২৫ মাৰ্চৰ পৰা মঙলদৈত আৰম্ভ হৈছে সৰ্বভাৰতীয় আন্তঃৰে’লৱে ক্ৰিকেট
উত্তৰ-পূব সীমান্ত ৰে’লৱে, মালিগাঁৱৰ উদ্যোগত ২৫ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পৰা ৬৪সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে’লৱে ক্ৰিকেট প্ৰতিযোগিতাখন মঙলদৈ ষ্টেডিয়ামত আৰম্ভ হৈছে। লীগ ভিত্তিত...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
উত্তৰ-পূব সীমান্ত ৰে’লৱে, মালিগাঁৱৰ উদ্যোগত ২৫ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পৰা ৬৪সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে’লৱে ক্ৰিকেট প্ৰতিযোগিতাখন মঙলদৈ ষ্টেডিয়ামত আৰম্ভ হৈছে। লীগ ভিত্তিত...
যোৱা ফেব্ৰুৱাৰী মাহত গোলাঘাট আৰু যোৰহাটত জিলাৰ বিভিন্ন অঞ্চলত বিষাক্ত চুলাই সেৱন কৰি ডেৰ শতাধিকৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছতো ৰাজ্য...
বিগত কিছুদিন ধৰি নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ঘোষণাক লৈ বিভিন্ন জল্পনা-কল্পনা চলি থকাৰ মাজতে সোমবাৰে মাজনিশা বিজেপিয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ...
বিদুৰাম হাজং ( নাম সলনি কৰা হৈছে) পেছাত খেত মজুৰ। বিদুৰামৰ দুটা সন্তান। এটা সন্তানৰ সৰুৰে পৰা ওঁঠ ফটা। ঠিক...
নগাঁও জিলাৰ ৰূপহীহাটত সোমবাৰে আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱক...
গুৱাহাটীত থকা ‘মাডাৰ অ’ল্ড এজ হ'মত’ আজি উপস্থিত হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত। কণ্ঠশিল্পীগৰাকী উপস্থিত হোৱাৰ লগে লগে...
১১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা যোৰহাট লোকসভা সমষ্টিত ৬ গৰাকী...
মদাৰখাত চাহ বাগিচাৰ কৰ্মচাৰী সকলক ভৱিষ্যৎ নিধিৰ পুঁজি মোকলাই নিদিয়া কাৰ্যত ক্ষুন্ন হৈ আজি অসম চাহ মজদুৰ সংঘৰ (এ চি...
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা দলটোৰ প্ৰবীন নেতা পৱন সিং ঘাটোৱাৰে আজি নিজৰ মনোনয়ন...
তিনিচুকীয়া জিলাৰ লিডু অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ পংকজ কুমাৰ দে(৭৯)ৰ দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাত নিজা বাসভৱনত দেহাৱসান ঘটে ৷ দীৰ্ঘদিনধৰি...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd