NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

এখন ছবিয়ে যদি চৰকাৰক ভয় খুৱাব পাৰে, তেন্তে গণতন্ত্ৰৰ অৱস্থা কি? নিশা আৰক্ষীয়ে আটক কৰি চাৰি ঘণ্টা জিম্মাত ৰখাৰ পিছত...

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনত বৃহৎ ৰদবদল। শনিবাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি, যুটীয়া সচিব আৰু সমপৰ্যায়ৰ পদত মুঠ ২৭গৰাকী বিষয়াক নতুন দায়িত্ব...

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

দিল্লীত ককৰোচ জনতা পাৰ্টি (চিজেপি)ৰ প্ৰতিবাদত অংশ ল’বলৈ যোৱাৰ পূৰ্বেই গুৰুগ্ৰামৰ নিজৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উঠাই নিয়াৰ অভিযোগ জনপ্ৰিয় ইউটিউবাৰ...

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

অতি প্ৰয়োজনীয় নহ’লে আৰক্ষীৰ বেৰিকেড শীঘ্ৰে পথৰ পৰা আঁতৰাই পেলাব লাগে। সাধাৰণ জনতাই যাতে বাধা নোহোৱাকৈ চলাচল কৰিব পাৰে সেয়া...

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় পৰ্যায়ত মোডী চৰকাৰে বৃহৎ প্ৰশাসনিক সালসলনি ঘটাইছে। শনিবাৰে চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি দেশৰ মুঠ ২৭ জন আমোলাক যুটীয়া...

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

এটা ভৰ্তি শ্ৰেণীকোঠা। পঢ়া-শুনা চাঙত তুলি জমি উঠা গানৰ আড়্াত মজি উঠিছে শিক্ষক-শিক্ষাৰ্থীসকল। কেৱল সেয়াই নহয়, শিক্ষকজনে নিজেই এজন ছাত্ৰৰ...

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

দেওবাৰে যন্তৰ মন্তৰত দ্বিতীয় দিনৰ প্ৰতিবাদ অনুষ্ঠিত হোৱাৰ পূৰ্বে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে দিল্লী আৰক্ষী প্ৰশাসনে। সূত্ৰৰ পৰা জানিব পৰা...

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

পুনৰ অগ্নিগৰ্ভ মণিপুৰ! পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

দেওবাৰে মণিপুৰৰ কেইবাখনো জিলাত সংঘটিত হোৱা এলানি হিংসাত্মক ঘটনাত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে। এই...

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত পৰিবহণ সেৱাৰ প্ৰতিবন্ধকতা আৰু বিৰোধী নেতাক আটক কৰি ৰখাৰ অভিযোগ এইবাৰ উচ্চতম ন্যায়ালয়ত উত্থাপিত...

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক দমন অভিযান চলে। এই ঘটনাক...

Page 42 of 6726 1 … 41 42 43 … 6,726

Stay Connected

Recent News