱ নোহোৱাৰ বাবে সকলোৱে ভাগ্যকে...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd