NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

গোৱাত ডবল মাৰ্ডাৰ! দুই ৰাছিয়ান বান্ধৱীক ডিঙি কাটি হত্যা কৰা অপৰাধত গ্ৰেপ্তাৰ পুৰুষ বন্ধু

গোৱাত ডবল মাৰ্ডাৰ! দুই ৰাছিয়ান বান্ধৱীক ডিঙি কাটি হত্যা কৰা অপৰাধত গ্ৰেপ্তাৰ পুৰুষ বন্ধু

দুটাকৈ হত্যাকাণ্ডক কেন্দ্ৰ কৰি গোৱাত চাঞ্চল্য। দুগৰাকী ৰাছিয়ান মহিলাৰ কৰুণ পৰিণতি। কাষৰীয়া দুখন গাঁৱত আছিল তেওঁলোক। যোৱা ১৪ আৰু ১৫...

ইৰাণলৈ ট্ৰাম্পৰ ৰঙা চকু! চাবাহাৰ বন্দৰক লৈ চাপত আছে নেকি ভাৰত? কি ক’লে নতুন দিল্লীয়ে?

ইৰাণলৈ ট্ৰাম্পৰ ৰঙা চকু! চাবাহাৰ বন্দৰক লৈ চাপত আছে নেকি ভাৰত? কি ক’লে নতুন দিল্লীয়ে?

কিছুদিন পূৰ্বে ইৰাণক কেন্দ্ৰ কৰি আমেৰিকাৰ পৰা কেইবাটাও ভাবুকি আহিছিল। আক্ৰমণত সৰৱ হৈ উঠিছে ট্ৰাম্প। ইফালে ট্ৰাম্পে ইৰাণৰ সৈতে ব্যৱসায়...

আজি শিল্পী দিৱস, ৰাজ্যজুৰি সুন্দৰৰ পুজাৰী ৰূপকোঁৱৰক সুঁৱৰিছে অসমবাসীয়ে

আজি শিল্পী দিৱস, ৰাজ্যজুৰি সুন্দৰৰ পুজাৰী ৰূপকোঁৱৰক সুঁৱৰিছে অসমবাসীয়ে

আজি শিল্পী দিৱস। অসমীয়া ভাষা, কলা-সংস্কৃতিৰ সাধক, ৰূপকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি দিৱস। প্ৰতিবছৰে ১৭ জানুৱাৰীৰ দিনটোত ৰূপকোৱৰ জ্যোতি প্ৰসাদ...

মধ্যপ্ৰদেশৰ বিশ্ববিদ্যালয়ত অসমৰ ছাত্ৰক হাৰাশাস্তি কৰাৰ অভিযোগত পাঁচজনক বহিষ্কাৰ  কৰ্তৃপক্ষৰ

মধ্যপ্ৰদেশৰ বিশ্ববিদ্যালয়ত অসমৰ ছাত্ৰক হাৰাশাস্তি কৰাৰ অভিযোগত পাঁচজনক বহিষ্কাৰ  কৰ্তৃপক্ষৰ

ডেৰাডুনৰ পিছত এইবাৰ মধ্যপ্ৰদেশত। পুনৰ উত্তৰ-পূব ভাৰতৰ এগৰাকী ছাত্ৰক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। মধ্যপ্ৰদেশৰ অনুপপুৰ জিলাৰ অমৰকন্টকস্থিত ইন্দিৰা গান্ধী...

আকৌ অসম ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী: কাজিৰঙা এলিভেটেড কৰিডৰৰ ভূমি পূজন আৰু ১০ হাজাৰ শিল্পীৰ ‘বাগুৰুম্বা’ৰে কঁপিব সৰুসজাই

আকৌ অসম ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী: কাজিৰঙা এলিভেটেড কৰিডৰৰ ভূমি পূজন আৰু ১০ হাজাৰ শিল্পীৰ ‘বাগুৰুম্বা’ৰে কঁপিব সৰুসজাই

নতুন বছৰৰ আৰম্ভণিতে দুদিনীয়া কাৰ্যসূচীৰে আজি অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১৭ জানুৱাৰীৰ সন্ধিয়া প্ৰায় ৬ বজাত গুৱাহাটীৰ সৰুসজাই...

পানী খোৱা বটল নিৰ্বাচনৰ ক্ষেত্ৰত সাৱধান নহ’লে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ হ’ব পাৰে নেকি

পানী খোৱা বটল নিৰ্বাচনৰ ক্ষেত্ৰত সাৱধান নহ’লে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ হ’ব পাৰে নেকি

আজিৰ ব্যস্ত নগৰীয়া জীৱনত প্লাষ্টিকৰ বটল আমাৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। কঢ়িয়াই নিয়াৰ সুবিধা আৰু যিকোনো দোকানতে সহজে উপলব্ধ...

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাচাডোৰ সৌজন্যত ড’নাল্ড ট্ৰাম্পৰ হাতত নোবেল বঁটা, হোৱাইট হাউছত আমোদজনক দৃশ্য

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাচাডোৰ সৌজন্যত ড’নাল্ড ট্ৰাম্পৰ হাতত নোবেল বঁটা, হোৱাইট হাউছত আমোদজনক দৃশ্য

অৱশেষত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হাতত পৰিল শান্তিৰ নোবেল বঁটা। অৱশ্যে এই বঁটা তেওঁক নোবেল সমিতিয়ে দিয়া নাই, বৰঞ্চ ভেনিজুৱেলাৰ...

ভূমিকম্পৰ জোকাৰণিৰ পৰা কেনেকৈ বাচিব পাৰি? এন ই ফ’কাচৰ উদ্যোগত দিছপুৰত অনুষ্ঠিত হ’ল সজাগতা সভা আৰু মক ড্ৰিল

ভূমিকম্পৰ জোকাৰণিৰ পৰা কেনেকৈ বাচিব পাৰি? এন ই ফ’কাচৰ উদ্যোগত দিছপুৰত অনুষ্ঠিত হ’ল সজাগতা সভা আৰু মক ড্ৰিল

গুৱাহাটীৰ নেডফি প্ৰেক্ষাগৃহত আজি নেফ’কাচ আৰু আৰ ভি চিৰ যুটীয়া উদ্যোগত ভূমিকম্প সজাগতাৰ ওপৰত এক বিশেষ অনুষ্ঠান সম্পন্ন হয়। এই...

বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত অসমৰ যুৱশক্তিৰ ভূমিকা অপৰিসীম

বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত অসমৰ যুৱশক্তিৰ ভূমিকা অপৰিসীম

দীৰ্ঘম্যাদী নীতিগত আঁচনি আৰু উদ্যোগসমূহৰ সক্ৰিয় অংশগ্ৰহণেৰে অসমৰ যুৱসমাজে উদ্যোগীকৰণৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তন আনিব পাৰিব। শেহতীয়াকৈ ৰাষ্ট্ৰীয় যুৱ...

২৮ বছৰীয়া সাম্ৰাজ্যৰ অন্ত: মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত থাকৰে পৰিয়ালৰ শোচনীয় পৰাজয়

২৮ বছৰীয়া সাম্ৰাজ্যৰ অন্ত: মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত থাকৰে পৰিয়ালৰ শোচনীয় পৰাজয়

অৱশেষত ২৮ বছৰৰ একাধিপত্যৰ অন্ত পেলাই মুম্বাই পৌৰ নিগমৰ পৰা বিদায় ল’বলগীয়া হৈছে থাকৰে পৰিয়ালে। মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন...

Page 468 of 6656 1 467 468 469 6,656

Stay Connected

Recent News