NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Holiday list

২০১৯ চনৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ; মুঠ চৰকাৰী বন্ধৰ দিন ৩৫টা

২০১৯ চনৰ নিৰ্ধাৰিত চৰকাৰী বন্ধৰ তালিকা চৰকাৰে প্ৰকাশ কৰিছে। যোৱা ১৭ ডিচেম্বৰত কেবিনেট বৈঠকে বন্ধৰ তালিকাত অনুমোদন জনোৱাৰ পিছত ১৮...

Sivasagar Development committer

শিৱসাগৰ জিলা উন্নয়ন সমিতিৰে উপায়ুক্ত পল্লৱ গোপাল ঝাৰ গুৰুত্বপূৰ্ণ বৈঠক

১৮ ডিচেম্বৰত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভা কক্ষত জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। জিলাখনৰ বিভিন্ন...

Riyan-Parag

অসমৰ কিশোৰ ৰিয়ান পৰাগ আই পি এলত; কিনিলে ৰাজস্থান ৰয়েলছে

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আন এটা সুখবৰ কঢ়িয়াই অসমৰ উদীয়ামান ক্ৰিকেটাৰ আৰু ইতিপূৰ্বে অনূৰ্ধ্ব ১৯ ক্ৰিকেট বিশ্বকাপত খেলা ৰিয়ান পৰাগে খেলিব...

Lockdown: Will you be able to return by ASTC bus?

২৫ ডিচেম্বৰৰ পৰা বগীবিল দলঙেৰে চলিব গোলাঘাট-জোনাই বাছসেৱা

বিগত বৰ্ষত ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৰ শুভাৰম্ভই যেনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক শদিয়াহৈ চুবুৰীয়া অৰুণাচলৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ চোৱাৰ...

Kamal Nath

৭০% খিলঞ্জীয়াক নিযুক্তি দিলেহে ইনচেনটিভ : প্ৰথম দিনটোতে ব্যক্তিগত খণ্ডৰ উদ্যোগক চৰ্ত দিলে মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে

মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীৰ পদত বহিয়েই প্ৰথম দিনটোতে এটা প্ৰশংসনীয় পদক্ষেপেৰে অসমৰ সোণোৱাল চৰকাৰৰ বাবে এটা ডাঙৰ দৃষ্টান্ত দাঙি ধৰিলে...

EIU

বাংলাদেশৰ সংসদীয় নিৰ্বাচনত আৱামী লীগৰ বিজয়ৰ ভৱিষ্যতবাণী ইক’নমিষ্ট ইণ্টেলিজেঞ্চ য়ুনিটৰ

লণ্ডনস্থিত ইক’নমিষ্ট ইণ্টেলিজেঞ্চ য়ুনিটে (EIU) ভৱিষ্যতবাণী কৰিছে যে চলিত বৰ্ষৰ ডিচেম্বৰৰ ৩০ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ সংসদীয় নিৰ্বাচনত শাসকীয় আৱামী লীগে...

nagaon road accident

নগাঁৱত বিলাতী সুৰা কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত; এজন নিহত

নগাঁও জিলাৰ কঠিয়াতলিত আজি পুৱতি নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, বিলাতী সুৰা কঢ়িয়াই নিয়া এ...

railway-tracks-750x375

ভাৰত-নেপালৰ মাজৰ নিৰ্মীয়মান ৰেলপথে শক্তিশালী কৰিব দ্বিপাক্ষিক সম্পৰ্ক

নেপালৰ জনকপুৰ আৰু বিহাৰৰ জয়নগৰৰ মাজৰ ৩৪ কিঃমিঃ দূৰত্বত এটা নতুন ৰেলপথ বহুওৱাৰ কাম আৰম্ভ কৰিছে ভাৰতীয় ৰে’লৱেই। কেন্দ্ৰীয় ৰে’ল...

Accident-750x375-1-1

তেজপুৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নাৰ্ছৰ ৪ গৰাকী আহত

তেজপুৰত আজি পুৱা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলাই থিতাতে মৃত্যুক সাবটিবলগীয়া হয়। নিহত মহিলা গৰাকীক ধনদা মৰাং কুলী...

NFR_0

ৰে’ল টিকট পৰীক্ষকলৈ হেণ্ড হেল্ড টাৰ্মিনেল যোগান তিনিচুকীয়া ৰে’ল মণ্ডলৰ

উত্তৰ পূব সীমান্ত ৰেলৱেৰ তিনিচুকীয়া মণ্ডলে আজি ১৮ ডিচেম্বৰ মঙলবাৰে ৰে’লগাড়ীৰ ভিতৰত কৰ্তব্যৰত ৰে’ল টিকট পৰীক্ষকসকলৈ হেণ্ড হেল্ড টাৰ্মিনেল যোগান...

Page 4615 of 5911 1 4,614 4,615 4,616 5,911

Stay Connected

Recent News