এছ টি মৰ্যাদাৰ দাবীক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জনগোষ্ঠীসমূহৰ মাজত বিভাজন সৃষ্টিৰ গুৰুতৰ অভিযোগ গৌৰৱ গগৈৰ
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে অনুসূচিত...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে অনুসূচিত...
টেষ্ট ছিৰিজত লজ্জাজনক পৰাজয়। দেশ-বিদেশে তীব্ৰ সমালোচনাৰ সন্মুখীন। আক্ষৰিক অৰ্থতে ‘গম্ভীৰ’হৈ পৰিল গৌতম। এই পৰিস্থিতিত টিম ইণ্ডিয়াৰ ‘ত্ৰাণকৰ্তা’ কোন? সেই...
শেহতীয়াকৈ যুৱক-যুৱতীসকলৰ মাজত মগজুৰ ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দৈনন্দিন জীৱনত কৰা কিছুমান ভুল আৰু অনিয়মীয়া জীৱনশৈলীৰ লগতে কেইটামান...
চৰকাৰী নথিত পোহৰলৈ অহা তথ্য অনুসৰি, ২০১৯ চনৰ পৰা বৰ্তমানলৈকে অসমত দুৰ্নীতি আৰু আয় বহিৰ্ভূত সম্পত্তি গঢ়াৰ অভিযোগত মুঠ ৪৫৫...
ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক অভিৱৰ্তনখন যোৱা ৩০ নৱেম্বৰত গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে সফলতাৰে সম্পন্ন হৈ যায়। সমগ্ৰ...
দেওবাৰে ছত্তীশগড়ৰ দন্তেৱাড়া জিলাত ১২ গৰাকী মহিলাসহ মুঠ ৩৭ গৰাকী নক্সালবাদীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, আত্মসমৰ্পণ কৰা...
শ্ৰীলংকাৰ উপকূলৰ পৰা দক্ষিণ ভাৰতৰ দিশে ভয়ংকৰ ৰূপত অগ্ৰসৰ হৈছে সাগৰীয় ঘূৰ্ণীবতাহ 'ডিটৱাহ'। ইয়াৰ প্ৰভাৱত তামিলনাডুকে ধৰি উপকূলীয় ৰাজ্যসমূহত প্ৰচণ্ড...
অহা সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন। ১৯ ডিচেম্বৰলৈকে চলিব লগা এই অধিৱেশন বন্ধৰ দিন কেইটা বাদ দি মুঠ...
উচ্চ শিক্ষাৰ বাবে ব্ৰিটেইনলৈ যোৱা হাৰিয়ানাৰ এজন ভাৰতীয় যুৱকৰ সন্দেহজনক মৃত্যুৱে উদ্বেগৰ সৃষ্টি কৰিছে। মৃত যুৱকজনৰ নাম বিজয় কুমাৰ শ্বেৱৰণ।...
জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিপদ দিনে দিনে বৃদ্ধি পাইছে। বৰ্তমান...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd